তিনিটা শ্ৰেণী 

 The Three Orders 

পৰিৱৰ্তিত পৰম্পৰা 

CHANGING TRADITION


 A. Very short type questions : Mark : 

1. The Canterbury Tales- ৰ লিখক কোন ? 

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

2. খ্রীষ্টীয় দ্বাদশ শতিকাৰ ইটালীত গঢ়ি উঠা দুখন নগৰ ৰাষ্ট্ৰৰ নাম লিখা । 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

3. ফিউদ শব্দটোৰ অর্থ কি ? 

[ H.S.'15 , '17 ] 

4. কি শব্দৰ পৰা সামন্তবাদ ’ সংজ্ঞাৰ উৎপত্তি হৈছিল ?  

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

5. Feudal Society কিতাপখনৰ লিখক কোন ? 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

 6. 1919-6161 বাজ্জান কোন আছিল ? 

7. সামন্তবাদ শব্দটোৰ মূল উৎস কি ? 

8. পাইকান মাটি কি আছিল ?  

9. এঘাৰ শতিকাতে কোনে ইংলেণ্ড অধিকাৰ কৰি লৈছিল ?  

10. মধ্যযুগ বুলিলে কি বুজা ?  

11. এছিয়া আৰু আমেৰিকাৰ বাবেনৱম শতিকা কিয় গুৰুত্বপূর্ণ ? )

12. কোন চনত বৃটেইনৰ খেতিয়কসকলে বিদ্রোহ কৰিছিল ? 

13. ইউৰােপত নৱম শতিকাত গঢ়লৈ উঠা বিখ্যাত সাম্রাজ্যখনৰ নাম কি ? 

14. সামন্তবাদৰ বিকাশ কেতিয়া হৈছিল ? 

15. সামন্তবাদে সামাজিক গাঁথনিৰূপে  প্রথমে কত গা কৰি উঠিছিল ? 

16. খ্রীষ্টীয় ৮০০ ত পােপে কাক পবিত্র ৰােমান সম্রাট ’ আখ্যা 

দিছিল ? 

17. চালেমাগনেক কোনজন পােপে পবিত্র ৰােমান সম্রাট ’ উপাধি দিছিল ? 

18. ' Abbey ' শব্দটো ক'ৰপৰা উদ্ভৱ হৈছে ?  

19. মঠ শব্দটো কোনটো মূল শব্দৰ পৰা আহিছে ? 

20. ভৃত্য বা দাস বুলিলে কি বুজা ?  

21. ' Piers Plowman ' নামৰ কবিতাটো কোনে লিখিছিল ?  

22. বিউবনিক প্লেগ । মহামাৰীয়ে পশ্চিম ইউৰােপত কোনটো সময়ত বিস্তাৰ লাভ কৰিছিল ? 

23. মধ্যযুগত কৃষকসকলক কি কি ভাগত ভগােৱা হৈছিল ?  

24. কোন শতিকাৰ পৰা ইংলেণ্ডৰ খেতিয়কসকলে লােৰ নাঙল ব্যৱহাৰ কৰিছিল ? 

B.

SHORT TYPE QUESTIONS :


1. ফ্রান্সৰ পুৰণি সামন্তবাদী সমাজৰ দুটা বৈশিষ্ট্য লিখা ।  

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

2. ছে বেনেডিক্টৰ দ্বাৰা প্রতিষ্ঠা কৰা বিখ্যাত মঠ দুটা কি কি ? 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

3. ফ্রান্সৰ প্ৰাৰম্ভিক সামন্তবাদী সমাজৰ দুটা বৈশিষ্ট্য লিখা ।  

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

4. ১৫ আৰু ১৬ শতিকাৰ ইউৰােপৰ দুজন স্বেচ্ছাচাৰী ৰজা আৰু তেওঁলােকৰ দেশ দুখনৰ নাম লিখা । 

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

5. মধ্যযুগৰ ইউৰােপৰ সমাজত প্রচলিত তিনিটা শ্রেণী কি কি 

আছিল ? 

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

6. মধ্যযুগত ফ্ৰান্সৰ সামন্তবাদী সমাজৰ দুটা বৈশিষ্ট্য লিখা ।  

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

7. মিনাষ্ট্রি ’ শব্দৰ অৰ্থ কি ? ইউৰােপৰ দুটা বিখ্যাত মনাষ্টিৰ নাম 

লিখা ।  

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

8. পােপসকল কোন ? তেওঁলােকে ক’ত বাস কৰে ?  । 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

9. ধর্মমঠক কেন্দৰ কৰি ইউৰােপত কেনেকৈ নগৰ গঢ় লৈছিল লিখা ।

10. মধ্যযুগৰ ইউৰােপত জমিদাৰী সম্পত্তি বুলিলে কি বুজা ? 

11. সােতৰ শতিকাৰ আৰম্ভণিতে ডাঙৰীয়া শ্রেণী কিয় ৰাজভক্ত হৈ পৰিছিল ?  

12. খ্রীষ্টান ধৰ্মৰ সন্ন্যাসীসকলৰ বিষয়ে এটা টোকা লিখা । 

13. মধ্যযুগৰ ইউৰােপত গীর্জাৰ প্ৰভাৱ কেনে আছিল বর্ণনা কৰা ।  

14. মধ্যযুগৰ ইউৰােপৰ ‘ থ্রি অর্ডাৰ ’ কি আছিল ? 

15. সামন্তবাদৰ বিকাশৰ সময়ৰ দুটা বৈশিষ্ট্য লিখা ।

16. ১৫-১৬ শতিকাত ইউৰােপৰ ৰাজনৈতিক ক্ষেত্ৰৰ পৰিৱর্তনৰ বিষয়ে এটা টোকা লিখা । 

17. ১৬ শতিকাৰ আৰম্ভণিতে কিয় ইউৰােপত কৃষক বিদ্রোহ হৈছিল ? 

বিউবনিক প্লেগৰ প্ৰভাৱ বর্ণনা কৰা । 

C. 

ESSAY TYPE QUESTIONS : 


1. সামন্তপ্রথাৰ সুবিধা আৰু অসুবিধাবােৰ । 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

2. ফৰাছী সমাজৰ তিনিটা শ্রেণী কি কি আছিল ? তেওঁলােকৰ প্রত্যেকৰে বিষয়ে চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

3. মধ্যযুগীয় ইউৰােপীয় সমাজত কৃষকৰ স্থান কেনে আছিল ? 

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

4. সামন্ত প্রথাৰ গুণ আৰু দোষসমূহ আলােচনা কৰা ।  

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

5. বৃহৎ গীর্জাবােৰৰ নিৰ্মাণ পদ্ধতিৰ ওপৰত এটি টোকা লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

6. নাইটসকলৰ বিষয়ে এটি চমু টোকা লিখা । 

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

7. মধ্যযুগীয় ধর্মীয় মঠবিলাকৰ কাম কি আছিল ? 

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

8. নাইটসকল কিদৰে এটা সুকীয়া দল হিচাপে পৰিগণিত হৈছিল ? তেওঁলােকে কি কি সুবিধা ভােগ কৰিছিল ? 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

9. মুক্ত কৃষক আৰু চাফৰ মাজৰ পার্থক্যবােৰ লিখা । 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

10. কৃষিক্ষেত্ৰত মধ্যযুগৰ ইউৰােপত ' হােৱা পৰিৱৰ্তনসমূহ লিখা । 

11. চতুর্দশ শতিকাৰ সংকট বুলিলে তুমি কি বুজা লিখা । 

12. মধ্যযুগৰ ইউৰােপৰ ‘ ফাষ্ট অর্ডাৰ ’  অর্থাৎ ধর্মযাজক ( Clergy ) সকলৰ বিষয়ে লিখা । 

13. মধ্যযুগত ইউৰােপত কেনেকৈ সামন্তবাদৰ বিকাশ হৈছিল লিখা । 

14. মধ্যযুগৰ ইউৰােপৰ সামাজিক আৰু অর্থনৈতিক ক্ষেত্ৰত প্ৰভাৱিত কৰা কাৰকসমূহ বর্ণনা কৰা । 

15. মধ্যযুগৰ ইংলেণ্ডৰ ডাঙৰীয়া ’ শ্ৰেণীটোৰ বিষয়ে লিখা । 

16. ইউৰােপৰ নতুনকৈ গঢ়ি উঠা নগৰ আৰু নগৰবাসী সকলৰ বিষয়ে লিখা । 

17. মধ্যযুগৰ ইউৰােপৰ নাইট ’ সকলৰ বিষয়ে চমুকৈ বর্ণনা কৰা ।