অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ 



A. Very Short Type Questions:

1. When did India start its economic reform? 

 ভাৰতে কোন চনত অর্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? 

2. Who was the leader of Communist Revolution in China?

চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল? 

3. Write the full from of ASEAN. 

ASEAN ৰ সম্পূৰ্ণ ৰূপটো লিখা।

4. What do you mean by ' Open Door ' Policy?

 দুৱাৰ ’ নীতি বুলিলে তুমি কি বুজা?

B. Essay Type Question: 

1. What is meant by resource geopolitics? Mention two resources which are relevant for global politics.

সম্পদৰ ভূ-ৰাজনীতি মানে কি? বিশ্ব ৰাজনীতিত প্ৰাসংগিকতা থকা দুটা সম্পদৰ নাম উল্লেখ কৰা।

2. Write two major areas of influence of European Union.

 ইউৰােপীয় সংঘৰ প্ৰভাৱত দুটা প্রধান ক্ষেত্ৰৰ বিষয়ে লিখা।

 3. Discuss the rise of China as an economic power.

 অর্থনৈতিক শক্তি হিচাপে চীনৰ উত্থানৰ বিষয়ে আলােচনা কৰা।

 4. What are the major areas of influence of European Union Discuss in detail.

ইউৰোপীয়া সংঙইপ্ৰভাৱ বিস্তাৰ কৰা প্রধান ক্ষেত্ৰবােৰ কি? বিশদভাৱে আলােচনা কৰা।

5. Mention two major areas of influence of European Union.  ইউৰােপীয় সংঘৰ প্ৰভাৱৰ দুটা প্রধান ক্ষেত্র উল্লেখ কৰা। 

6. What is ASEAN? Discuss the three pillars of ASEAN.

 আছিয়ান ( ASEAN ) কি? আছিয়ানৰ স্তম্ভ তিনিটাৰ বিষয়ে আলােচনা কৰা। 


 Additional Important Questions 

A. Very Short Type Questions: 

 1. What do you understand by ASEAN'? 

এছিয়ান’ মানে তুমি কি বুজা?

2. Write the name of the countries which established ASEAN.  এছিয়ান’প্রতিষ্ঠা কৰা দেশবােৰৰ নাম লিখা। 

3. What is the main objective of ASEAN? 

এছিয়ান’ৰ প্রধান উদ্দেশ্য কি়?

4. Which organisation was established under Marshall plast? 

 মাৰ্শ্বাল প্লেন’ৰ অধীনত কি সংস্থা গঠন কৰা হৈছিল?

5. In which year unification of Germany took place? 

কোন চনত জাৰ্মানীৰ একত্ৰীকৰণ হৈছিল?

6. In which year china adopted 'open door' policy in economy?

কোন চনত 'চীনে অৰ্থনীতিত 'মুক্ত  দ্বাৰা' নীতি প্ৰয়োগ কৰিছিল?

7. Which country adopted 'policy?

'মুক্তদ্বাৰা' নীতি কোন দেশে প্ৰয়োগ কৰিছিল?

8. Write the name of two great powers of Asia.

এছিয়াৰ দুটা বৃহৎ শক্তিৰ নাম লিখা। 

9. Write in one sentence about problem of unemloyment in China.

 চীনৰ নিবনুৱা সমস্যাৰ বিষয়ে এটা বাক্যত লিখ। 

10. In January, 1976 which countries jojned the European community?

১৯৭৩ চনৰ জানুৱাৰীত কোন দেশে ইউৰােপীয় সম্প্রদায়ত যােগ দিছিল? 

11. In which year single market was created? 

কোন চনত একক বজাৰ সৃষ্টি হৈছিল? 

 12 . When China became a member of world trade T organisation?  চীনে কেতিয়া বিশ্ব বাণিজ্য সংস্থাৰ সদস্য হৈছিল? 

13. When European union was established? 

 ইউৰােপীয় সংঘ কেতিয়া প্রতিষ্ঠা হৈছিল? 

14. When China attacked India? 

 চীনে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? 

15. In which year China adopted the Policy of  Privatisation of agriculture?

চীনে কিমান চনত কৃষি ব্যক্তিগতকৰণ নীতি গ্রহণ কৰিছিল?

16. What is the currency of European union?

ইউৰােপীয় সংস্থাৰ মুদ্রা কি? 

17. When did 'Euro' came into operation? 

কেতিয়াৰ পৰা ইউৰােপৰ প্রচলন হয়?

18. What was Marshall plan 

মাৰ্ছেল পৰিকল্পনা কি?

19. What was 'open door ' policy of China?

চীনৰ 'মুক্তদ্বাৰ ’ নীতি কি? 

20. Write the full forms of ASEAN, ARF, EEC and OEEC.

 ASEAN , ARF , EEC আৰু OEEC ৰ সম্পূর্ণ ৰূপতো লিখা।  

21. Mention reasons for the establishment of ASEAN.

আছিয়ান প্রতিষ্ঠাৰ কাৰণসমূহ উল্লেখ কৰা। 

22. What is Bangkok Declaration?বেংকক ঘােষণা-পত্র কি? 

23. In which year ARF was established?

কোন বছৰতARF ৰ প্রতিষ্ঠা হৈছিল? 

24. China entered into bilateral relations with which major country in 1972.

 1972 চনত চীনে কোনখন ৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক সম্পর্ক স্থাপন কৰিছিল? 

 25. What do ycu mean by ' Four Modernization?

 “চাৰি আধুনিকীকৰণ” বুলিলে কি বুজা?

 26. In which year single market was created?

কোন বছৰত একক বজাৰৰ সৃষ্টি কৰা হৈছিল? 

 27. In which year the ASEAN Regional Forum was established?

 কোন বছৰত ASEAN আঞ্চলিক মঞ্চ স্থাপন কৰা হৈছিল? 

 29 . When was treaty of Meastricht Signed?

মিষ্ট্ৰিখটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? 

 30. Who was the Political and religious leader of Tibet in 1950? 

 1950 চনত তিব্বতৰ ৰাজনৈতিক আৰু ধর্মীয় নেতা কোন আছিল?


B. Short Type Questions:

 1. Write two achievements of ASEAN. 

আছিয়ানৰ দুটা উদ্দেশ্য লিখা। 

 2. Write two achievements of ASEAN. 

আছিয়ানৰ দুটা সাফল্য লিখা। 

3. Write two features of Chinese Economy. 

চীনৰ অর্থনীতিৰ দুটা বৈশিষ্ট্য লিখা।

4. Write two drawbacks of China's new economic policy. 

চীনৰ নতুন অর্থনৈতিক নীতিৰ দুটা আসোঁৱাহ লিখা।

 5. Mention two features of European Union. 

ইউৰােপীয়ান সংস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

6. Write two aims of European union.

 ইউৰােপীয়ান সংস্থাৰ দুটা লক্ষ্য লিখা। 

7. Write two weakness in European union.

 ইউৰােপীয়ান সংস্থাৰ দুটা দুর্বলতা লিখা। 

8.  Illustrate two major reason of dispute with! China. 

 চীনৰ সৈতে সংঘাতৰ দুটা প্রধান কাৰণ ব্যাখ্যা  কৰা। 

9. Explain any two causes that led to the formation of European union. 

ইউৰােপীয় সংস্থা গঠনৰ যিকোনাে দুটা কাৰণ ব্যাখ্যা কৰা।

 What do you know about European  Parliament?

ইউৰােপীয়ান সংসদৰ বিষয়ে তুমি কি জানা?


11.Write the names of organs of European union 

ইউৰােপীয় সংস্থাৰ অংসমূহৰ নাম লিখা। 

12. Write a short note on the achievement of the European Economic community.

ইউৰােপৰ অর্থনৈতিক সম্প্রদায়ৰ সাফল্যৰ ওপৰত এট চমুটোকা লিখা।

13. What were the major changes in the polices of China in 1970. 

 ১৯৭০ চনত চীনৰ নীতিসমূহত কি বৃহৎ পৰিবৰ্তন হৈছিল?

14. What are the objectives of establishing regional organisations?

 আঞ্চলিক সংগঠন প্রতিষ্ঠাৰ উদ্দেশ্যসমূহ কি আছিল? 

 15. What are the components of the ASEAN vision 2020.

 আছিয়ানৰ লক্ষ্য 2020 ৰ উপাদানবােৰ কি কি? 

 16. What are the main irritants between China and India?

চীন ভাৰতৰ মাজৰ প্রধান বিৰােধৰ বিষয়সমূহ কি কি?

 17. In what ways does the present Chinese Economy differ from its command Economy? 

 বৰ্তমানৰ চীনৰ অর্থনীতি কি কি ধৰণে ইয়াৰ আদেশ অর্থনীতিৰ পৰা পৃথক? 

 18. Discuss about india's charging relations with China.

 চীনৰ সৈতে ভাৰতৰ পৰিবৰ্তিত সম্পর্ক বিষয়ে আলােচনা কৰা। 

 19. Write short note on India-China border dis pute. 

ভাৰত-চীনৰ সীমা সমস্যাৰ ওপৰত চমুটোকা লিখা। 

20. What do you know about the membership of European Economic Community? 

 ইউৰােপীয় অর্থনৈতিক সম্প্রদায়ৰ সদস্যপদৰ বিষয়ে তুমি কি জানা?

 21. How does geographical Proximity influence the formation of regional organisations?

 ভৌগলিক  সাদৃশ্যই আঞ্চলিক সংগঠন প্রতিষ্ঠাত কেনেদৰে প্ৰভাৱ পেলায়? 

 22. What makes the European union a highly in fluential regional organisation?

ইউৰােপীয় সংঘ এটা প্রধান প্রভাবশালী আঞ্চলিক সংগঠনত পৰিণত কিহৰ বাবে হৈছিল

23 . Can Japan effectively function an alternative T? centre of power?

 জাপানে ক্ষমতাৰ এক বিকল্প কেন্দ্র হিচাপে দক্ষতাৰে কার্য কৰিব পাৰেনে?

24. India and ASEAN 

ভাৰত আৰু আছিয়ানৰ মাজৰ সম্পর্কৰ বিষয়ে লিখা।

 25. Mention the names of the permanent mumber of the UN security council from the European Union. 

ৰাষ্ট্ৰসংঘৰ ইউৰােপীয় সংঘৰ পৰা স্থায়ী সদস্য হােৱা দেশবােৰৰ নাম লিখা।

26. Do you think that European integration was sided by the cold war? How?

তুমি ভাবানে যে ইউৰােপীয় সংহতিত শীতল যুদ্ধই সহায় কৰিছিল? কেনেদৰে? 

27. Do you think that the European Union has started to act like a nation state? Give reasons. 

তুমি ভাবানে যে ইউৰােপীয় সংঘই একাজাতি ৰাষ্ট্ৰৰ দৰে কাম কৰিবলৈ লৈছে? কাৰণ দর্শোৱা।

 28. Mention the names of two ASEAN member with whom India has signed FTAS.

ভাৰতে FTAS ত স্বাক্ষৰ কৰা দুই ASEAN সদস্যৰ নাম লিখা। 

29. Mention two countries who are members of E.W.

 EW ৰ দুখন সদস্য ৰাষ্ট্রৰ নাম লিখা।

30. Mention two drawbacks of China's new economic policy.

চীনৰ নতুন অর্থনৈতিক নীতিৰ দুটা অসুবিধা লিখা।

 31. Which countries joined the E.U. in January 1995? 

 কোনখন দেশে 1995 চনৰ জানুৱাৰীত E.U. ত যােগদান কৰিছিল?

 32. In 1992 which regional organisation was formed?

 1992 চনত কোন আঞ্চলিক সংগঠন গঠিত হৈছিল?

33. In what way does the present Chinese Economy differ from its command economy.

 বর্তমানৰ চীনা অর্থনীতি কিদৰে ব্যৱহাৰিক অর্থনীতিৰ পৰা পৃথক?

 34. What is meant by Moastrichat Treaty? 

মস্ত্রিখেট সন্ধিয়ে কি বুজায়? 

35. What major challenges arose in Europe after the Second World War. 

 দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰােপত কি প্রধান প্রত্যাহ্বানৰ সৃষ্টি হৈছিল?


C. Essay Type Questions:

1. Explain about the formation of European union. 

 ইউৰােপীয় সংস্থাৰ সংগঠনৰ বিষয়ে ব্যাখ্যা কৰা।

2. How has the European Union risen to being a super - national organisation? What are its limitations?

 ইউৰােপীয় সংঘই কেনেকৈ এখন জাতীয় ৰাষ্ট্ৰ হিচাপে গঢ় ললে? ইয়াৰ সীমাৱদ্ধতাসমূহ কি কি?

3. Analyses the basis of projection of China to overtake the US as the world's largest economy by 2040. 

 ২০৪০ চনত বিশ্বৰ বৃহৎ অর্থনীতি হিচাপে আমেৰিকাক পিছ পেলাবলৈ চীনৰ নক্সাৰ ভিত্তি বিশ্লেষণ কৰা। 

4. Describe the aims and achievements of Association of South - East Asian Nations ( ASEAN )

 আছিয়ানৰ লক্ষ্য আৰু সাফল্য বর্ণনা কৰা। 

 5. Write a critical note on the charging relation ship between India and China.

  ভাৰত আৰু চীনৰ মাজৰ পৰিবৰ্তিত সম্পর্কৰ ওপৰত এটা সমালােচনাত্মক টোকা লিখা।

6. The emerging economics of China and India have great potentical to challenge the unipolar world. Do you agree with the statement ? Sub stantiate your arguments. 

 চীন আৰু ভাৰতৰ ক্ৰমে উত্থান ঘটা অর্থনীতি, এককেন্দ্রীক পৃথিৱীক প্ৰত্যাহ্বান। জনাব পৰাকৈ প্ৰচুৰ সম্ভাৱনা নিহিত হৈ আছে। এই কথাষাৰৰ লগত তুমি একমত নে ? তােমাৰ মত। যুক্তিযুক্ততা সাব্যস্ত কৰা। 

7. In what background was the ASEAN established?

কি পটভূমিত আছিয়ান প্রতিষ্ঠা হৈছিল? 

8. Examine the political and diplomatic influence T of European union.

 ইউৰােপিয়ান ইউনিয়ন ৰাজনৈতিক আৰু কূটনৈতিক প্রভাৱ পৰীক্ষা কৰা। 

9. Identify the contentions issues between China and India. How could these be resolved for greater cooperatiuon? Give your suggestions. 

 চীন আৰু ভাৰতৰ মাজৰ বিৰােধৰ বিষয়সমূহ চিহ্নিত কৰা। অধিক সহযােগিতাৰ বাবে এইবােৰ কেনেকৈ সমাধান কৰিব পৰা যাব। তােমাৰ পৰামৰ্শ আগবঢ়োৱা। 

 10. "The European Union has evolved over time 2 form an economic union to an increasing Political one. ''Elaborate. 

সময়ৰ লগে লগে ইউৰোপীয়া সংঘ এটা অর্থনৈতিক সংঘৰ পৰা এক বর্ধিত ৰাজনৈতিক সংঘলৈ বিকশি উঠিছে- ব্যাখ্যা কৰা। 

11. Mention four modernisations proposed by Zhou Enlai in China.

 চীনত ঝউ ইনলেইৰ দ্বাৰা প্রস্তাৱিত চাৰিটা আধুনিকীকৰণৰ বিষয়ে চমুকৈ আলােচনা কৰা। 

 12. Briefly discuss about the economic policy adopted by China to end stagnation. 

 স্থবিৰতা আঁতৰাবলৈ চীনে গ্ৰহণ কৰা, অর্থনৈতিক নীতিৰ বিষয়ে।  চমুকৈ আলােচনা কৰা।  

13. Do you think that the economic reforms has touched every one in China? Give reasons.

তুমি ভাবানে যে অর্থনৈতিক সংস্কাৰে চীনৰ প্ৰতিজনকে স্পর্শ কৰিছে? কাৰণ দর্শাৱা। 

 14 . Write India's stand and status in ASEAN.

 ASEAN ত ভাৰতৰ স্থিতি আৰু মর্যাদাৰ বিষয়ে লিখা।

 15. Who are the members of the ASEAN regional forum ( ARE )?

 ASE AN আঞ্চলিক মঞ্চৰ ( ARE ) সদস্যসকল কোন? 

 16. Name the six countries who signed the treaties of Rome establishing the European Economic Community ( EEC)

 ইউৰােপীয় অর্থনৈতিক সম্প্রদায় ( EEC ) গঠন কৰা ৰােমৰ সন্ধিত স্বাক্ষৰকৰা দেশ ছখনৰনাম লিখা।

 17. The Chinese President HU Jintae was in India during November 2006. Write note on the agreement signed during the visit. 

 চীনা ৰাষ্ট্রপতি হুজিনটাও 2006 চনৰনবেম্বৰত ভাৰতলৈ আহিছিল। তেওঁৰ ভ্রমণ কালত স্বাক্ষৰিত চুক্তিসমূহৰ বিষয়ে এটা টোকা লিখা।

 18. Name The pillars and the objectives of the ASEAN Community?

ASEAN সম্প্রদায়টোৰ স্তম্ভৰ |নাম আৰু উদ্দেশ্যসমূহ লিখা। 

19. List out the contributary factors which gave rec ognition to Chinese economy at the global level.

গােলকীয় স্তৰত চীনা অর্থনীতিক স্বীকৃতি প্রদান কৰা সহায়কাৰীউপাদানবােৰ লিখা। 

20. How the rise of Chniese economy became the third alternative to the world power?

অর্থনীতিৰ উথান বিশ্বশক্তিৰ প্ৰতি তৃতীয় বিকল্প হৈ পৰিছিল কিদৰে? 

21. How does geographical proximity influence the formation of regional organisation? 

 ভৌগালিক সন্নিকটে আঞ্চলিক সংগঠনৰ গঠনক প্রভাবিত কৰে কিদৰে?

22. What major Challenges arose in Europe after the Second World War?

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰােপত দেখা দিয়া প্রধান প্রত্যাহ্বানবােৰ কি কি 

 23. What is ASEAN community? Briefly discuss about the three pillars of ASEAN community.

ASEAN সম্প্রদায় কি? ( ASEAN ) সম্প্রদায়ৰ তিনিটা স্তম্ভ বিষয়ে চমুকৈ আলােচনা কৰা৷ 

 24. Briefly discuss the role of three major alternative centres of power.

ক্ষমতাৰ তিনিটা প্রধান বিকল্প কেন্দ্ৰৰ ভূমিকাৰ বিষয়ে চমুকৈ আলােচনা কৰা৷

25. What are the major areas of influence of T European Union? Discass in detail.

 কিহে ইউৰােপীয় সংঘক এক উচ্চ প্ৰভাৱশালী আঞ্চলিক সংগঠন  কৰি তুলিছে?

 28. Write about the political and diplomatic influence of EU. 

 EU ৰাজনৈতিক আৰু কূটনৈতিক প্ৰভাৱৰ বিষয়ে লিখা।

 29. In spite of the drastic economic development in China , some economic challenges still exist there . List out the challenges. 

চীনৰ দ্ৰুত অৰ্থনৈতিক বিকাশ হােৱা সত্বেও তাত এতিয়াও কিছুমান অর্থনৈতিক প্ৰত্যাহ্বান বর্তি আছে। এই প্রত্যাহ্বান সমূহ উল্লেখ কৰা। 

30. The peace and prosperity of countries lay in the establishment and strengthening of regional economic organisation . Justify the statement.

দেশসমূহৰ শান্তি আৰু সমৃদ্ধি নিহিত থাকে আঞ্চলিক অর্থনৈতিক সংগঠনৰ প্ৰতিষ্ঠা আৰুসবলীকৰণত। উক্তিটোৰ যুক্তিযুক্ততা নির্ণয় কৰা। 

30. Briefly describe recent development regarding the international dispute between India and China.

 ভাৰত আৰু চীনৰ মাজৰ শেহতীয়া আন্তঃৰাষ্ট্ৰীয় বিবাদৰ চমুকৈ ব্যাখ্যা কৰা।

 31. Though the Chiness economy has improved dramatically there are areas where development is still to reach . Mention those areas. 

 অর্থনৈতিয়ে নাটকীয়ভাৱে উন্নতি লাভ কৰিছিল তথাপি তাত এতিয়াও উন্নয়নে ঢুকি নােপােৱা ক্ষেত্র আছে। তেনে ক্ষেত্ৰবােৰ উল্লেখ কৰা।