ভাৰতৰ কিছুমান ৰাজ্য আৰু চহৰৰ পুৰণি আৰু নতুন নাম । Old and new names of some states and cities of India । 


বৰ্তমান বিশ্বৰ বৃহত্তম দেশৰসমূহৰ ভিতৰত আমাৰ ভাৰতবৰ্ষ এখন বৃহত্তম দেশ। কৃষিখণ্ডৰ উন্নয়নৰ পৰা ঔদ্যোগিক উন্নয়নলৈ, বৈজ্ঞানিক উৎক্ষেপণ আৰু সাহিত্যিক সাফল্যৰ বিভিন্ন পদক্ষেপ ক্ষেত্ৰত ভাৰতবৰ্ষৰএ এক উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে । সেইবাবে ভাৰতৰ্ষৰ এখন শক্তিশালী দেশত আখ্যা লাভ কৰিছে । তুমালোকে জানানে ভাৰতৰ কিছুমান ৰাজ্য আৰু চহৰৰ পুৰণি আৰু নতুন নাম । আহাচোন আমি আলোচনা কৰো ।  

India is currently one of the largest countries in the world. India has made significant strides in various fields from agricultural development to industrial development, scientific launch and literary success. That is why India has become a powerful country. You know the old and new names of some states and cities in India. Let's discuss.

 

 

পুৰণি নাম (old Name)

 

পুৰণি নাম (old Name)

 

প্ৰাগজ্যোতিষপুৰ (Pragjyotishpur)

 

অসম (Assam)

 

কলিকতা (Calcutta)

 

লকাত (Calcutta)

 

গুজৰাটী (Gujarati)

 

গুজৰাট ( Gujarat)

 

সূৰ্য উঠা দেশ ( The land of the rising sun)

 

অৰুণাচল প্ৰদেশ (Arunachal Pradesh)

 

মিজোৰাম (Mizoram)

 

মিজোৰাম (Mizoram)

 

ব্ৰক্ষ্ম দেশ (Brahma Country)

 

ম্যানমাৰ ( Myanmar)

 

বেঙ্গালুৰু   (Bangalore)

 

বেঙ্গালুৰু (Bengaluru)

 

মাদ্ৰাজ (Madras)

 

চেন্নাই (Chennai)

 

বোম্বাই (Bombay)

 

মুম্বাই(Mumbai)

ম্যাঙ্গালোৰ (Mangalore)

ম্যাঙ্গালোৰ (Mangalore)

 

মহীশূৰ (Mysore)

 

মাইসুৰু (Mysuru)

 

কৌনপোৰ (Cawnpore)

 

কানপুৰ (Kanpur)

 

বৰোদা (Baroda)

 

ভাদোদৰা (Vadodara)

 

পটলিপুত্ৰ (Pataliputra)

 

পাটনা (Patna)

 

পন্ডিচেৰি (Pondicherry)

 

পুডুচেৰি (Puducherry)

 

পুনা (Poona)

 

পুনে (Pune)

 

ত্ৰিভেনড্ৰাম (Trivandrum)

 

তিৰুবনন্তপুৰম (Thiruvananthapuram)

 

কুইলন (Quilon)

 

কোল্লাম (Kollam)

 

অ্যালেপ্পি (Aleppey)

 

আলাপুজা (Alappuzha)

কোচিন (Cochin)

 

কোচি (Kochi)

 

ক্যালিকট (Calicut)

 

কোজিকোড (Kozhikode)

 

পালঘাট (Palghat)

 

পলককদ (Palakkad)

 

ত্ৰিচুৰ (Trichur)

 

ত্ৰিশুৰ (Thrissur)

 

ক্যানোনাৰ (Cannoneer)

 

কান্নৰ (Kannur)

 

সাকেত (Saket)

 

অযোধ্যা (Ajodhya)

 

উমৰাবতী (Umravti)

 

অমৰাবতী (Amravati)

 

তানজোৰ (Tanjore)

 

থানজাবুৰ (Thanjavur)

 

লখনৌ (Lakhnau)

 

লখনউ (Lucknow)

 

ত্ৰিচি (Trichy)

 

তিৰুচিৰপল্লি (Tiruchirappalli)

জয়পুৰ (Jeypore)

 

জয়পুৰ (Jaipur)

উড়িষ্যা (Orissa)

 

ওড়িশা (Odisha)

 

ওক্টাকামুন্ড (Ooctacamund)

 

উধগমণ্ডলম (Udhagamandalam)

 

পাঞ্জিম (Panjim)

 

পানাজী (Panaji)

 

ভিজগাপটম (Vizagapatam)

বিশাখাপত্তনম (Visakhapatnam)

বেলগাঁও (Belgaum)

 

বেলগাভি (Belagavi)

হুবিল (Hubil)

 

হুবিল (Hubballi)          

 

গুলবাৰ্গা (Gulbarga) 

কালবুৰ্গী (Kalburgi)

 

বিজিয়াপুৰ (Bjiapur)

 

বিজয়াপুৰ (ViJayapura)

 

বেনাৰস (Banaras)

 

বাৰণসী (Varanasi)      

 

 


সংগ্ৰাহকঃ অপূৰ্ব কাকতি 
collector: Apurba kakati


কোনোবাই আৰু জানিলে মন্তব্য দিয়ক । (If anyone else Know more, please comment)