Class 9 Maths
Lesson 7.2
1. এটা সমদ্বিবাহু ত্ৰিভূজ ABC ত AB=AC আৰু <B আৰু<Cৰ সমদ্বিখণ্ক দুডালে O বিন্দুত পৰস্পৰ কটাকটি কৰে। A ক O ৰ সৈতে ৰেখাৰে সংলগ্ন কৰা। দেখুওৱা যে-
i) OB=OC Ans: দিয়া আছে, AB=AC
<B=<C
1/2<B=1/2 <C
<OBC=<OCB
OB=OC
ii) AO য়ে <A ক সমদ্বিখণ্ডিত কৰে।
2. ত্ৰিভূজ ABC ত AD, BC ৰ লম্ব সমদ্বিখণ্ডক (চিত্ৰ 7.30 চোৱা)। দেখুওৱা যে ABC টো সমদ্বিবাহু য'ত AB=AC|
ABD আৰু ABC ৰ পৰা
3. ABC এটা সমদ্বিবাহু ত্ৰিভূজ আৰু ইয়াৰ সমান বাহু AC আৰু AB লৈ ক্ৰমে BE আৰু CF উন্নতি অঁকা হৈছে (চিত্ৰ7.31) । দেখুওৱা যে এই উন্নতি দুডাল পৰস্পৰ সমান।
Ans: ABC সমদ্বিবাহু ত্ৰিভূজ
AB=AC
<ABC= <ACB
BEC আৰু CFB ৰ পৰা
<BEC= <CFB
BC=BC
<EBC= <FCB
BEC= CFB
BF=CE
4. ABC ত্ৰিভূজৰ AC আৰুAB বাহুলৈ টনা উন্নতি ক্ৰমে BE আৰু CF পৰস্পৰ সমান (চিত্ৰ 7.32) দেখুওৱা যে,
i) ABC =ACF
Ans: ABE আৰু ACF ৰ পৰা
BE=CF
<A=<A
<AEB= <AFC
ABE= ACF
ii) AB=AC অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভূজ।
Ans: ABE= ACF
AB=AC
ABC এটা সমদ্বিবাহু ত্ৰিভূজ
5. একেডাল ভূমি BC ৰ ওপৰত ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভূজ অঁকা হৈছে (চিত্ৰ 7.33 চোৱা)। দেখুওৱা যে <ABD=<ACD
Ans: ABC সমদ্বিবাহু
<ABC= <ACB
DC সমদ্বিবাহু
<DBC= <DCB
i+ ii <ABC+ <DBC= <ACB+ <DCB
<ABD= <ACD
6. ABC এটা সমদ্বিবাহু ত্ৰিভূজ, য'ত AB=AC| বাহু BC ক D বিন্দুলৈ এনে ভাৱে বৰ্দ্ধিত কৰা হৈছে যাতে AD=AB (চিত্ৰ 7.34 চোৱা)। দেখুওৱা যে, <BCD সমকোণ।
Ans: ABC সমদ্বিবাহু
<ABC= <ACB
AB= AC আৰু AD= AB
AC=AD
<ACD= <ADC
i+ ii <ABC= <ADC
<ABC= <ADC= <DCB
BDC ৰ পৰা
<CBD + <BDC + <DCB = 180
2 <DCB=180
<BCD= 90
7. ABC এটা সমকোণী ত্ৰিভূজ , যত <A=90 আৰু AB=AC| <B আৰু <C নিৰ্ণয় কৰা।
Ans: AB=AC
<B=<C
ABC ৰ পৰা
<A+<B+<C= 180
90+<B+<B=180
2 <B=90
<B=45+ <C
2 Comments
13.1 অৱতাৰণা
13.2 আয়তীয় ঘনক আৰু ঘনকৰ পৃষ্ঠকালি
13.3 লম্ব বৃত্তাকাৰ চুঙাৰ পৃষ্ঠকালি
13.4 লম্ব বৃত্তকাৰ শংকুৰ আয়তন
13.5 এটা গোলকৰ পৃষ্ঠকালি
13.6 আয়তীয় ঘনকৰ আয়তন
13.7 চুঙাৰ আয়তন
13.8 লম্ব বৃত্তকাৰ শংকুৰ আয়তন
13.9 গোলকৰ আয়তন
13.10 সাৰাংশ