Class 9 Maths

Lesson 6.2 








 Class 9

Lesson 6.2

1. চিত্ৰ 6.28 অত X আৰু Y ৰ মান উলিওৱা আৰু তাৰ পাছত দেখুওৱা যে AB || CD.

Ans : <AEG +<AEH=180

50+X=180

X=180-50=130

X=130

Y=130

গতিকে 

AB||CD


2. চিত্ৰ 6.29 ত যদি AB || CD, CD || EF আৰু y : z = 3:7, তেন্তে x নিৰ্ণয় কৰা । 
Ans :  AB=CD

           CD=EF

           AB=EF

  X=Z

Y:2= 3:7

Y/2=2/7K

Y+Z=180

3K+7K

10K=180

K=18

Y=3(18)=54

Z=7X18=126



3. চিত্ৰ 6.30 ত যদি AB|| CD, EF CD আৰু <GED=126, তেন্তে <AGE, <GEF আৰু <FGE উলিওৱা।

<AGE=<GED=126

<GED=126

<GEF=126-90

<GEF=36

পুনৰ ,

<GEC+<GEF+<FED=126
<GEC=126-36-90
<GEG=54
<FGE=<GEC=54

4. চিত্ৰ 6.31 ত যদি, PQ||ST, <PQR=110 আৰু <RST=130, তেন্তে <QRS নিৰ্ণয় কৰা। [ইংগিতঃ R বিন্দুৰে যোৱাকৈ ST ৰ সমান্তৰালভাৱে থকাকৈ এডাল ৰেখা অংকন কৰা]

চিত্ৰৰ পৰা , VD=ST=PQ
<RST+<SRV=180
130+<SRU=180
<SRU=180-130=50
<QRU=<PQR=110
<QRS+<SRU=110
<QRS+50=110
<QRS=110-50
=60

5. চিত্ৰ 6.32 ত যদি, AB|| CD, <APQ=50 আৰু <PRD=127, তেন্তে X আৰু Y উলিওৱা।
X=<APQ=50
<APQ+Y=<PRD
Y=127-50=77
X=50, Y=77

6. চিত্ৰ 6.33 ত PQ আৰু RS দাপোণ দুখনক পৰস্পৰ সমান্তৰালকৈ ৰখা হৈছে। AB ৰশ্মি PQ দাপোনৰ B বিন্দুত পৰিছে আৰু প্ৰতিফলিত হৈ BC পথেৰে গৈ RS দাপোণৰ C বিন্দুত পৰিছে। এই ৰশ্মি আকৌ CD দিশেৰে বিপৰীতক্কমত প্ৰতিফলিত হৈছে। প্ৰমাণ কৰা যে AB||CD