পৰিকল্পিত বিকাশৰ ৰাজনীতি

 

A. Very Short Type Question

1. When was the Planning Commission formed?

পৰিকল্পনা আয়োগ কেতিয়া গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ

2. Who is regarded as the 'Father of Green Revolution' in India?

ভাৰতবৰ্ষত 'সেউজ বিপ্লৱৰ পিতৃ' হিচাপে কাক আখ্যা দিয়া হয়?

3. At Present which institution has replaced Planning Commission in India?

বৰ্তমান সময়ত ভাৰতৰ্বষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে?


B. Short Type Questions:

1. What was Bombay Plan?

বোম্বাই পৰিকল্পনা কি আছিল?

2. Who introduced twenty point programme and why?

কুৰীদফীয়া আঁচনি কোনে আৰু কিয় আৰম্ভ কৰিছিল?

3. Mention two objectives of planning in India.

পৰিকল্পনা দুটা উদ্দেশ্য উল্লেখ কৰা।

4. Write any two objectives of planning in India.

ভাৰতত পৰিকল্পনাৰ যিকোনো দুটা উদ্দেশ্য লিখা।


C. Essay Type Questions:

1. When was the planning Commission set up in India? Discuss its role.

পৰিকল্পনা আয়োগ ভাৰতত কেতিয়া গঠন হৈছিল? পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা।

2. Discuss the main controversies around planned development in the early years of India's independence. 

 ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছােৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতর্কসমূহৰ বিষয়ে  আলােচনা কৰা। 

3. What is Green Revolution ? Discuss briefly. 

 সেউজ বিপ্লৱ কি? চমুকৈ আলােচনা কৰা।

4. Discuss the two controversies related to planning in India at the beginning. 

আৰম্ভণিৰ সময়ছােৱাত ভাৰতত পৰিকল্পনাৰ সৈতে জড়িত বিতর্ক দুটা আলােচনা কৰা।

 5. Write the main objectives of planning in India. 

ভাৰতত পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ লিখা।

6. What do you mean by Green Revolution? Discuss the consequences of Green Revolution.

সেউজ বিপ্লৱ বুলিলে কি বুজা? সেউজ বিপ্লৱৰ ফলাফলসমূহ আলােচনা কৰা।

7.  Discuss the role of Planning Commission in | India . Write the name of the organization which replaces Planning Commission now.

 ভাৰতত পৰিকল্পনা আয়ােগৰ ভূমিকা আলােচনা কৰা। বর্তমান পৰিকল্পনা আয়ােগৰ স্থানত থকা সংগঠনটোৰ নাম লিখা।

8.  State the main arguments in the debate that ! ensued between industrialization and agricultural development at the time of Second ! Five year Plan. 

 দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশৰ মাজত উদ্ভৱ হােৱা বিতর্কৰ  বর্ণনা কৰা।

9. What do you mean by Planned development ? Discuss the role of Planning Commission in the development of India. 

পৰিকল্পিত বিকাশ মানে কি বুজা ? ভাৰতৰ বিকাশত পৰিকল্পনা আয়ােগৰ ভূমিকা আলােচনা কৰা।

10.  What is Green Revolution? Discuss critically about green revolution in India. 

সেউজ বিপ্লৱ কি? ভাৰতৰ সেউজ বিপ্লৱৰ বিষয়ে সমালােচনাত্মক আলােচনা আগবঢ়োৱা। 

Additional Important Questions: 

A. Very Short Type Questions:

1. When was the National Planning committee setup in India and who was its Chairman?

ভাৰতৰ ৰাষ্ট্ৰীয় পৰিকল্পনা সমিতি কেতিয়া প্রতিষ্ঠিত হৈছিল আৰু ইয়াৰ অধ্যক্ষ কোন আছিল?

2. When and how was planning commission setup in India?

 কেতিয়া আৰু কেনেকৈ ভাৰতত পৰিকল্পনা আয়ােগ প্রতিষ্ঠিত হৈছিল?

3. What do you understand by Green Revolution?

 সেউজ বিপ্লৱ বুলিলে তুমি কি বুজা?  

4. What is meant by planned development? 

 পৰিকল্পিত উন্নয়নৰ অর্থ কি? 

6. Which Indian Thinker emphasized the planning in India and when? 

 কোন ভাৰতীয় চিন্তাবিদে কেতিয়া ভাৰতত পৰিকল্পনা উদ্ভাৱন কৰিছিল?

7. What is planning? 

 পৰিকল্পনা কি? 

8. Name the full form of POSCO 

 POSCO ৰ সম্পূৰ্ণ ৰূপটো কি? 

 9. In which year first five year plan was started?

 কোন চনত প্রথম পাচঁ বছৰীয়া পৰিকল্পনা আৰম্ভ হৈছিল? 

 10. How many five year plans have completed so far? 

 কিমানখন পাঁচ বছৰীয়া পৰিকল্পনা সম্পূর্ণ কৰা হৈছে? 

11. Mention one basic aim of the planning?  

 পৰিকল্পনাৰ এটা লক্ষ্য উল্লেখ কৰা।

 12. Who is regarded as the hero of Indian Green Revolution

 ভাৰতৰ সেউজ বিপ্লৱৰ হিৰ 'বুলি কাক জনা যায়? 

 13. When second five years plan was started? 

 দ্বিতীয় পাঁচবছৰীয়া পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? 

 14. Who had prepared the ten year plan and why? 

 দহবছৰীয়া পৰিকল্পনা কোনে আৰু কিয় প্রস্তুত কৰিছিল? 

 15. What does the term 'development' refer to? 

উন্নয়ন পৰিভাষাটোৱে কি বুজায়? 

 16. State two objectives of planning. 

 পৰিকল্পনাৰ দুটা উদ্দেশ্য দিয়া।

17. Define the term Planning. 

 পৰিকল্পনাৰ সংজ্ঞা দিয়া।  

 18. When and how was the Planning Commission set up?

 পৰিকল্পনা আয়ােগ কেতিয়া আৰু কেনেকৈ প্রতিষ্ঠা হৈছিল? 

19. State any two advantages of Planning.

পৰিকল্পনাৰ যিকোনাে দুটা সুবিধা উল্লেখ কৰা। 

 20. What is the implication of Socialism in the Indian context. 

 ভাৰতীয় প্রেক্ষাপটত সমাজবাদৰ সুফল কি?

 21. Which methods were to be followed to implement the development process in a mixed economy?

 মিশ্র অর্থনীতিত উন্নয়নমূলক ব্যৱস্থা কার্যকৰি কৰাৰ পদ্ধতিসমূহ কি কি? 

22. There were two models of development : one was liberal capitalist model, what was the other?

উন্নয়নৰ দুটা অৰ্দশ আছেঃ এটা হ'ল উদাৰ পঁজিবাদী আৰ্দশ, আনটো কি?

23. What is FYP? 

 FYP কি? 

 24. Name a large scale project which was included in the First Five Year plan. 

প্রথম পঞ্চবার্ষিক পৰিকল্পনাত অন্তর্ভুক্ত এটা বৃহৎ প্রকল্পৰ নাম লিখা।

 25. Who was the founder of Indian Statistical Institute? 

 ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠান প্রতিষ্ঠাপক কোন? 

26. On Which country had India to be dependent for food crisis? 

 খাদ্য সংকটৰ বাবে ভাৰতে কোনখন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল?

 27. Name of full form of AMUL 

 AMUL সম্পূৰ্ণ ৰূপটো কি?

 28. Who is called the ' Milkman of India'? 

 ভাৰতৰ গুৱাল’বুলি কাক কোৱা হৈছিল? 

 29. From where the idea of planning in India was drawn? 

ভাৰতত পৰিকল্পনাৰ ধাৰণাটো ক'ৰ পৰা লােৱা হৈছিল? 

30. Mention the main objective of Second Five Year Plan. 

 দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্যটো উল্লেখ কৰা।

31. How many Five year plans have been completed so far?

এই পর্যন্ত কিমানটা পঞ্চবার্ষিক পৰিকল্পনা সম্পূর্ণ হৈছে?

 32. Who is regarded as the hero of India's Green Revalution?

 ভাৰতৰ সেউজ বিপ্লৱৰ নায়ক বুলি কাক সন্মান কৰা হয়?

33. Why did India adopted Planning? 

ভাৰতে পৰিকল্পনা কিয় গ্ৰহণ কৰিছিল? 

34. Write the composition of the planning commission. 

পৰিকল্পনা আয়ােগৰ গাঁথনিটো লিখা। 

35. Who was P.C. Mahalanobis?

 পি চি মহলানবীশ কোন আছিল?

36. What is the Kerala Model?

 কেৰালা আৰ্হি কি?

37. What is plan holiday? Why some years are called plan holidays?

পৰিকল্পনা অৱকাশ দিন কি? কোনাে কোনাে বছৰক কিয় পৰিকল্পনাৰ অৱকাশ দিন বুলি কোৱা হয়? 


B. Short Type Questions: 

1. Write two main advantages of having Economic planning.

 অর্থনৈতিক পৰিকল্পনাৰ দুটা প্রধান সুবিধা লিখা।

2. Write few lines about Distributive justice. 

বিতৰণাত্মক ন্যায় সম্পর্কে কেইশাৰীমান লিখা। 

3. What was the main objective of second five year plan? 

 দ্বিতীয় পাঁচবছৰীয়া পৰিকল্পনাৰ প্রধান উদ্দেশ্য কি আছিল?

4. Explain briefly the main objectives of third five year plan. 

তৃতীয়া পাঁচবছৰীয়া পৰিকল্পনাৰ প্রধান উদ্দেশ্যসমূহ চমুকৈ ব্যাখ্যা কৰা। 

5. Write two main objectives of in tenth Five year plan. 

 দশম পাঁচবছৰীয়া পৰিকল্পনাৰ দুটা প্রধান উদ্দেশ্য লিখা।

6. What is planning commission called extra - constitutional body? 

 পৰিকল্পনা আয়ােগক কিয় অতিৰিক্ত সাংবিধানিক গােট বােলা হয়? 

7. What encouraged the policy - makers to reduce the importance of state in India's Economy from 1980s onwards? 

 ১৯৮০ চনৰ পৰা নীতি প্রনেতাসকলক ভাৰতীয় অর্থনীতিত ৰাজ্যৰ গুৰুত্ব কমকৈ দিবলৈ কিহে উৎসাহিত কৰিছিল? 

8. Write a note on mixed economy.

মিশ্ৰ অৰ্থনীতিত ওপৰত এটা চমুটোকা লিখা।

9. What is the relevance of planning in the era of market economy?

 বজাৰ অৰ্থনীতিত পৰিকল্পনাৰ প্রাসংগিকতা কি?

10. Explain the role played by the planning commission in modernization and development of India. 

ভাৰতবৰ্ষৰ উন্নয়ন আৰু আধুনিকীকৰণত পৰিকল্পনা আয়ােগৰ ভূমিকা ব্যাখ্যা কৰা।

11. How does the planning commission discharge its functions?

 পৰিকল্পনা আয়ােগে কেনেদৰে ইয়াৰ কার্য নিবাহ কৰে?

 12. What is the role of the planning commission in the socio-economic development of the country?

 দেশৰ আর্থ - সামাজিক উন্নয়নত পৰিকল্পনা আয়ােগৰ ভূমিকা কি?

 13. What were the aims of first five year plan? 

প্রথম পাঁচবছৰীয়া পৰিকল্পনাৰ লক্ষ্যসমূহ কি কি?

14. Write a note on Nehru - Mahalanobis model.

 নেহৰু -মহলানবীশৰ ধাৰণাৰ ওপৰত এটা টোকা লিখা।

15. What do you understand by decentralised planning?

 বিকেন্দ্রীভূত পৰিকল্পনা বুলিলে তুমি কি বুজা?

16. What was the Green Revolution? Mention two positive and two negative consequences of T the Green Revolution. 

 সেউজ বিপ্লৱ কি? সেউজ বিপ্লৱৰ দুটা ইতিবাচক আৰু নেতিবাচক প্রভাৱ উল্লেখ কৰা।

17. Write a note on the land reforms during the planning period.

 পৰিকল্পনাৰ সময়ছােৱাত ভূমিসংস্কাৰৰ ওপৰত এটা টোকা লিখা।

 18. What is the role of the Planning Commission in the socio - economic development of the country? 

দেশৰ আর্থ - সামাজিক উন্নয়নত পৰিকল্পনা আয়ােগৰ ভূমিকা কি? 

 19. How does the Planning Commission discharge its functions? 

 পৰিকল্পনা আয়ােগে কেনেদৰে ইয়াৰ কার্য ৰূপায়ন কৰে?

20. What is the relevance of planning in the era of market economy?

বজাৰ অৰ্থনীতিৰ যুগত পৰিকল্পনাৰ প্ৰাসংগিকতা কি? 

 21. Write a note on the White Revolution in Gujarat.

গুজৰাটৰ শ্বেত বিপ্লৱৰ ওপৰত এটা টোকা লিখা। 

 22. Why did the Orissa Villagers protest against POSCO plant? 

 উৰিষ্যাৰ গঞাই POSCO পৰিকল্পনাৰ বিৰুদ্ধে কিয় প্রতিবাদ কৰিছিল?

23. What do you mean by Left and Right party? 

 বাঁওপন্থী আৰু সোঁপন্থী দল বুলিলে কি বুজা? 

24. With which was modernization associated? 

 আধুনিকীকৰণ কিহৰ সৈতে সংযুক্ত?

25 . Government Budget is divided into two: name these two types of budget. 

চৰকাৰী বাজেট দুভাগত বিভক্তঃ এই দুই ধৰণৰ বাজেটৰ নাম লিখা। 

 26. Which special subjects were focussed throgh the 'Kerala Model? 

কেৰালা আৰ্হিৰ জৰিয়তে কি বিশেষ বিষয়ৰ ওপৰত আলােকপাত কৰা হৈছিল? 

27. What kind of policy did India adopt for ensuring food sufficiencey?

  খাদ্যৰ পর্যাপ্ততা নিশ্চিত কৰিবলৈ ভাৰতে কি ধৰণৰ নীতি গ্রহণ কৰিছিল?  

28. When was India's New Economic Policy launched who was its chif architect? 

নতুন অর্থনৈতিক নীতি কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল আৰু | T T ইয়াৰ মুখ্য স্থপতিগৰাকী কোন আছিল? 

29. What were the major outcome of Planned economy? 

 পৰিকল্পিত অর্থনীতিৰ গুৰুত্বপূর্ণ ফলাফলবােৰ কি কি? 

 30. Who had prepared the Ten year Plan and why?

  দহ বছৰীয়া পৰিকল্পনা কোনে আৰু কিয় যুগুত কৰিছিল? 

 31. What is plan budget? 

পৰিকল্পনা বাজেট কি?


 C. Essay Type Questions: 

1. Discuss about the shortcomings or limitations | T of the Green Revolution. 

সেউজ বিপ্লৱৰ সীমাবদ্ধতা সমূহ আলােচনা কৰা।

2. Describe the composition and functions of planning commission in India. 

 ভাৰতৰ পৰিকল্পনা আয়ােগৰ গঠন আৰু কার্যাৱলী বর্ণনা কৰা। 

3. What are the reasons for the deterioration of I public sector in India? 

 ভাৰতবৰ্ষত ৰাজহুৱা খণ্ডসমূহ আগতকৈ বেয়া হােৱাৰ কাৰণসমূহ কি কি? 

 4. Briefly describe the food crisis in India in 1960's 

 ১৯৬০ চনত ভাৰতত হােৱা খাদ্য সংকট চমুকৈ বর্ণনা কৰা। 

5.  Discuss the major achievements of planning in India. 

ভাৰতত পৰিকল্পনাৰ প্ৰধান সাফল্যসমূহ আলােচনা কৰা। 

6. Point out the impact of Green Revolution in respect of social imbalance , unbalance pattern and impact on rural employment.

ভাৰসাম্যহীনতা,অসমান ধাৰণা আৰু গ্ৰাম্য নিয়ােগৰ ক্ষেত্ৰত সেউজ বিপ্লৱৰ প্ৰভাৱ দেখুওৱা। 

7. What is the role of private sector in India?

 ভাৰতত ব্যক্তিগত খণ্ডৰ ভূমিকা কি? 

 8. What do you mean by Palnning? What is its importance for development? 

 পৰিকল্পনা বুলিলে তুমি কি বুজা? উন্নয়নৰ বাবে ইয়াৰ গুৰুত্ব কিমান?

9. Explain the First Year plan.

প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ বিষয়ে ব্যাখ্যা কৰা। 

10. Who was the architect of the second five Year plan? Discuss its goal. 

দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ স্থপতিগৰাকী কোন আছিল? ইয়াৰ লক্ষ্যৰ বিষয়ে আলােচনানা কৰা। 

11. What is private sector? How does it differ from public sector? 

 ব্যাক্তিগত খণ্ড কি? ৰাজহুৱা খণ্ডৰ পৰা ই কিদৰে পৃথক?

 12. What is Green Revalution ? How did it ! begin? 

 সেউজ বিপ্লৱ কি? ই কেনেদৰে আৰম্ভ হৈছিল?

13. Who was called the Milkman of India'? Discuss the white Revolution.

কাক ‘ভাৰতৰ গুৱাল’ বুলি কোৱা হৈছিল? শ্বেত বিপ্লৱৰ বিষয়ে আলােচনা কৰা। 

14. Discuss the differences between the Green Revolution and the White Revolution.  

সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱৰ মাজৰ পাৰ্থক্যসমূহ আলােচনা। 

 15. What is the relevance of planning in the era of market economy? 

 বজাৰ অৰ্থনীতিৰ যুগত পৰিকল্পনাৰ প্রাসংগিকতা কি?

 16. What did the Cabinet resolution of 1950 State regarding the aim of a mixed economy?  

চনৰ কেবিনেট সিদ্ধান্তটো কি আছিল? মিশ্ৰ অৰ্থনীতিৰ লক্ষ্য সম্পৰ্কে ব্যাখ্যা কৰা।

17. Give a brief outline on the process of plan formulation?

 পৰিকল্পনা যুগুত কৰাৰ প্রক্রিয়া সম্পর্কে চমুকৈ লিখা। 

 18. Write the food crisis in Bihar. 

 বিহাৰৰ খাদ্য সংকটৰ বিষয়ে লিখা।

19. Discuss the ideas of development. 

উন্নয়নৰ ধাৰণাটো আলােচনা কৰা। 

20. Discuss the decentralised Planning. 

 পৰিকল্পনাৰ বিষয়ে আলােচনা কৰা।

21. What do you mean by Land Reforms? Discuss the provisions of Land reforms. 

ভূমি সংস্কাৰ বুলিলে কি বুজা? ভূমি সংস্কাৰৰ বিধানসমূহ আলােচনা কৰা।

22. Explain the food crisis appeared in Bihar during 1965 and 1967. Give a brief account of its. 

1965 আৰু 1967 ৰসময়ছােৱাত বিহাৰত সৃষ্টি হােৱা খাদ্য সংকটৰ। বিষয়ে ব্যাখ্যা কৰা । ইয়াৰ চমু লেখ দিয়া 

23. Discuss the economic and political result of । Green Revolution? 

সেউজ বিপ্লৱৰ অর্থনৈতিক আৰু ৰাজনৈতিক ফলাফল আলােচনা কৰা। 

24. Write a note on the land Reforms during the planning period.

 পৰিকল্পনা কালৰ ভিতৰত ভূমি সংস্কাৰৰ বিষয়ে এটা টোকা লিখা।

25. Describe the machinery of planning in ! India. 

 ভাৰতৰ পৰিকল্পনা ৰূপায়ণকাৰীৰ বিষয়ে ব্যাখ্যা কৰা।