জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ | Challenges of Nation Building | Chapter 2 | অধ্যায় ২ | HS 2nd Year Political Science Solution | Assamese Medium | Class 12 Political Science Question Answer Assam | Higher Secondary 2nd Year Political Science | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান | অধ্যাপক নায়ক, পাল, দত্ত, চক্ৰবৰ্তী

Class 12 Political Science
HS 2nd Year P. Science
অধ্যাপক নায়ক, পাল, দত্ত, চক্ৰবৰ্তী
প্রশ্নাৱলী
১। দেশ বিভাজনৰ বাবে তলত দিয়া কোনটো ভাষ্য ভুল
( a ) ভাৰত বিভাজন দ্বিজাতি তত্ত্বৰ ফল আছিল ।
( b ) পাঞ্জাৱ আৰু বংগদেশক ধৰ্মৰ ভিত্তিত ভাগ কৰা হৈছিল ।
( c ) পূর্ব পাকিস্তান আৰু পশ্চিম পাকিস্তান সংলগ্ন হৈ থকা নাছিল ।
( d ) দেশ বিভাজনৰ আঁচনিত জনসাধাৰণক দেশান্তৰ কৰাৰ এখন আঁচনি অন্তর্ভুক্ত কৰা হৈছিল ।
( a ) জুনাগড় ( b ) মণিপুৰ ( c ) মহীশুৰ ( d ) গােৱালিয়ৰ
উত্তৰঃ
৪। তলত দুটা ভাষ্য আছেঃ
বিস্ময়ঃ দেশীয় ৰাজ্যসমূহ ভাৰতৰ লগত চামিল হােৱাৰ লগে লগে গণতান্ত্রিক ব্যৱস্থা এই ৰাজ্যসমূহলৈ সম্প্রসাৰিত হয় ।
ইন্দাৰপ্ৰীতঃ “মই বিষয়টোত একমত নহয়। কাৰণ দেশীয় ৰাজ্যসমূহক ভাৰতৰ লগত চামিলকৰণৰ ক্ষেত্ৰত শক্তি প্রয়ােগ কৰা হৈছিল । গণতন্ত্র স্থাপন কৰা সম্ভৱ অকল সহমতৰ যােগেদিহে। ” দেশীয় ৰাজ্যসমূহ চামিলকৰণৰ প্রক্রিয়া তথা এই বিষয়ত দেশীয় ৰাজ্যসমূহৰ জনগণৰ প্রতিক্রিয়া সন্দৰ্ভত তােমাৰ মতামত কি ?
উত্তৰঃ
৫। নেহৰুৱে ভাৰতক ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিবলৈ কি কি যুক্তি আগবঢ়াইছিল ? এই যুক্তিসমূহ কেৱল নৈতিক আৰু আৱেগসর্বস্ব আছিল বুলি তুমি ভাবানে ? নে এই যুক্তিসমূহত কিছু বিজ্ঞতাও আছিল ?
উত্তৰঃ
৬। স্বাধীনতাৰ সময়ত ভাৰতৰ পূব আৰু পশ্চিম অঞ্চলত জাতি গঠন প্রক্রিয়াই সমুখীন হােৱা দুটা মূল পার্থক্য নির্ণয়
উত্তৰঃ
৭। ৰাজ্য পুনগঠন আয়ােগৰ কার্য কি আছিল ? ইয়াৰ মুখ্য পৰামৰ্শটো কি আছিল ?
উত্তৰঃ
৮। জাতি বুলিলে বহুলাংশে এক “ কল্পনাপ্রসূত সম্প্রদায়ক ” বুজায়— যি এক সামূহিক ইতিহাস , বিশ্বাস তথা ৰাজনৈতিক আশা-আকাংক্ষাৰ দ্বাৰা ঐক্যবদ্ধ হৈ থাকে । ভাৰতক জাতি হিচাপে প্রতিষ্ঠা কৰা বৈশিষ্ট্যসমূহ আলােচনা কৰা।