Unit 6

ভাৰতীয় দৰ্শন

Indian Philosophy

Class 11 Logic and Philosophy

Question Answer Bank


A. Very Short Type Question and Answer:


According to Buddhism how Many Steps Are There In The Way Of Cessation Of Suffer- Ing ?


১। বৌদ্ধ দৰ্শনৰ মতে দুখ নিৰোধ মাৰ্গ কেইটা?

উত্তৰঃ


২। চাৰ্বাকৰ মতে প্ৰত্যক্ষই জ্ঞানৰ একমাত্ৰ উৎস - উক্তিটো শুদ্ধনে ?

According To Carvaka Perception Is The Ony Sorrect Of Knowledge Is The Statement Correct ?

উত্তৰঃ


৩। ভাৰতীয় দৰ্শনত কেইটা সম্প্ৰদায় আছে ?

How Many Systems Are There In Indian Phi Losophy ?

উত্তৰঃ


৪। ন্যায় দৰ্শনৰ মতে শুদ্ধ জ্ঞান অৰ্জনৰ উৎসবোৰ কি কি ? 

What Are The Sources Of Valid Knowledge According To Nyaya ?

উত্তৰঃ


৫। ভাৰতীয় দৰ্শনৰ অবৈদিক সম্প্ৰদায়সমূহৰ নাম লিখা ।

Name The Non Vedic Systems Of Indnan Phi- Losophy .

উত্তৰঃ


৬। চাৰ্বাকৰ মতে জ্ঞান লাভৰ একমাত্ৰ উপায় কি ?

What Is The Only Source Of Valid Knowledge According To CarVaka ?

উত্তৰঃ


৭। বেদান্ত দৰ্শনৰ প্ৰত্যক্ষভাবে বেদৰ পৰা অহা এই উক্তিটো সঁচানে ?

The Vedanta Is a Philosophy Which Is di- rectly based On The Vedas Is The Statement True ?

উত্তৰঃ


৮। জৈন সম্প্ৰদায় এটা বৈদিক সম্প্ৰদায় হয় নে ?

Is Jaina System a Vedic System ?

উত্তৰঃ


৯। পৰাৰ্থনুমানৰ বাবে কেইটা বচনৰ প্ৰয়োজন ?

How Many Propositions Are Necessry For Pararthanumana ?

উত্তৰঃ


১০। ন্যয় দৰ্শনৰ প্ৰবৰ্তক কোন ?

Who Was The Founder Of Nyaya Philoso -Phy ?

উত্তৰঃ


১১। ভাৰতীয় দৰ্শনৰ  বৈদিক শাখাত কেইটা সম্প্ৰদায় আছে ?

How Many Systems Are There In The Vedic School Of Indian Philosophy ?

উত্তৰঃ


১২। ভাৰতীয় দৰ্শনৰ কোনটো সম্প্ৰদায়ক  লোকায়ত বুলি জনা যায় ?

Which School Of Indian Philosophy Is Known asLokayata ?

উত্তৰঃ


১৩। ভাৰতীয় দৰ্শনত অ- বৈদিক সম্প্ৰদায় কেইটা আছে ?

How Many Non Vedie Sysyems Are There In Indian Philosophy ?

উত্তৰঃ


১৪। ন্যায় দৰ্শনত কেইটা প্ৰমান স্বীকাৰ কৰা হয় ?

How Many Pramanas Are Accepted In The Nyaya System ?

উত্তৰঃ


১৫। বৈশিষিক দৰ্শনত প্ৰৱৰ্তক কোন ?

Who Is The Founder Of Vaisesika Philosophy ?

উত্তৰঃ


১৬। ন্যায় দৰ্শনৰ প্ৰতিষ্ঠাতা কোন ?

Who Is The Founder Of Nyaya Philosophy ?

উত্তৰঃ


B. Short Type Questions and Answer:

১. সংজ্ঞা দিয়া । 

Define

a. বৈদিক সম্প্ৰদায় ।

Vedic System.

b. শেষবৎ অনুমান ।

Sesavat Anumana.


২। ভাৰতীয় দৰ্শনৰ যিকোনো এটা বৈশিষ্ট উল্লেখ কৰা । 

Mention Any One Characteristic Of Indian Philosphy.


৩। ভাৰতীয় দৰ্শনৰ যিকোনো দুটা বৈদিক সম্প্ৰদায়ৰ নাম লিখা ।

Name Any Two Vedic Systems Of Indian Phi- Losophy.


৪। চমুটোকা লিখা ।

Write Short Note.

a. স্বাৰ্থানুমান আৰু পৰাৰ্থানুমান ।

Swarthanumana And Pararthanumana.

b. নিৰ্বান ।

Nirvana.

c. বৌদ্ধ দৰ্শনৰ চাৰিটা আৰ্য সত্য কি কি ?

What Are The Four Noble Truths Of Buddhism?

d. চাৰ্বাকসকলৰ অনুমান সম্পৰ্কে ধাৰনা ।

Carvaka Vicw Of Inference.

e. ভাৰতীয় দৰ্শনৰ  অবৈদিক সম্প্ৰদায়বোৰ কি কি ?

f. ব্যাখ্যা ।

g. বৈজ্ঞানিক আৰু দাৰ্শনিক অনুসন্ধান উভয়ৰে মাজত থকা তিনিটা সাধাৰন বৈশিষ্ট উল্লেখ কৰা । 

৫. পাৰ্থক্য নিৰ্ণয় কৰা । 

a. স্বাৰ্থানুমান আৰু পৰাৰ্থানুমান  ।

b. ভাৰতীয় দৰ্শনৰ বৈদিক আৰু অবৈদিক সম্প্ৰদায় ।

৬. ভাৰতীয় দৰ্শনৰ তিনিটা প্ৰধান বৈশিষ্ট উল্লেখ কৰা । 

৭. ব্যাপ্তি কি ? উদাহৰনসহ সংজ্ঞা কৰা । 

৮. ন্যায় দৰ্শনত অনুমান বুলিলে কি বুজা ?

৯. ভাৰতীয় দৰ্শনত স্বীকৃত হোৱা প্ৰমান বা জ্ঞান উপাৰ্জানৰ তিনিটা উপায়ৰ নাম উল্লেখ কৰা ।

১০. জ্ঞানমীমাংসা বিষয়ে এটা চমুটোকা লিখা ।

১১. ভাৰতীয় দৰ্শন সম্প্ৰদায় সমূহৰ শ্ৰেনী বিভাজন আগবঢোৱা ।

১২. বৈদিক আৰু অ- বৈদিক দৰ্শনৰ মাজত থকা বৈশাদৃশ্য উল্লেখ কৰা । 

১৩. ভাৰতীয় দৰ্শনৰ যি কোনো দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট ব্যাখ্য া কৰা । 

১৪. ভাৰতীয় দৰ্শনৰ দুটা সাধাৰন বৈশিষ্ট উল্লেখ কৰা । 

১৫. ভাৰতীয় দৰ্শনৰ দুটা সাধাৰন বৈশিষ্ট উল্লেখ কৰা ।


C. Essay Type Questions:

1.  Discuss the general characteristics of Indian Philosophy. 

 ভাৰতীয় দর্শনৰ সাধাৰণ বৈশিষ্ট্যবােৰ কি? আলােচনা কৰা।

2. Describe briefly the Four Noble Truths 'of I Buddhism.

 বৌদ্ধদর্শনৰ আৰ্যসত্য চাৰিটাৰ সংক্ষিপ্ত বর্ণনা কৰা। 

 3. What are eight steps of the way to the ces sation of suffering ?  দুখ নিৰােধমার্গৰ আঠোটা অংগ কি ? 

4.  According to Carvaka 'Inference is not a  source of valid knowledge ' why ? ( চার্বকৰমতে অনুমান শুদ্ধ জ্ঞানর্জনৰ উৎস নহয় কিয় ? ) 

 5 . What do you mean by Anumana in Nyaya philosophy ? Explain . Distinguish between Srartha and Parartha Anumana . ( ন্যায় দর্শনত  অনুমান বুলিলে কি বুজায় ? ব্যাখ্যা কৰা । স্বার্থ আৰু | পৰাৰ্থ অনুমানৰ পার্থক্য কি ? ) 

 6. Explain the different classification of infer ence in Nyaya Philosophy  ( ন্যায় দর্শনৰ মতে অনুমানৰ বিভিন্ন শ্রেণীবিভাজন বর্ণনা কৰা । )

 7 . State five general characteristics of Indian | Philosophy .   ভাৰতীয় দর্শনৰ পাঁচটা সাধাৰণ বৈশিষ্ট্য  উল্লেখ কৰা । 

8. Distinguish between Vedic And Non Vedic System Of Indian Philosophy. ভাৰতীয় দৰ্শনৰ বৈদিক আৰু অবৈদিক সম্প্ৰদায়ৰ মাজত পাৰ্থক্য নিৰ্ণন কৰা । 

9. Briefly Explain Any Six Common Characteris- Tics Of Indian Philosophy. ভাৰতীয় দৰ্শনৰ যিকোনো ছয়টা সাধাৰন বৈশিষ্ট চমুকৈ ব্যাখ্যা কৰা । 

10. Briefly Discuss The Nature Of Indian Philosophy.

ভাৰতীয় দৰ্শনৰ স্বৰুপ বা প্ৰকৃতি সম্বন্ধে চমু আলোচনা কৰা আগবঢ়োৱা ।

11. Define Indian Philosophy And Give Its Classifications.

ভাৰতীয়  দৰ্শনৰ অনুমানৰ সংজ্ঞা দিয়া । ইয়াৰ শ্ৰেনীবিভাজন উল্লেখ  কৰা ।

12. Discuss The Nature Of Indian Philosophy.

ভাৰতীয় দৰ্শনৰ প্ৰকৃতি সম্বন্ধেচমুকৈ আলোচনা কৰা ।


A. Very Short Type Questions :


1. What Do You Mean By Dris ?

দৃশ মানে তুমি কি বুজা ?

2. Does Indian Philosophy Mean Only Hindu Philosophy ?

ভাৰতীয় দৰ্শনে অকল হিন্দু দৰ্শনক বুজায়নে ?

3. What Is Heterodox System Of Indian Phi- Losophy ?

ভাৰতীয় দৰ্শনৰ অ- বৈদিক সম্প্ৰদায় কি ?

4. What Is The Meaning Of The Word Jaina ?

জৈন শব্দটোৰ অৰ্থ কি ?

6. How Many Sources Of Knowledge Are Recognised By The Jaina ?

জৈন সম্প্ৰদায়ে কেইটা জ্ঞানৰ উৎস স্বীকাৰ কৰিছে ?

7. Why Nyaya Philosophy Is Known As Logical Realism ?

ন্যায় দৰ্শনক কিয় তৰ্কীয় বস্তুবাদ বুলি কোৱা হয় ?

8.What Is Samavyapti ?

সমব্যাপ্তি কি ?

9. Who Is The Fouvder Of Vaisesika System ?

বৈশেষিক দৰ্শনৰ প্ৰতিষ্ঠাতা কোন ?

10. Is Abhava A Category ?

অভাৱ এটা পদাৰ্থ হয়নে ?

11. What Do You Mean By Purusa And Prakriti ?

পুৰুষ আৰু প্ৰকৃতি মানে তুমি কি বুজা ?

12. Who Is The Fouvder Of Yoga System ?

যোগ দৰ্শনৰ প্ৰতিষ্ঠাতা কোন ?

13  What Is The Root Cause Of Bondage Accord- Ing To Yoga ?

যোগ দৰ্শনৰ মতে বন্ধনৰ মূল কাৰন কি ?

14. Who Is The Founder Of Mimamsa System ?

মীমাংসা দৰ্শনক কিয় বহুত্ববাদী বা স্ওৱবাদী বুলি কোৱা হয় ?

15. Why Mimamsa Philosophy IS Called Plural- Ing To Yoga ?

মীমাংসা দৰ্শনক কিয় বহুত্ববাদী বাস্ওৱবাদী বুলি কোৱা হয় ?

16. What Is The Meaning Of Vedanta ?

বেদান্ত শব্দটোৰ অৰ্থ কি ?

17. What Is The Only Reality According To Sankara ?

শংকৰৰ মতে একমাত্ৰ সওা কি ?

18. What Is Maya ? 

মায়া কি ?

19. Why Ramanujas Vedanta Is Called VisisthadVaita Vedannta ?

ৰামানুজৰ বেদান্তক কিয় বিশিষ্টদ্বৈত বেদান্ত বুলি কোৱা হয় ?

20. What Is Non -Vedic School ?

অবৈদিক সম্প্ৰদায় কি ?

21. Which School Of Indian Philosophy Is Known As Indian Materialism ?

ভাৰতীয় দৰ্শনৰ কোনটো সম্প্ৰদায়ক ভাৰতীয় জড়বাদ বুলি জনা যায় ?

22. Do The Jainas Believe In God ?

জৈনসকলে ঈশ্বৰ বিশ্বাস কৰেনে ?

23. What Do You Mean By Pudgala ?

পূদগল মানে তুমি কি বুজা ?

24. Is Vaisesika A Pluralistic Realism ?

বৈশেষিক দৰ্শন বহুত্ববাদী বাস্তৱবাদ হয়নে ?

25. What Is Sattva ?

তত্ত্বব কি ?

26. What Is The Meaning Of Yoga ?

যোগ শব্দটোৰ অৰ্থ কি ?

27. What Is Purusa And Prakriti ?

পুৰুষ আৰু প্ৰকৃতি কি ?

28. What Are The six Pramanas According To Mimamsa ?

29. Who Said - The Word Is Unreal ?

জগৎ মিছা বুলি কোনে কৈছিল ?

30. Who Is The Founder Of Nyaya Philosophy ?

ন্যায় দৰ্শনৰ প্ৰতিষ্ঠাতা কোন ?

31. বৌদ্ধ দৰ্শন অবৈদিক নে বৈদিক দৰ্শন ?

32. Wherefrom The Word Philosophy Has Been derived ?

দৰ্শন শব্দটোৰ উৎপওি কৰ পৰা হৈছে ?

33. The Four Noble Truths Is Included Into Which Philosophy ?

চাৰি আৰ্য সত্য কোন দৰ্শনৰ অন্তৰ্ভুক্ত ?

34. What Are The Two Main Divisions Of Indisan Philosophy ?

ভাৰতীয় দৰ্শনৰ মূল শাখা দুটা কি কি ?


B. Short Type Questions :

1. Define

সংজ্ঞা লিখা ।

a. Purbavat Anumana.

পূৰ্ববৎ অনুমান ।

b. Pararthanumana.

পৰাৰ্থানুমান ।

c. Svarthanumana.

স্বাৰ্থানুমান ।

d. Satkaryavada.

সৎকাৰ্যবাদ ।

e. Indian Philosophy.

ভাৰতীয় দৰ্শন ।


2. Write Short Notes ( চমুটোকা লিখা )

a. Non- Vedic System. ( অ- বৈদিক সম্প্ৰদায় )

b. Sadadarshana (ষড় দৰ্শন )

c. Austangika Marga ( অষ্টাংগিক মাৰ্গ )

d. Jaina System ( জৈন দৰ্শন )

e. Mimamsa System ( মীমাংসা দৰ্শন )

f. Anumana ( অনুমান )


3. Distinguish Between ( পাৰ্থক্য লিখা )

Astika And Nastika Sampradaya ( আস্তিক আৰু নাস্তিক সম্প্ৰদায় ।)

4. What Are The Four Noble Truths Of Buddha Philosophy ? ( বৌদ্ধদৰ্শনৰ চাৰিটা আৰ্য সত্য কি কি ?

5. What Is Sadadarshana ? ( ষড় দৰ্শন কি ?)

6. What Are The Austangika Marga Of Buddha Philosophy ? ( বৌদ্ধ দৰ্শনৰ অষ্টাংগিক মাৰ্গ কি কি ?

7. What Are The Valid Sources Of Knowledge According To Indian Philosophy ? ( ভাৰতীয় দৰ্শন অনুসৰি জ্ঞান অৰ্জনৰ বৈধ উপায় কেইটা ?


C. Essay Yype Questions:

1. What Is Vyapti ? Discuss The Role Of Vyapti In Nyaya Anumana. ( ব্যাপ্তি কি ? ন্যায় অনুমানত ব্যাপ্তি ভূমিকা আলোচনা কৰা ।)


2. How Is Vyapti Known ? Explain ( ব্যাপ্তি কেনেদৰে জানিব পাৰি ? ব্যাখ্যা কৰা ।)


3. How Many Vedic Schools Are There In Indian Philosophy ? Discuss In Detail. ( ভাৰতীয় দৰ্শনত কেইটা বৈদিক সম্প্ৰদায় আছে ? বহলাই আলোচনা কৰা ।)


Type-- Sumit Patar.