💩 TOWARDS MODERNISATION 

 আধুনিকীকৰণৰ দিশলৈ 

 THE INDUSTRIAL REVOLUTION 

 শিল্প বিপ্লৱ 

 A. 

 Very Short Type Questions : 


1. কোন চনত ইংলেণ্ডত প্রথম ৰে'লপথ স্থাপন | কৰা হৈছিল ?  

(এই প্ৰশ্নটো 2019 চনত আহিছিল)


2. শিল্প বিপ্লৱ প্রথমে কোনখন দেশত আৰম্ভ হৈছিল ?  

(এই প্ৰশ্নটো 2015 চনত আহিছিল)


3. ' Spinning jenny ' কোনে আৱিষ্কাৰ কৰিছিল ? 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)


4. উৰন্ত মাকোৰ তাঁতশাল কোনে আৱিষ্কাৰ কৰিছিল ? 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)


5. বেংক অৱ ইংলণ্ড ’ কেতিয়া স্থাপিত হৈছিল ? 

(এই প্ৰশ্নটো 2016 চনত আহিছিল)


6. ছপাযন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল ? 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)


7. কোন শতিকাৰ পৰা লণ্ডন বিশ্ববাণিজ্যৰ ৰাজধানী স্বৰূপ হৈছিল ?

8. ইংলণ্ডৰ শিল্প বিপ্লৱ  ঃ জনপ্রিয় বক্তৃতামালা ’ নামৰ কিতাপখনৰ ৰচক কোন ? 

9. ইংলণ্ডৰ প্রথম ৰেল আলিটোৱে কোনদুখন ঠাইক লগ লগাইছিল ?  

10. শিল্প বিপ্লৱ মানে কি ? 

11. উৰণীয়া মাকোৰ তাঁতশাল কোনে আৱিষ্কাৰ কৰিছিল ?

12. ইংলণ্ডত শিল্প - বিপ্লৱ শব্দটো কোনে প্রথমে ব্যৱহাৰ কৰিছিল ? 

13. ইংলণ্ডত কেতিয়া পােনপ্ৰথমে ৰেলগাড়ী চলিছিল ?

14. শিল্প - বিপ্লৱ ’ শব্দটোৰ জন্মদাতা কোন ?

15. জন উইলকিনছন কোন আছিল ?

 B. 
 Short Type Question

1. খালজ্বৰ ’ কি ? 
(এই প্ৰশ্নটো 2018 চনত আহিছিল)


 2. ‘ ড্রেচেল 20 ’ কি ? কিকাৰণেইয়াকব্যৱহাৰ কৰা হৈছিল ?
(এই প্ৰশ্নটো 2018 চনত আহিছিল)


3. শিল্প বিপ্লৱ বুলিলে কি বুজা ? 
(এই প্ৰশ্নটো 2015 চনত আহিছিল)


4. ছপাশাল কোনে আৱিাৰ কৰিছিল ? প্রথম ছপা কিতাপখনৰ নাম লিখা (এই প্ৰশ্নটো 2015 চনত আহিছিল)


5. উদ্যোগপতিসকলে তেওঁলােকৰ কাৰখানাত মহিলা আৰু শিশুক নিয়ােগত পক্ষপাতীকৰাৰ দুটা কাৰণ লিখা । 
(এই প্ৰশ্নটো 2016 চনত আহিছিল)

6. জন উইলকিনছন কিয় বিখ্যাত ? 

7. ৰিচাৰ্ড আৰ্কৰাইট কিয় বিখ্যাত ? 

8. নেড লুড কোন ? তেওঁ কিয় বিখ্যাত ? 

9. জেমছ হাৰগ্ৰীভছ কোন ? তেওঁ কিয় বিখ্যাত ? 

10. ইংলণ্ডৰ ব্যৱসায় - বাণিজ্যক নদীপথসমূহে কেনেদৰে সহায় কৰিছিল লিখা । 

11. এডমাণ্ড কার্টৰাইটৰ বিষয়ে লিখা । 

12. প্ৰচণ্ড ৰেল উচ্ছাস মানে কি ? 

13. শিল্প উদ্যোগ প্রথমে ইংলণ্ডত কিয় হৈছিল ? 

14. কিয় আৰু কেনেকৈ কপাহউদ্যোগ ইংলণ্ডৰ শিল্প উন্নতিৰ প্রতীক হৈ পৰিছিল লিখা । 

15. মানুহে কেনেকৈ প্রথমে লাে নিষ্কাশন কৰিছিল লিখা । 

16. কিয় আৰু কেনেকৈ লণ্ডন বিশ্ব বাণিজ্যৰ মূল কেন্দ্র হৈ পৰিছিল ? 
17. লোৰ ক্ষেত্ৰত ডাৰ্বি পৰিয়ালৰ অৱদান লিখা । 

18. কপাহ উদ্যোগৰ ক্ষেত্ৰত ‘ মিউল ’ বুলিলে কি বুজা ? 

19. ভাপ জাহাজৰ আৱিষ্কাৰৰ বিষয়ে এটা টোকা লিখা । 

20. ক্ষুদ্ৰ ৰেলৱে উচ্ছ্বাস ’ মানে কি বুজা ? 


 C. 
 Short type questions : 

1. ব্ৰিটেইনৰ মেপ এখন আঁকি তাত কমেও ছটা কপাহী কাপােৰ তৈয়াৰ 1 হােৱা স্থান চিনাক্ত কৰা । 
(এই প্ৰশ্নটো 2018 চনত আহিছিল)

2. ইংলণ্ডৰ শিল্প বিপ্লৱত কয়লা আৰু লােৰ ভূমিকা লিখা ।

3. নদীপথ ( খালি ) আৰু ৰেলপথসমূহে উদ্যোগিক বিকাশত কেনে অৰিহণা যােগাইছিল লিখা ।

4. শিল্প বিপ্লৱ আমাৰ বাবে এক বােজা বুলি তুমি ভাবা নেকি ? ব্যাখ্যা কৰা । 

5. শিল্প বিপ্লৱে ইংলেণ্ডৰ মহিলা আৰু শিশুসকলৰ জীৱনলৈ কি কি পৰিৱৰ্তন আনিছিল , চমুকৈ লিখা ।
(এই প্ৰশ্নটো 2019 চনত আহিছিল)

6. ব্রিটেইনে ১৭৯৩ চনৰ পৰা ১৮১৫ চনলৈ যুদ্ধত জড়িত হৈ থকাৰ ফলত তাৰ উদ্যোগসমূহত কিদৰে প্ৰভাৱ 1 পৰিছিল ?
(এই প্ৰশ্নটো 2017 চনত আহিছিল)

7. 15 আৰু 16 শতিকাৰ ইউৰােপত হােৱা‘বিজ্ঞান বিপ্লৱৰ বিষয়ে ব্যাখ্যা কৰা ।
[ H.S.'16 ](এই প্ৰশ্নটো 2016 চনত আহিছিল)

8. তলত দিয়া কপাহী উদ্যোগৰ মেচিনসমূহৰ আৱিষ্কাৰসকল কোন ? 

( i ) The flying shutle loom ( উৰণীয়া মাকোৰ তাঁতশাল ) 
( ii ) The spinning jenny ( স্পিনিং জেনি ) 
( iii ) The water frame ( ওৱাটাৰ ফ্রেম ) 
( iv ) The power loom ( পাৱাৰ লুম ) 
(এই প্ৰশ্নটো 2016 চনত আহিছিল)

9. ইংলেণ্ডত প্রথমে কিয় শিল্প বিপ্লৱ হৈছিল , আলােচনা কৰা । 
(এই প্ৰশ্নটো 2019 চনত আহিছিল)

10. খাল আৰু ৰেলৈ পৰিবহণৰ সুবিধাসমূহ কি কি আছিল ? 
(এই প্ৰশ্নটো 2019 চনত আহিছিল)

11. বিশ্বৰ উদ্যোগক ভাপ ইঞ্জিনে কেনেদৰে সলনি কৰিলে লিখা ।

12. শিল্প বিপ্লৱৰ ক্ষেত্ৰত আইনৰ সংশােধনী কি আছিল ? 

13. তাঁত শিল্পই কেনেকৈ ইংলণ্ডক কপাহ বাণিজ্যৰ বিখ্যাত ঘাটিলৈ পৰিগণিত কৰিলে লিখা ।

14. ব্রিটেইনৰ এখন T মানচিত্র অংকন কৰি লাে আৰু কয়লা উৎপাদন কৰা স্থানবােৰ দেখুওৱা । 
(এই প্ৰশ্নটো 2019 চনত আহিছিল)

15. ইংলেণ্ডত শিল্প বিপ্লৱ  হােৱাৰ বাবে কাৰকবিলাক কি আছিল ?
(এই প্ৰশ্নটো 2016 চনত আহিছিল)

16. ভাপ ইঞ্জিনৰ আৱিষ্কাৰে উদ্যোগ আৰু পৰিবহণ ব্যৱস্থালৈ কিদৰে বৈপ্লৱিক পৰিৱৰ্তন আনিছিল ?
(এই প্ৰশ্নটো 2018 চনত আহিছিল)

17. ইংলণ্ডৰ আর্থিক উন্নয়নত কপাহ শিল্পৰ ভূমিকা লিখা । 

18. উদ্যোগিক বিকাশত মহিলা আৰু শিশুৰ ভূমিকা লিখা ।

19. শিল্প বিপ্লৱৰ বিৰুদ্ধে হােৱা প্রতিবাদসমূহ চমুকৈ লিখা ।