All Things Bright And Beautiful  

সকলো বস্তু উজ্জ্বল আৰু সুন্দৰ  


All things bright and beautiful, 

সকলো বস্তু উজ্জ্বল আৰু সুন্দৰ,

All creatures great and small,

সৰু-বৰ সকলো জীৱ,

 All things wise and wonderful 

সকলো কথা জ্ঞানী আৰু আচৰিত

The Lord God made them all. 

        যিহোৱা ঈশ্বৰে সেই সকলোকে সৃষ্টি কৰিছিল।

Each little flower that opens, 

খোলা প্ৰতিটো সৰু ফুল,

Each bird that sings, 

গান গোৱা প্ৰতিটো চৰাই,

He made their wings, 

তেওঁ সিহঁতৰ ডেউকাবোৰ বনাইছিল,

The purple headed mountain 

বেঙুনীয়া ৰঙৰ মূৰৰ পাহাৰটো

The river running by, 

পাৰ হৈ যোৱা নৈখন,

The cold wind in the winter,

শীতকালত ঠাণ্ডা বতাহ, 

The pleasant summer sun, 

গ্ৰীষ্মকালীন সুখদায়ক ৰ’দ,

The ripe fruits in the garden, 

বাৰীত পকা ফল,

He made them every one. 

        তেওঁ সেইবোৰ প্ৰত্যেককে সৃষ্টি কৰিছিল।

He gave us eyes to see them, 

তেওঁলোকক চাবলৈ তেওঁ আমাক চকু দিলে,

And lips that we might tell,

আৰু আমি ক’ব পৰাকৈ ওঁঠ,

 How great is God Almighty,

সৰ্বশক্তিমান ঈশ্বৰ কিমান মহান, 

Who has made all things well.

যিয়ে সকলো বস্তু ভাল কৰিছে।


Word note:

Creature - living being

প্ৰাণী - জীৱিত সত্বা

Glowing - bright

উজ্জ্বল - উজ্জ্বল

Tiny - very small

ক্ষুদ্ৰ - অতি সৰু

Colors - American English spelling of 'Colours'

ৰং - 'ৰং'ৰ আমেৰিকান ইংৰাজী বানান


Exercise:

Answer the following questions : 

তলত দিয়াসমূহৰ উত্তৰ দিয়া 

1. Who made the glowing colours and tiny wings of flowers and birds?

(উজ্জ্বল ৰং আৰু ক্ষুদ্ৰ পাখিবোৰ কোনে সৃষ্টি কৰিেল ?)

Ans: The Lord God made the glowing colours and tiny wings of flowers and birds.

(উজ্জ্বল ৰং আৰু ক্ষুদ্ৰ পাখিবোৰ সৃষ্টি কৰিলে) 


2. What is the colour of the mountain? 

(পৰ্বতবোৰৰ ৰং কেনেকুৱা?)

Ans: The colour of the mountain is purple.

(পৰ্বতবোৰৰ ৰং ঈষৎ বেঙুনীয়া) 


3. What brightens up the sky ? 

(আকাশক কিহে উজলাই তোলে ?)

Ans: The sunset and the morning brightens up the sky.

(আকাশক সূৰ্যাস্ত আৰু ৰাতিপুৱাই উজলাই তোলে) 


4. Why should we praise God Almighty ? 

(আমি কিয় ঈশ্বৰক প্ৰশংসা কৰা উচিত?)

Ans: We should praise God Almighty because he has made everything and gave us eyes to see them,lips that we can talk about them.

আমি ঈশ্বৰক প্ৰশংসা কৰা উচিত কাৰণ তেওঁ সকলোবোৰ বস্তুৰ স্ৰজন কৰিলে আৰু আমাক সেয়া চাবলৈ চকু দিলে, তাৰ বিষয়ে ক’বলৈ ওঠঁ দিলে) 


5. Give rhyming words from the poem of the following: 

(তলত দিয়া শব্দবোৰৰ কবিতাৰ পৰা ছন্দ মিলা শব্দ বাচি উলিওৱা) small, sky, tell, sings 

Ans: Small (সৰু)  All (সকলো)

Sky (আকাশ):   By (দ্বাৰা)

Tell (কোৱা):      Well (ভাল)

Sing (গোৱা):     Wing (ডেউকা)


Word meaning:

Bright- উজ্বল।

Creatures- প্ৰাণী।

Wise- জ্ঞানী।

Wonderful- বঢ়িয়া।

Each- প্ৰতিটো।

Wings- ডেউকা।

Mountain- পৰ্বত।

Sunset- সূৰ্যাস্ত।

Wind- বায়ু।

Winter- শীতকাল।

Pleasant- আনন্দদায়ক।

Almighty- সৰ্বশক্তিমান।

Well- বাৰু।


Word meaning by- Punya Hazarika.

Himadri Borah

Type & Check: Himashree Bora. (Date: 10-06-2022)