অনুমান  নিৰপেক্ষ ন্যায় 


A. Very Short Type Questions :

১। ( ন্যায়ৰ সিদ্ধান্তৰ বিধেয় পদটোৰ নাম কি ?)

২। ( ন্যায়ৰ কোনটো পদ দুয়োটা আশ্ৰয় বাক্যত উপস্থিত থাকে কিন্ও সিদ্ধান্তত নাথাকে ।)

৩। ( তৃতীয় সংস্থানত কেইটা বৈধ মূৰ্তি আছে । )

৪। ( ন্যায়ৰ কোনটো পদে সংস্থান নিৰ্নয় কৰে । )

৫। ( অমাধ্যম অনুমান এটা উদাহৰন দিয়া । )

৬। ( প্ৰথম সংস্থাৰ বৈধ মূৰ্তি সমূহৰ কোনটো বচন সাধ্য বচন হিচাপে ব্যৱহৃত হয় । )

৭। ( বচন সমবৰ্তন কৰিব পাৰেনে । )

৮। ( প্ৰথম সংস্থানত হেতুপদৰ অৱস্থিতি কি । )

৯। ( প্ৰথম সংস্থানত সাধ্য আশ্ৰয় বাক্যটো বিশেষ বচন হব লাগিব । এইটোৰ সত্যনে । )

১০। ( CESARE দ্বিতীয় সংস্থানৰ বৈধ মূৰ্তি হয়নে । )

১১। ( তচুৰ্থ সংস্থানত কেইটা বৈধ মূৰ্তি আছে । )

১২। ( দ্বিতীয় সংস্থানত কেইটা বৈধ মূতি আছে । )

১৩। ( প্ৰথম সংস্থানত পক্ষ আশ্ৰয়বাক্যটো সদৰ্থক হব লাগিব । )

১৪। ( এটা অমাধ্যম অনুমান কেইটা আধাৰা বচন থাকে । )

১৫। ( ন্যায়ৰ সংস্থানত কেনেকৈ নিৰ্দ্ধাৰন কৰা হয় । )

১৬। ( ন্যায়ৰ সিদ্ধান্তৰ উদ্দেশ্য পদটোৰ নাম কি । )

১৭। ( ন্যায়ৰ তৃতীয় সংস্থানত বৈধ মূৰ্তি কেইটা । )

১৮। ( ন্যায়ৰ সংস্থানত কেনেকৈ নিৰ্ধাৰন কৰা হয় । )

১৯। ( ন্যায়ৰ সিদ্ধান্তৰ বিধেয় পদটোৰ নাম কি ।

২০। ( আগমনত আশ্ৰয়বাক্যৰ পৰা অনিবাৰ্যভাৱে সিদ্ধান্তৰ নি ঃ সৃত হয় । এইটো সত্য নে । )

২১। ( ন্যায়ৰ দ্বিতীয় সংস্াথানত হেতুপদৰ অৱস্থিতি কি । )

২২। ( ন্যায়ৰ কোনটো পদে সংস্থান নিৰ্নয় কৰে । )

২৩। ( ন্যায়ৰ প্ৰথম সংস্থানত বৈধ মূৰ্তি কেইটা । )

২৫। ( এটা ন্যায়ৰ কেইটা বচন থাকে । )


B. Short Type Questions :

১. ( সংজ্ঞা দিয়া )

a. ( হেতু পদ )

b. ( ন্যায় ) 

c. ( অমাধ্যম অনুমান ) 

d. ( নিৰপেক্ষ ন্যায় )

e. ( সমবৰ্তন )

f. ( নিগমন অনুমান )

 g. ( প্ৰতিবৰ্তন )

 h. ( অনুমান )

 i. ( অসৰল সমবৰ্তন )


২. ( উদাহৰন দিয়া )

a. ( সৰল সমবৰ্তন )

b. ( অসৰল সমবৰ্তন )


৩. ( চমু টোকা লিখা )

a. ( সংস্থান )

b. ( নিষেধ মূলক সমবৰ্তন )

c. ( ন্যায়ৰ গঠন )

d. ( অবৈধ সাধ্যপদদোষ ।

e. ( বস্তুগত প্ৰতিবৰ্তন ।


৪। ( প্ৰতিবৰ্তনৰ দুটা নিয়ম উল্লেখ কৰা । )

৫। ( A বচনৰ সৰল সমবৰ্তন সম্ভৱনে । )

৬। ( ন্যায়ৰ দ্বিতীয় সংস্থানত বৈধ মূৰ্তি কেইটা আছে । )

৭। ( উপযুক্ত উদাহৰন সহায়ত হেতুপদৰ সংজ্ঞা দিয়া । )

৮। ( ন্যায়ৰ সংস্থান বুলিলে কি বুজা । )

৯। ( এটা ন্যায়ৰ কেইটা পদ থাকে । )

১০। ( পাৰ্থক্য নিৰূপন কৰা । )

অমাধ্যম আৰু মাধ্যম অনুমান ।

১১. ( তলত দিয়া যুক্তিবোৰৰ বৈধতা নিৰ্নয় কৰা । )

A. ( সকলো শিক্ষিত মানুহ বুধিয়ক যিহেতু তেওঁ শিক্ষিত নহয় গতিকে তেওঁ বুধিয়ক হব নোৱাৰে । )

B. ( তেওঁ চাকৰ্টো পাবই কাৰন তেওঁ এজন খেলুৱৈ আৰু অকল খেলুৱৈ সকলেহে পদটোৰ বাবে যোগ্য । )

C. ( পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে গতিকে চন্দ্ৰ সূৰ্যৰ চাৰিওফালে ঘূৰে । )

D. ( সকলো মানুহ পৰিশ্ৰমী নহয় কিন্ও তেওঁ পৰিশ্ৰমী গতিকে তেওঁ মানুহ হব নোৱাৰে । )

E. ( তেওঁ নিশ্চয় সুখী কাৰন তেওঁ এজন ধাৰ্মিক লোক আৰু কেৱল ধাৰ্মিক সকলহে সুখী । )

F. ( কেৱল গ্ৰীষ্ম প্ৰধান দেশেহে মদ তৈয়াৰ কৰে । যিহেতু স্পেইন এখন গ্ৰীষ্মপ্ৰধান দেশ গতিকে স্পেইনেও মদ উপন্ন কৰে । )

G. ( তেওঁ পৰীক্ষাত উওীৰ্ন হব কাৰন তেওঁ পৰিশ্ৰমী ছাত্ৰ আৰু কেৱল পৰিশ্ৰমী ছাত্ৰসকলেহে পৰীক্ষাত উওীৰ্ন হব পাৰে । )

H. ( সেনাপতিয়ে সেনাবাহিনীক শাসন কৰে । সেনাপতিৰ পত্নীয়ে সেনাপতিক শাসন কৰে  গতিকে সেনাপতিৰ পত্নীয়ে সেনাবাহিনীক শাসন কৰে । )


১২। ( সৰল সমৱৰ্তন আৰু অসৰল বা পৰিমিত সমৱৰ্তন পাৰ্থক্য নিৰ্নয় কৰা ।

১৩. ( নিম্নলিখিত যুক্তিবোৰ বৈধ নে অবৈধ নিৰ্নয় কৰা ।


১৪. ( তৃতীয় সংস্থানৰ দুটা বৈধ আকৃতিৰ নাম লিখা ।)

A. ( প্লেটো এৰিষ্টটলৰ শিক্ষক আছিল । চক্ৰটিছ প্লেটোৰ শিক্ষক আছিল । গতিকে চক্ৰটিছ এৰিষ্টটলৰ শিক্ষক আছিল ।  )

B. ( তেওঁ অন্ধবিশ্বাসী নহয় । সকলো অশিক্ষিত লোক অন্ধবিশ্বাসী । গতিকে তেওঁ অশিক্ষিত নহয় । )

 C. ( মোৰ হাতখনে মেজখন স্পৰ্শ কৰিছে মেজখনে মজিয়াখন স্পৰ্শ কৰিছে । গতিকে মোৰ হাতখনে মজিয়াখন স্পৰ্শ কৰিছে । )

D. ( এৰিষ্টটল এজন ডাঙৰ তৰ্কবিদ আছিল । কাৰন তেওঁ এজন দাৰ্শনিক আছিল আৰু সকলো ডাঙৰ তৰ্কবিদেই দাৰ্শনিক । )


১৫। ( এটা ন্যায়ৰ হেতুপদটোৰ ভূমিকা কি । )

১৬। ( বৈষৱসকলে হিন্দুৱেই এই বাক্যটোৰ তৰ্কবিজ্ঞানসন্মত ৰূপত প্ৰকাশ কৰি সমবৰ্তন কৰা । )

১৭। ( মানুহ মানেই মৰনশীল এই বাক্যটোৰ তৰ্কবিজ্ঞানসন্মত ৰূপত প্ৰকাশ কৰি প্ৰতিবৰ্তন কৰা । )

১৮। ( প্ৰমান কৰা যে দ্বিতীয় সংস্থানত এটা আশ্ৰয়বাক্য নঞৰ্থক হবই লাগিব । )

১৯। ( উপযুক্ত উদাহৰনসহ অনুমান সংজ্ঞা দিয়া । )

২০।  এটা ন্যায় অনুমান দুয়োটা আধাৰ বচনত উপস্থিত থকা কিন্ও সিদ্ধান্তত উপস্থিত নথকা পদটোৰ নাম কি । )

২১। ( অমাধ্যম অনুমান আৰু মাধ্যম অনুমানৰ মাজত থকা এটা পাৰ্থক্য উল্লেখ কৰা । )

২২। ( এটা ন্যায় অনুমান কেইটা পদ আৰু বচন থাকে । )

২৩। ( ন্যায়ৰ মূৰ্তি বুলিলে কি বুজা  । )

২৪। ( আগন্ওক ধাৰনা বুলিলে কি বুজা । উদাহৰন দিয়া । )

২৫। ( সংস্থানত সংজ্ঞা দিয়া । )

২৬। ( চতুৰ্থ সংস্থানৰ দুটা বৈধ মূৰ্তি নাম লিখা । )

২৭। ( বাৰবাৰাৰ উদাহৰন দিয়া । )

২৮. ( নিৰপেক্ষ ন্যায়ৰ গঠন বৰ্ননা কৰা । )

২৯। ( তলত দিয়া যুক্তিবোৰৰ যি কোনো এটাৰ বৈধতা নিৰ্নয় কৰা । )


A. ( আমি মটৰগাড়ীৰ ওপৰত নিৰ্ভৰশীল । আমাৰ মটৰগাড়ীৰবোৰ গাড়ীচালকৰ ওপৰত নিৰ্ভৰশীল । গতিকে আমি গাড়ীচালকৰ ওপৰত নিৰ্ভশীল । )

B. ( কেৱল সত লোকসকলেহে সুখী হয় । জন গতিকে জন নুখী । )


৩০। ( মাধ্যম অনুমানৰ সূত্ৰ লিখা । )

৩১। ( ন্যায়ৰ উদাহৰন দিয়া । )

৩২। ( ন্যায়ৰ প্ৰথম সংস্থান আৰু দ্বিতীয় সংস্থানৰ মাজত থকা এটা পাৰ্থক্য উল্লেখ কৰা । )

৩৩। ( কোনো মানুহ নহয় দেৱতা । এই বচনটোৰ সমবৰ্তিত বচন আৰু প্ৰতিবৰ্তিত বচন প্ৰদান কৰা । )

৩৪। ( অমিশ্ৰ নিৰপেক্ষ ন্যায়ৰ যিকোনো দুটা সাধাৰন নিয়ম উল্লেখ কৰা । )

৩৫। ( প্ৰতিবৰ্তন কি । পতিবৰ্তনৰ যিকোনো তিনিটা নিয়ম উল্লেখ কৰা । )

৩৬। ( নিম্নলিখিত ন্যায় অনুমানসমূহৰ যিকোনো এটাক তৰ্কবিজ্ঞানসন্মত ৰূপত পৰিগনিত কৰি বৈধতা পৰীক্ষা কৰা । )


A. ( সকলো মানুহ পৰিশ্ৰমী নহয় তেওঁ পৰিশ্ৰমী । গতিকে তেওঁ মানুহ নহয় । )

B. ( মোৰ হাতখনে মেজখন স্পৰ্শ কৰিছে । মেজখনে মজিয়া স্পৰ্শ কৰিছে । গতিকে মোৰ হাতখনে মজিয়া স্পৰ্শ কৰিছে । )


৩৭ ( ন্যায়ৰ সংস্থান বুলিলে কি বুজা ।

৩৮ ( নিৰপেক্ষ ন্যায়ত হেতুপদৰ ভূমিকা কি ।

৩৯ ( প্ৰথম সংস্থানৰ দুটা বৈধ মূৰ্তিৰ নাম লিখা ।

৪০ ( দুটা নিয়ম উল্লেখ কৰা ।

৪১ ( নিৰপেক্ষ ন্যায়ৰ দুটা বৈশিষ্ট লিখা ।

৪২ ( অমাধ্যম আৰু মাধ্যম অনুমানৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা ।


c. ( Essay Type Questions :

১। ( প্ৰতিবৰ্তন কাক বোলে । পতিবৰ্তনৰ নিয়ম সমূহ কি । )

২। ( ন্যায় কাক বোলে । ন্যায়ৰ বৈশিষিট্ৰবোৰ কি কি । )

৩। ( সমবৰ্তন কাক বোলে । সমবৰ্তনৰ নিয়মাৱলী কি কি সমবৰ্তন কৰা কিছুমান মানুহ সাধু । )

৪। ( ন্যায়ৰ সংস্থান বুলিলে কি বুজা ? সস্থানবোৰৰ প্ৰকাৰ কি কি ? প্ৰথম সংস্থানক কিয় পূৰ্ন সংস্থান বোলে ? )

৫। ( ন্যায়ৰ সংজ্ঞা দিয়া । ন্যায়ৰ প্ৰথম চাৰিটা নিয়মৰ উল্লেখ কৰা । )

৬। ( সমৱৰ্তন কাক বোলে ? উদাহৰনসহ বুজাই দিয়া । )

৭। ( ন্যায়ৰ বৈশিষ্ট্যসমূহ কি কি ? )

৮। ( অমিশ্ৰ নিৰপেক্ষ ন্যায়ৰ পাঁচটা সাধাৰন নিয়ম উল্লেখ কৰা ? )

৯। ( বচনৰ আধুনিক বিভাজন অনুসৰি সাধাৰন বচনৰ যিকোনো দুটা প্ৰকাৰৰ বিষেয় উপযুক্ত উদাহৰনসহ চমু  ব্যাখ্যা আগবঢ়োৱা । )

১০। ( এটা ন্যায় অনুমানত হেতু পদৰ ভূমিকা ব্যাখ্যা কৰা । )

১১ । ( এটা নিৰপেক্ষ ন্যায় অনুমানৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা । )

১২। ( নিম্নলিখিত ন্যায় অনুমানবোৰ যিকোনো এটাক তৰ্কবিজ্ঞানসন্মত ৰূপলৈ পৰিৱৰ্তন কৰি সেইটো বৈধ নে অবৈধ পৰীক্ষা কৰা ।


a. ( সকলো মানুহ পৰিশ্ৰমী নহয় কিন্তু তেওঁ পৰিশ্ৰমী । গতিকে তেওঁ মানুহ হব নোৱাৰে । )

b. ( ঈশ্বৰে মানুহ সৃষ্টি কৰিছে  মানুহে পাপ সৃষ্টি কৰিছে  গতিকে ঈশ্বৰে পাপ সৃষ্টি কৰিছে । )


১৩। ( ন্যায়ৰ সংজ্ঞা দিয়া । নিৰপেক্ষ ন্যায়ৰ তিনিটা সাধাৰন নিয়ম উল্লেখ কৰা । )

১৪। ( তলত দিয়া যুক্তিবোৰৰ যিকোনো এটাৰ বৈধতা নিৰ্নয় কৰা । )

a. (মোৰ হাতখনে মেজখন স্পৰ্শ কৰিছ । মেজখনে মজিয়া স্পৰ্শ কৰিছে । গতিকে মোৰ হাতখনে মজিয়া স্পৰ্শ কৰিছে । )

b. ( সকলো অসমীয়া বুধিয়ক । সকলো মাৰাঠী বুধিয়ক । গতিকে সকলো মাৰাঠী অসমীয়া । )


১৫। ( নিম্নলিখিত ন্যায় অনুমানসমূহৰ যিকোনো এটাক তৰ্কবিজ্ঞানসন্মত ৰূপত পৰিনত কৰি বৈধতা পৰীক্ষা কৰা ঃ )

a. ( এৰিষ্টটল এজন খ্যাতনামা তৰ্কবিদ কাৰন তেওঁ এজন দাৰ্শনিক আৰু সকলো খ্যাতনামা তৰ্কবিদেই দাৰ্শনিক । )

b. (ভগৱানে মানুহ পাপ সৃষ্টি কৰিলে গতিকে ভগৱানে পাপ সৃষ্টি কৰিলে । )


A. Very Short Type Questions :

২। ( তলত দিয়াবোৰ উওৰ কৰা )

a. ( বস্ওগত প্ৰতিবৰ্তন প্ৰকৃত  প্ৰতিবৰ্তন হয়নে ।

b. ( এটা ন্যায়ত কেইটা বচন থাকে ।

c. ( প্ৰথম সংস্খানৰ দুটা বৈধ আকৃতিৰ নাম  লিখা ।

d.( ন্যায়ৰ সিদ্ধান্তৰ উদ্দেশ্য পদটোৰ কি নাম?


B. Short Type Questions :

1. (উদাহৰন দিয়া ) ঃ

a. ( অমাধ্যম অনুমান । )

b. (প্ৰতিবৰ্তন । )

c. (সমবৰ্তন । )

d. ( মাধ্যম অনুমান । )

e. ( প্ৰথম সংস্থান । )

f. (পক্ষপদ । )

g. (হেতু পদ । )

h. (চতুস্পদী দোষ । )

i. ( সাধ্য পদ । )

j. ( ন্যায় অনুমান । )


২। ( চমুটোকা লিখা )

a. (সমবৰ্তন । )

b. (প্ৰতিবৰ্তন । )

c. (অমাধ্যম অনুমান । )

d. (ন্যায়ৰ সংস্থান । )

e. ( ন্যায়ৰ মূৰ্তি । )

f. (চতুস্পদী দোষ । )

g. ( ন্যায়ৰ সাধাৰন নিয়ম ।)

h. ( নিৰপেক্ষ ন্যায় । )

i. (অব্যাপ্ত হেতুপদ দোষ । )


৩. ( নিম্নলিখিত যুক্তিবোৰৰ সত্যাসত্য নিৰ্নয় কৰা । )

i. ( কিছুসংখ্যক মানুহ হয় পাপী । ঋষিসকল পাপী । )

ii. ( এৰিষ্টটল এজন খ্যাতনামা তৰ্কবিদ । কাৰন তেওঁ এজন দাৰ্শনিক আৰু সকলো খ্যাতনামা তৰ্কবিদেই দাৰ্শনি । )

iii. ( যিহেতু তেওঁ ভাৰতীয় গতিকে তেওঁ হিন্দু হবই । কাৰন কেৱল ভাৰতীয় সকলেই হিন্দু । )

iv. ( সকলো মানুহ পৰিশ্ৰমী নহয় । কিন্ও ৰমানন্দ পৰিশ্ৰমী গতিকে তেওঁ মানুহ হব নোৱাৰে । )

৪। ( ন্যায়ৰ প্ৰকাৰ দুটা কি কি ?

৫। ( অমাধ্যম অনুমান প্ৰকৃততে অনুমান হয়নে । )

৬। ( সকলো হয় আৰু কোনো নহয় মানে তুমি কি বুজা ? )

৭। ( প্ৰমান কৰা যে তৃতীয় সংস্থানত সিদ্ধান্তটো বিশেষ বচন হব লাগে । )

৮. ( উদাহৰন দিয়া )


a.( BARBARA ( বাৰ্বাৰা )

b. (Fallacy Of Four Terms (চতুষ্পদী দোষ )


C. Essay Type Questions:

1. ( অনুমান কাক বোলে ?অনুমানৰ বিভিন্ন প্ৰকাৰৰ কি কি ? )

2. ( নিগমন অনুমান কাক বোলে ? ইয়াৰ বৈশিষ্ট্যবোৰ কি কি ? )

3. ( আগমন অনুমান কাক বুলে ?ইয়াৰ বৈশিষ্ট্যবোৰ  কি কি ? ) 

4. ( নিগমন অনুমান আৰু আগমন অনুমানৰ পাৰ্থক্য কি কি ? )

5. ( নিগমন অনুমান কাক বোলে ? ইয়াৰ বিভিন্ন প্ৰকাৰৰবোৰ কি কি ?  )

Type Sumit Patar.