দ্বিতীয়ক বৃত্তি

A. Short Type Questions .


১)মানুহৰ দুটা দ্বিতীয়ক কাৰ্যকলাপৰ নাম লিখা ।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

২) প্ৰাথমিক আৰু দ্বিতীয়ক কাৰ্য্যৰ পাৰ্থক্য লিখা ।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

৩) গৌণ কাৰ্য্যকলাপৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা ।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

৪) গোলকীকৰণৰ প্ৰধান বৈশিষ্ট্যবোৰ উল্লেখ কৰা ।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

৫) অৰণ্যভিত্তিক দুটা উদ্যোগৰ নাম লিখা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

৬) বাণিজ্যৰ বাবে বন্দৰবোৰৰ প্ৰয়োজনীয়তা কি ?

( এই প্ৰশ্নটো 2017 চনত আহিছিল )

৭) আয়তনৰ ভিত্তিত উদ্যোগসমূহক বিভাজন কৰি এটা চমূটোকা লিখা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

৮) উদাৰীকৰণৰ দুটা বৈশিষ্ট্য লিখা ।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

৯) উৎপাদনৰ ভিত্তিত উদ্যোগক বিভক্ত কৰা ।

১০)উদ্যোগ পৰিবহন আৰু যাতায়ত ব্যৱস্থা কিয় গুৰুত্বপূৰ্ণ ?

১১) আধুনিক পণ্য উৎপাদন ব্যৱস্থাত প্ৰযুক্তিগত উদ্ভাৱনা কিয় গুৰুত্বপূৰ্ণ ?

১২)পৰম্পৰাগত বৃহৎ খণ্ডৰ উদ্যোগৰ ভিত্তিসমূহ কি কি ?

১৩) কৃষিভিত্তিক উদ্যোগ মানে কি ? উদাহৰণ দিয়া ।

১৪) ব্যক্তিগত খণ্ডৰ উদ্যোগ মানে কি ?

১৫) দ্বিতীয়ক বৃত্তি মানে কি ?

১৬) ৰাসায়নিক ভিত্তিক উদ্যোগ কি ? উদাহৰণ দিয়া ।

১৭) পৰম্পৰাগত উদ্যোগিক অঞ্চলসমূহ কেনেকৈ বিভক্ত কৰিব পাৰি 

১৮) ঘৰুৱা উদ্যোগ কি ? উদাহৰণ দিয়া ।

১৯) ৰাজহুৱা খণ্ডৰ উদ্যোগ মানে কি ?

২০) বজাৰ বুলিলে কি বুজা ?

২১)খনিজ সম্পদভিত্তিক উদ্যোগ কি ? উদাহৰণ দিয়া ।

২২) পৰিসৰভিত্তিক উদ্যোগৰ শ্ৰেণীসমূহ কি কি ?

২৩) বৃহৎ উদ্যোগ কি?

২৪) বনজ সম্পদভিত্তিক উদ্যোগ কি ? উদাহৰণ দিয়া ।

২৫) এটা উদ্যোগত শ্ৰম যওগান কিয় গুৰুত্বপূৰ্ণ ?

২৬) বৃহৎ উদ্যোগৰ ওপৰত ভিত্তি কৰি আমি বিশ্বৰ প্ৰধান উদ্যোগিক অঞ্চলসমূহক কোনেদৰে বিভক্ত কৰিব পাৰো ?

২৭) উদ্যোগিক উন্নয়নত কেঁচামাল কিয় গুৰুত্বপূৰ্ণ ?

২৮)ঘৰুৱা উদ্যোগ আৰু লঘু উদ্যোগৰ মাজতপাৰ্থক্যবোৰ কি কি ?


B. Essay Type Questions .


১) মানুহৰ প্ৰাথমিক , দ্বিতীয়ক আৰু তৃতীয় পৰ্যায়ৰ কাৰ্য্যকলাপসমূহৰ বিশেষ লক্ষণ উদাহৰণসহ আলোচনা কৰা ।

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

২) উচ্চ প্ৰযুক্তিৰ উদ্যোগৰ ধাৰণাৰ বিষয়ে লিখা ।

৩) বৰ্তমান সময়ৰ ঔদ্যোগিক কাম - কাজৰ ধাৰাৰ বিষয়ে তৃতীয় বিশ্বৰ দেশসমূহৰ বিষয়ে উল্লেখেৰে আলোচনা কৰা ।

৪) আফ্ৰিকা প্ৰাকৃতিক সম্পদত চহকী । তৎসত্বেও ঔদ্যোগিকভাৱে মহাদেশখন পিছপৰা - আলোচনা কৰা ।

৫) পণ্য় উৎপাদন সম্পৰ্কে এটি চমুটোকা লিখা ।

৬) উদ্যোগৰ শ্ৰেণীবিভাজন সম্পৰ্কে আলোচনা কৰা ।

৭) বিশ্বৰ কপাহী বস্ত্ৰ উদ্যোগৰ বিতৰণৰ বিষয়ে চমুকৈ লিখা ।

৮) লো - তীখা উদ্যোগৰ বিষয়ে লিখা আৰু বিশ্বত লো - তীখা উদ্যোগৰ বিতৰণৰ বিষয়ে চমুকৈ লিখা ।

৯) বিভিন্ন দেশৰ উচ্চ প্ৰযুক্তিৰ উদ্যোগসমূহ প্ৰধান মেট্ৰ'পলিটান চহৰসমূহৰ পৰিধিৰ মাজলৈ আকৰ্ষিত হোৱাৰ কাৰণবোৰ আলোচনা কৰা ।

১০) উচ্চ প্ৰযুক্তি উদ্যোগৰ বিষয়ে চমুটোকা এটা লিখা ।

১১) জাৰ্মানীৰ ৰুৰ কয়লাক্ষেত্ৰৰ বিষয়ে এটি চমুটোকা লিখা ।

১২)মুক্ত উদ্যোগ কি ? বৰ্ণনা কৰা ।