অধ্যায় ৬
Chapter 6
মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদৰ্শন
প্রশ্নাৱলীঃ
১। আচৰণ কি ? কোনবােৰ দিশৰ ওপৰত মানৱ আচৰণে ভিত্তি কৰে ।
উত্তৰঃ
২। প্রয়ােজন বুলিলে কি বুজায় ? প্রয়ােজনৰ শৈক্ষিক তাৎপর্য বর্ণনা কৰা ।
উত্তৰঃ
৩। প্রেৰণা কি ? প্রেৰণাৰ শৈক্ষিক তাৎপর্য নির্ণয় কৰা ।
উত্তৰঃ
৪। অভিপ্রায় বুলিলে কি বুজায় ?
উত্তৰঃ
৫। শিশুৰ প্রয়ােজনবােৰ উল্লেখ কৰা ।
উত্তৰঃ
৬। প্রয়ােজনৰ লগত মানৱ আচৰণৰ সম্পর্ক ব্যাখ্যা কৰা ।
উত্তৰঃ
৭। প্রবৃত্তি কি ? প্রবৃত্তিৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
৮। মেকডুগালে উল্লেখ কৰা যি কোনাে আঠটা প্রবৃত্তিৰ নাম লিখা ।
উত্তৰঃ
৯। প্রবৃত্তিৰ পৰিশােধন কৰিব পাৰিনে ? প্রবৃত্তি পৰিশােধনৰ পাঁচটা উপায়ৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰঃ
১০। চমুটোকা লিখা ঃ
( ক ) প্রয়ােজন ।
উত্তৰঃ
( খ ) প্রেৰণা ।
উত্তৰঃ
( গ ) প্রবৃত্তি ।
উত্তৰঃ
( ঘ ) অভ্যাস ।
উত্তৰঃ
( ঙ ) প্রতিবর্ত ক্রিয়া।
উত্তৰঃ
( চ ) অবদমন ।
উত্তৰঃ
( ছ ) উন্নীতকৰণ ।
উত্তৰঃ
( জ ) বিৰেচন ।
উত্তৰঃ
( ঝ ) কাৰ্যৰ অব্যৱহাৰ ।
উত্তৰঃ
১১। প্রবৃত্তিৰ শৈক্ষিক মূল্য নির্ণয় কৰা ।
উত্তৰঃ
১২। আৱেগ কি ? আৱেগৰ সংজ্ঞা দিয়া ।
উত্তৰঃ
১৩। আৱেগৰ যিকোনাে চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
১৪। আৱেগ শব্দটো কোন ভাষাৰ পৰা অনা হৈছে ? মূল শব্দটো কি ?
উত্তৰঃ
১৫। তলত উল্লেখ কৰা প্রবৃত্তিবােৰৰ লগত জড়িত আৱেগবােৰ উল্লেখ কৰা ঃ
( ক ) কৌতূহল ।
( খ ) বশ্যতা ।
( গ ) পলায়ন ।
( ঘ ) অপকর্ষণ ।
( ঙ ) বাৎসল্য ।
১৬। আৱেগ আৰু প্রবৃত্তিৰ মাজত পার্থক্য নির্ণয় কৰা ।
উত্তৰঃ
১৭। অভ্যাস বুলিলে কি বুজা ? অভ্যাসৰ মূল বৈশিষ্ট্যবােৰ উল্লেখ কৰা ।
উত্তৰঃ
১৮। অভ্যাস গঠনৰ নীতিসমূহৰ বিষয়ে উল্লেখ কৰা । কু - অভ্যাস কেনেকৈ ধ্বংস কৰিবা ?
উত্তৰঃ
১৯। অভ্যাস গঠনৰ নীতিসমূহ কি কি ? উপযুক্ত উদাহৰণেৰে সৈতে সেইবােৰ ব্যাখ্যা কৰা ।
উত্তৰঃ
২০। অভ্যাসৰ বৈশিষ্ট্যবােৰ কি কি ? ভাল অভ্যাস কেনেকৈ গঠন কৰিব পাৰি লিখা ।
উত্তৰঃ