Class 9
Lesson : 4.1
1. এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ । এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা । ( ইয়াত এখন টোকাবহীৰ দাম
টকা আৰু এটা কলমৰ দাম y টকা বুলি লোৱা )
Ans : ধৰা হ'ল,
টোকাবহীখনৰ দাম = xটকা
কলমটোৰ দাম = y টকা
x=2y
x=-2y=0
Post ID: DABP001926


