মানৱ বিকাশ


A. Very Short Type Questions.


১) মানৱ ভূগোলৰ এটা সংজ্ঞা লিখা ।

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

২) GNP ৰ সম্পূৰ্ণ নাম কি?

৩) ভাৰতৰ বাবে উন্নয়ন মানে কি? 

৪) HDI ৰ সম্পূৰ্ণ নাম কি?

৫) UNDP ৰ সম্পূৰ্ণ নাম কি?

৬)  স্বাধীনতা মৌলিক ধাৰণাসমূহ কি কি?


B. Short Type Questions .


১) উত্তৰ ভাৰতৰ প্ৰদেশসমূহৰ মানৱ বিকাশ নিম্ন হোৱাৰ দুটা কাৰণ দৰ্শোৱা ।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

২) উন্নয়নৰ সংহত দিশটো বাখ্যা কৰা ।

৩) উন্নয়ন আৰু পৰিৱেশিক সমতাৰ মাজত সম্পৰ্ক কি?

৪) ভাৰতৰ শিশু লিংগ অনুপাত হ্ৰাস হোৱাৰ কাৰণ দৰ্শোৱা?

৫) মানৱ উন্নয়নৰ সংজ্ঞা দিয়া ।

৬) ভাৰতৰ শিশু লিংগানুপাত হ্ৰাসৰ দুটা কাৰণ বৰ্ণনা কৰা ।

৭) ভাৰতৰ ( ৰাজ্য ভিত্তিক ) অসমতাপূৰ্ণ উন্নয়ন স্তৰৰ বিষয়ে এটা চমুটোকা লিখা ।

৮) উন্নয়নৰ চিহ্নবোৰ কি কি?

৯) ভাৰতৰ পৰিকল্পনা আয়োগে যুগুত কৰা মানৱ উন্নয়ন সুচকসমূহৰ বিষয়ে এটা চমু টোকা লিখা ।

১০)স্বাস্থ্যসন্মত জীৱন এটাৰ সুচকসমূহ কি কি?

১১) ভাৰতৰ মানৱ সম্পদৰ স্থানিক তাৰতম্যৰ কাৰণস্বৰূপ প্ৰধান কাৰকসমূহ কি কি?

১২) অৰ্থনৈতিক উন্নয়নে কেনেদৰে মানৱ উন্নয়ন সূচকত প্ৰভাৱ পেলায়?

১৩) উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ মানৱ উন্নয়নৰ হাৰ কম হোৱাৰ দুটা কাৰণ আগবঢ়োৱা ।

১৪) সামাজিক সবলীকৰণৰ সূচকসমূহ  কি কি?


C. Essay Type Questions .


১) মানুহ, পৰিৱেশ আৰু উন্নয়নৰ মাজত থকা সম্বন্ধসমূহ আলোচনা কৰা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

২) ভাৰতৰ মানৱ উন্নয়ন প্ৰতিবেদনৰ বিষয়ে আলোচনা কৰা ।

৩) জনসংখ্যা, পৰিৱেশ আৰু উন্নয়নৰ মাজৰ সম্পৰ্ক আলোচনা কৰা ।

৪) ভাৰতৰ মানৱ উন্নয়নৰ বিৰোধভাস সম্বন্ধে আলোচনা কৰা ।

৫) ২০০৫ চনৰ UNDP-ৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ মানৱ এটা লেখ দিয়া ।

৬) ২০০১ চনৰ মহিলা সাক্ষৰতাৰ স্থানগত ধৰণৰ বিষয়ে আলোচনা কৰা আৰু ইয়াৰ অন্তৰালত থকা কাৰণবোৰ আলোচনা কৰা ।

৭) ভাৰতৰ মানৱ উন্নয়ন সূচকাংকৰ বিষয়ে আলোচনা কৰা ।