অনুমান নিৰপেক্ষ ন্যায়
A. Very Short Type Questions :
১। ( ন্যায়ৰ সিদ্ধান্তৰ বিধেয় পদটোৰ নাম কি ?)
২। ( ন্যায়ৰ কোনটো পদ দুয়োটা আশ্ৰয় বাক্যত উপস্থিত থাকে কিন্ও সিদ্ধান্তত নাথাকে ।)
৩। ( তৃতীয় সংস্থানত কেইটা বৈধ মূৰ্তি আছে । )
৪। ( ন্যায়ৰ কোনটো পদে সংস্থান নিৰ্নয় কৰে । )
৫। ( অমাধ্যম অনুমান এটা উদাহৰন দিয়া । )
৬। ( প্ৰথম সংস্থাৰ বৈধ মূৰ্তি সমূহৰ কোনটো বচন সাধ্য বচন হিচাপে ব্যৱহৃত হয় । )
৭। ( বচন সমবৰ্তন কৰিব পাৰেনে । )
৮। ( প্ৰথম সংস্থানত হেতুপদৰ অৱস্থিতি কি । )
৯। ( প্ৰথম সংস্থানত সাধ্য আশ্ৰয় বাক্যটো বিশেষ বচন হব লাগিব । এইটোৰ সত্যনে । )
১০। ( CESARE দ্বিতীয় সংস্থানৰ বৈধ মূৰ্তি হয়নে । )
১১। ( তচুৰ্থ সংস্থানত কেইটা বৈধ মূৰ্তি আছে । )
১২। ( দ্বিতীয় সংস্থানত কেইটা বৈধ মূতি আছে । )
১৩। ( প্ৰথম সংস্থানত পক্ষ আশ্ৰয়বাক্যটো সদৰ্থক হব লাগিব । )
১৪। ( এটা অমাধ্যম অনুমান কেইটা আধাৰা বচন থাকে । )
১৫। ( ন্যায়ৰ সংস্থানত কেনেকৈ নিৰ্দ্ধাৰন কৰা হয় । )
১৬। ( ন্যায়ৰ সিদ্ধান্তৰ উদ্দেশ্য পদটোৰ নাম কি । )
১৭। ( ন্যায়ৰ তৃতীয় সংস্থানত বৈধ মূৰ্তি কেইটা । )
১৮। ( ন্যায়ৰ সংস্থানত কেনেকৈ নিৰ্ধাৰন কৰা হয় । )
১৯। ( ন্যায়ৰ সিদ্ধান্তৰ বিধেয় পদটোৰ নাম কি ।
২০। ( আগমনত আশ্ৰয়বাক্যৰ পৰা অনিবাৰ্যভাৱে সিদ্ধান্তৰ নি ঃ সৃত হয় । এইটো সত্য নে । )
২১। ( ন্যায়ৰ দ্বিতীয় সংস্াথানত হেতুপদৰ অৱস্থিতি কি । )
২২। ( ন্যায়ৰ কোনটো পদে সংস্থান নিৰ্নয় কৰে । )
২৩। ( ন্যায়ৰ প্ৰথম সংস্থানত বৈধ মূৰ্তি কেইটা । )
২৫। ( এটা ন্যায়ৰ কেইটা বচন থাকে । )
B. Short Type Questions :
১. ( সংজ্ঞা দিয়া )
a. ( হেতু পদ )
b. ( ন্যায় )
c. ( অমাধ্যম অনুমান )
d. ( নিৰপেক্ষ ন্যায় )
e. ( সমবৰ্তন )
f. ( নিগমন অনুমান )
g. ( প্ৰতিবৰ্তন )
h. ( অনুমান )
i. ( অসৰল সমবৰ্তন )
২. ( উদাহৰন দিয়া )
a. ( সৰল সমবৰ্তন )
b. ( অসৰল সমবৰ্তন )
৩. ( চমু টোকা লিখা )
a. ( সংস্থান )
b. ( নিষেধ মূলক সমবৰ্তন )
c. ( ন্যায়ৰ গঠন )
d. ( অবৈধ সাধ্যপদদোষ ।
e. ( বস্তুগত প্ৰতিবৰ্তন ।
৪। ( প্ৰতিবৰ্তনৰ দুটা নিয়ম উল্লেখ কৰা । )
৫। ( A বচনৰ সৰল সমবৰ্তন সম্ভৱনে । )
৬। ( ন্যায়ৰ দ্বিতীয় সংস্থানত বৈধ মূৰ্তি কেইটা আছে । )
৭। ( উপযুক্ত উদাহৰন সহায়ত হেতুপদৰ সংজ্ঞা দিয়া । )
৮। ( ন্যায়ৰ সংস্থান বুলিলে কি বুজা । )
৯। ( এটা ন্যায়ৰ কেইটা পদ থাকে । )
১০। ( পাৰ্থক্য নিৰূপন কৰা । )
অমাধ্যম আৰু মাধ্যম অনুমান ।
১১. ( তলত দিয়া যুক্তিবোৰৰ বৈধতা নিৰ্নয় কৰা । )
A. ( সকলো শিক্ষিত মানুহ বুধিয়ক যিহেতু তেওঁ শিক্ষিত নহয় গতিকে তেওঁ বুধিয়ক হব নোৱাৰে । )
B. ( তেওঁ চাকৰ্টো পাবই কাৰন তেওঁ এজন খেলুৱৈ আৰু অকল খেলুৱৈ সকলেহে পদটোৰ বাবে যোগ্য । )
C. ( পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে গতিকে চন্দ্ৰ সূৰ্যৰ চাৰিওফালে ঘূৰে । )
D. ( সকলো মানুহ পৰিশ্ৰমী নহয় কিন্ও তেওঁ পৰিশ্ৰমী গতিকে তেওঁ মানুহ হব নোৱাৰে । )
E. ( তেওঁ নিশ্চয় সুখী কাৰন তেওঁ এজন ধাৰ্মিক লোক আৰু কেৱল ধাৰ্মিক সকলহে সুখী । )
F. ( কেৱল গ্ৰীষ্ম প্ৰধান দেশেহে মদ তৈয়াৰ কৰে । যিহেতু স্পেইন এখন গ্ৰীষ্মপ্ৰধান দেশ গতিকে স্পেইনেও মদ উপন্ন কৰে । )
G. ( তেওঁ পৰীক্ষাত উওীৰ্ন হব কাৰন তেওঁ পৰিশ্ৰমী ছাত্ৰ আৰু কেৱল পৰিশ্ৰমী ছাত্ৰসকলেহে পৰীক্ষাত উওীৰ্ন হব পাৰে । )
H. ( সেনাপতিয়ে সেনাবাহিনীক শাসন কৰে । সেনাপতিৰ পত্নীয়ে সেনাপতিক শাসন কৰে গতিকে সেনাপতিৰ পত্নীয়ে সেনাবাহিনীক শাসন কৰে । )
১২। ( সৰল সমৱৰ্তন আৰু অসৰল বা পৰিমিত সমৱৰ্তন পাৰ্থক্য নিৰ্নয় কৰা ।
১৩. ( নিম্নলিখিত যুক্তিবোৰ বৈধ নে অবৈধ নিৰ্নয় কৰা ।
১৪. ( তৃতীয় সংস্থানৰ দুটা বৈধ আকৃতিৰ নাম লিখা ।)
A. ( প্লেটো এৰিষ্টটলৰ শিক্ষক আছিল । চক্ৰটিছ প্লেটোৰ শিক্ষক আছিল । গতিকে চক্ৰটিছ এৰিষ্টটলৰ শিক্ষক আছিল । )
B. ( তেওঁ অন্ধবিশ্বাসী নহয় । সকলো অশিক্ষিত লোক অন্ধবিশ্বাসী । গতিকে তেওঁ অশিক্ষিত নহয় । )
C. ( মোৰ হাতখনে মেজখন স্পৰ্শ কৰিছে মেজখনে মজিয়াখন স্পৰ্শ কৰিছে । গতিকে মোৰ হাতখনে মজিয়াখন স্পৰ্শ কৰিছে । )
D. ( এৰিষ্টটল এজন ডাঙৰ তৰ্কবিদ আছিল । কাৰন তেওঁ এজন দাৰ্শনিক আছিল আৰু সকলো ডাঙৰ তৰ্কবিদেই দাৰ্শনিক । )
১৫। ( এটা ন্যায়ৰ হেতুপদটোৰ ভূমিকা কি । )
১৬। ( বৈষৱসকলে হিন্দুৱেই এই বাক্যটোৰ তৰ্কবিজ্ঞানসন্মত ৰূপত প্ৰকাশ কৰি সমবৰ্তন কৰা । )
১৭। ( মানুহ মানেই মৰনশীল এই বাক্যটোৰ তৰ্কবিজ্ঞানসন্মত ৰূপত প্ৰকাশ কৰি প্ৰতিবৰ্তন কৰা । )
১৮। ( প্ৰমান কৰা যে দ্বিতীয় সংস্থানত এটা আশ্ৰয়বাক্য নঞৰ্থক হবই লাগিব । )
১৯। ( উপযুক্ত উদাহৰনসহ অনুমান সংজ্ঞা দিয়া । )
২০। এটা ন্যায় অনুমান দুয়োটা আধাৰ বচনত উপস্থিত থকা কিন্ও সিদ্ধান্তত উপস্থিত নথকা পদটোৰ নাম কি । )
২১। ( অমাধ্যম অনুমান আৰু মাধ্যম অনুমানৰ মাজত থকা এটা পাৰ্থক্য উল্লেখ কৰা । )
২২। ( এটা ন্যায় অনুমান কেইটা পদ আৰু বচন থাকে । )
২৩। ( ন্যায়ৰ মূৰ্তি বুলিলে কি বুজা । )
২৪। ( আগন্ওক ধাৰনা বুলিলে কি বুজা । উদাহৰন দিয়া । )
২৫। ( সংস্থানত সংজ্ঞা দিয়া । )
২৬। ( চতুৰ্থ সংস্থানৰ দুটা বৈধ মূৰ্তি নাম লিখা । )
২৭। ( বাৰবাৰাৰ উদাহৰন দিয়া । )
২৮. ( নিৰপেক্ষ ন্যায়ৰ গঠন বৰ্ননা কৰা । )
২৯। ( তলত দিয়া যুক্তিবোৰৰ যি কোনো এটাৰ বৈধতা নিৰ্নয় কৰা । )
A. ( আমি মটৰগাড়ীৰ ওপৰত নিৰ্ভৰশীল । আমাৰ মটৰগাড়ীৰবোৰ গাড়ীচালকৰ ওপৰত নিৰ্ভৰশীল । গতিকে আমি গাড়ীচালকৰ ওপৰত নিৰ্ভশীল । )
B. ( কেৱল সত লোকসকলেহে সুখী হয় । জন গতিকে জন নুখী । )
৩০। ( মাধ্যম অনুমানৰ সূত্ৰ লিখা । )
৩১। ( ন্যায়ৰ উদাহৰন দিয়া । )
৩২। ( ন্যায়ৰ প্ৰথম সংস্থান আৰু দ্বিতীয় সংস্থানৰ মাজত থকা এটা পাৰ্থক্য উল্লেখ কৰা । )
৩৩। ( কোনো মানুহ নহয় দেৱতা । এই বচনটোৰ সমবৰ্তিত বচন আৰু প্ৰতিবৰ্তিত বচন প্ৰদান কৰা । )
৩৪। ( অমিশ্ৰ নিৰপেক্ষ ন্যায়ৰ যিকোনো দুটা সাধাৰন নিয়ম উল্লেখ কৰা । )
৩৫। ( প্ৰতিবৰ্তন কি । পতিবৰ্তনৰ যিকোনো তিনিটা নিয়ম উল্লেখ কৰা । )
৩৬। ( নিম্নলিখিত ন্যায় অনুমানসমূহৰ যিকোনো এটাক তৰ্কবিজ্ঞানসন্মত ৰূপত পৰিগনিত কৰি বৈধতা পৰীক্ষা কৰা । )
A. ( সকলো মানুহ পৰিশ্ৰমী নহয় তেওঁ পৰিশ্ৰমী । গতিকে তেওঁ মানুহ নহয় । )
B. ( মোৰ হাতখনে মেজখন স্পৰ্শ কৰিছে । মেজখনে মজিয়া স্পৰ্শ কৰিছে । গতিকে মোৰ হাতখনে মজিয়া স্পৰ্শ কৰিছে । )
৩৭ ( ন্যায়ৰ সংস্থান বুলিলে কি বুজা ।
৩৮ ( নিৰপেক্ষ ন্যায়ত হেতুপদৰ ভূমিকা কি ।
৩৯ ( প্ৰথম সংস্থানৰ দুটা বৈধ মূৰ্তিৰ নাম লিখা ।
৪০ ( দুটা নিয়ম উল্লেখ কৰা ।
৪১ ( নিৰপেক্ষ ন্যায়ৰ দুটা বৈশিষ্ট লিখা ।
৪২ ( অমাধ্যম আৰু মাধ্যম অনুমানৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা ।
c. ( Essay Type Questions :
১। ( প্ৰতিবৰ্তন কাক বোলে । পতিবৰ্তনৰ নিয়ম সমূহ কি । )
২। ( ন্যায় কাক বোলে । ন্যায়ৰ বৈশিষিট্ৰবোৰ কি কি । )
৩। ( সমবৰ্তন কাক বোলে । সমবৰ্তনৰ নিয়মাৱলী কি কি সমবৰ্তন কৰা কিছুমান মানুহ সাধু । )
৪। ( ন্যায়ৰ সংস্থান বুলিলে কি বুজা ? সস্থানবোৰৰ প্ৰকাৰ কি কি ? প্ৰথম সংস্থানক কিয় পূৰ্ন সংস্থান বোলে ? )
৫। ( ন্যায়ৰ সংজ্ঞা দিয়া । ন্যায়ৰ প্ৰথম চাৰিটা নিয়মৰ উল্লেখ কৰা । )
৬। ( সমৱৰ্তন কাক বোলে ? উদাহৰনসহ বুজাই দিয়া । )
৭। ( ন্যায়ৰ বৈশিষ্ট্যসমূহ কি কি ? )
৮। ( অমিশ্ৰ নিৰপেক্ষ ন্যায়ৰ পাঁচটা সাধাৰন নিয়ম উল্লেখ কৰা ? )
৯। ( বচনৰ আধুনিক বিভাজন অনুসৰি সাধাৰন বচনৰ যিকোনো দুটা প্ৰকাৰৰ বিষেয় উপযুক্ত উদাহৰনসহ চমু ব্যাখ্যা আগবঢ়োৱা । )
১০। ( এটা ন্যায় অনুমানত হেতু পদৰ ভূমিকা ব্যাখ্যা কৰা । )
১১ । ( এটা নিৰপেক্ষ ন্যায় অনুমানৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা । )
১২। ( নিম্নলিখিত ন্যায় অনুমানবোৰ যিকোনো এটাক তৰ্কবিজ্ঞানসন্মত ৰূপলৈ পৰিৱৰ্তন কৰি সেইটো বৈধ নে অবৈধ পৰীক্ষা কৰা ।
a. ( সকলো মানুহ পৰিশ্ৰমী নহয় কিন্তু তেওঁ পৰিশ্ৰমী । গতিকে তেওঁ মানুহ হব নোৱাৰে । )
b. ( ঈশ্বৰে মানুহ সৃষ্টি কৰিছে মানুহে পাপ সৃষ্টি কৰিছে গতিকে ঈশ্বৰে পাপ সৃষ্টি কৰিছে । )
১৩। ( ন্যায়ৰ সংজ্ঞা দিয়া । নিৰপেক্ষ ন্যায়ৰ তিনিটা সাধাৰন নিয়ম উল্লেখ কৰা । )
১৪। ( তলত দিয়া যুক্তিবোৰৰ যিকোনো এটাৰ বৈধতা নিৰ্নয় কৰা । )
a. (মোৰ হাতখনে মেজখন স্পৰ্শ কৰিছ । মেজখনে মজিয়া স্পৰ্শ কৰিছে । গতিকে মোৰ হাতখনে মজিয়া স্পৰ্শ কৰিছে । )
b. ( সকলো অসমীয়া বুধিয়ক । সকলো মাৰাঠী বুধিয়ক । গতিকে সকলো মাৰাঠী অসমীয়া । )
১৫। ( নিম্নলিখিত ন্যায় অনুমানসমূহৰ যিকোনো এটাক তৰ্কবিজ্ঞানসন্মত ৰূপত পৰিনত কৰি বৈধতা পৰীক্ষা কৰা ঃ )
a. ( এৰিষ্টটল এজন খ্যাতনামা তৰ্কবিদ কাৰন তেওঁ এজন দাৰ্শনিক আৰু সকলো খ্যাতনামা তৰ্কবিদেই দাৰ্শনিক । )
b. (ভগৱানে মানুহ পাপ সৃষ্টি কৰিলে গতিকে ভগৱানে পাপ সৃষ্টি কৰিলে । )
A. Very Short Type Questions :
২। ( তলত দিয়াবোৰ উওৰ কৰা )
a. ( বস্ওগত প্ৰতিবৰ্তন প্ৰকৃত প্ৰতিবৰ্তন হয়নে ।
b. ( এটা ন্যায়ত কেইটা বচন থাকে ।
c. ( প্ৰথম সংস্খানৰ দুটা বৈধ আকৃতিৰ নাম লিখা ।
d.( ন্যায়ৰ সিদ্ধান্তৰ উদ্দেশ্য পদটোৰ কি নাম?
B. Short Type Questions :
1. (উদাহৰন দিয়া ) ঃ
a. ( অমাধ্যম অনুমান । )
b. (প্ৰতিবৰ্তন । )
c. (সমবৰ্তন । )
d. ( মাধ্যম অনুমান । )
e. ( প্ৰথম সংস্থান । )
f. (পক্ষপদ । )
g. (হেতু পদ । )
h. (চতুস্পদী দোষ । )
i. ( সাধ্য পদ । )
j. ( ন্যায় অনুমান । )
২। ( চমুটোকা লিখা )
a. (সমবৰ্তন । )
b. (প্ৰতিবৰ্তন । )
c. (অমাধ্যম অনুমান । )
d. (ন্যায়ৰ সংস্থান । )
e. ( ন্যায়ৰ মূৰ্তি । )
f. (চতুস্পদী দোষ । )
g. ( ন্যায়ৰ সাধাৰন নিয়ম ।)
h. ( নিৰপেক্ষ ন্যায় । )
i. (অব্যাপ্ত হেতুপদ দোষ । )
৩. ( নিম্নলিখিত যুক্তিবোৰৰ সত্যাসত্য নিৰ্নয় কৰা । )
i. ( কিছুসংখ্যক মানুহ হয় পাপী । ঋষিসকল পাপী । )
ii. ( এৰিষ্টটল এজন খ্যাতনামা তৰ্কবিদ । কাৰন তেওঁ এজন দাৰ্শনিক আৰু সকলো খ্যাতনামা তৰ্কবিদেই দাৰ্শনি । )
iii. ( যিহেতু তেওঁ ভাৰতীয় গতিকে তেওঁ হিন্দু হবই । কাৰন কেৱল ভাৰতীয় সকলেই হিন্দু । )
iv. ( সকলো মানুহ পৰিশ্ৰমী নহয় । কিন্ও ৰমানন্দ পৰিশ্ৰমী গতিকে তেওঁ মানুহ হব নোৱাৰে । )
৪। ( ন্যায়ৰ প্ৰকাৰ দুটা কি কি ?
৫। ( অমাধ্যম অনুমান প্ৰকৃততে অনুমান হয়নে । )
৬। ( সকলো হয় আৰু কোনো নহয় মানে তুমি কি বুজা ? )
৭। ( প্ৰমান কৰা যে তৃতীয় সংস্থানত সিদ্ধান্তটো বিশেষ বচন হব লাগে । )
৮. ( উদাহৰন দিয়া )
a.( BARBARA ( বাৰ্বাৰা )
b. (Fallacy Of Four Terms (চতুষ্পদী দোষ )
C. Essay Type Questions:
1. ( অনুমান কাক বোলে ?অনুমানৰ বিভিন্ন প্ৰকাৰৰ কি কি ? )
2. ( নিগমন অনুমান কাক বোলে ? ইয়াৰ বৈশিষ্ট্যবোৰ কি কি ? )
3. ( আগমন অনুমান কাক বুলে ?ইয়াৰ বৈশিষ্ট্যবোৰ কি কি ? )
4. ( নিগমন অনুমান আৰু আগমন অনুমানৰ পাৰ্থক্য কি কি ? )
5. ( নিগমন অনুমান কাক বোলে ? ইয়াৰ বিভিন্ন প্ৰকাৰৰবোৰ কি কি ? )
Type Sumit Patar.
1 Comments