জনবসতি

H.S. Exam Questions .


A. Very Short Type Questions .


১) মানৱ উন্নয়ন ধাৰণাটো কোনে আগবঢ়াইছিল?

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

২) জনসংখ্যা পৰিবৰ্তনৰ উপাংশবোৰ কি কি?

( এই প্ৰশ্নটো 2012 চনত আহিছিল )

৩) অৰ্দ্ধ থূপীকৃত বসতি ক'ত পোৱা যায়?

৪) থূপিকৃত বসতি বুলিলে কি বুজা?

৫) মধ্যযুগৰ দুখন নগৰৰ উদাহৰণ দিয়া ।

৬) মানুহৰ বসতি মানে কি?

৭) বিৰল বসতি ক'ত পোৱা যায়?

৮) নগৰৰ প্ৰতিটো ভাগৰে এটাকা উদাহৰণ দিয়া- খনিজাত নগৰ, প্ৰশাসনিক নগৰ, বাণিজ্যক নগৰ, গ্ৰাম্য বসতি, উদ্যোগিক নগৰ, নগৰৰক্ষী নগৰ ।

৯) থূপীকৃত বসতি ক'ত পোৱা যায়?

১০) পূৰণি নগৰৰ দুটা উদাহৰণ দিয়া ।

১১) সৰুগাঁৱৰ বসতি ক'ত পোৱা যায়?


B. Short Type Questions .


১) ঘন জনবসতিৰ দুটা প্ৰকৃতি লিখা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

২) ভাৰতত বস্তিবাসীৰ সমস্যাৱলীৰ বিষয়ে লিখা ।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

৩) নগৰীয়া বস্তি অঞ্চলৰ সম্বন্ধে চমুকৈ লিখা ।

( এই প্ৰশ্নটো 2013 চনত আহিছিল )

৪) উত্তৰ-পূৱ ভাৰতৰ ছয়খন প্ৰশাসনীয় চহৰৰ নাম লিখা ।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

৫) আকৃতিৰ ওপৰত ভিত্তি কৰি নগৰসমূহক ভাগ কৰা ।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

৬) ভাৰতৰ ৬টা প্ৰশাসনীয় নগৰ আৰু চহৰৰ নাম লিখা ।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

৭) ভাৰতৰ দুটা মেট্ৰপলিটান মহানগৰৰ নাম লিখা ।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

৮) গ্ৰাম্য বসতিৰ মুখ্য প্ৰকৃতিসমূহ চমুকৈ আলোচনা কৰা ।

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

৯) প্ৰায় সকলোবোৰ মহানগৰ কিয় নদীৰ পাৰত বা উপকূলীয় অঞ্চলত দেখিবলৈ পোৱা যায়? প্ৰধান কাৰণসমূহ দৰ্শোৱা?

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

 ১০) গ্ৰাম্য বসতিৰ বিভিন্ন ভাগসমূহ কি কি?

 ১১) বসতিৰ আকাৰ আৰু ধৰণৰ বিষয়ে এটা টোকা লিখা ।

 ১২) মৰুভূমি অঞ্চলত গাওঁ  এখনৰ অৱস্থিতি নিৰ্ধাৰণ ৰা কৰাকসমূহ কি কি?
 
 ১২) নগৰৰক্ষী নগৰ কি? ইহঁতৰ কাম কি?

 ১৩) গ্ৰম্য আৰু নগৰীয়া বসতিৰ মাজত যোগসূত্ৰ স্থাপন কৰা ।

 ১৪) গ্ৰাম্য আৰু নগৰ বসতিৰ মৌলিক পাৰ্থক্যসমূহ কি?

 ১৫) কেনেদৰে এটা নগৰপুঞ্জ চিনাক্ত কৰিব পাৰি?

 ১৬)  মেট্ৰ'পলিটান নগৰ মানে কি? কেনেকৈ ইয়াক নগৰপুঞ্জীৰ পৰা পৃথক কৰিব পাৰি?

 ১৭) ভাৰতৰ গ্ৰাম্য বসতিৰ বিভিন্ন বিভাগৰ কোনবোৰ কাৰকৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হৈছে?