গণতান্ত্ৰিক উত্থান আৰু মৰ্চা ৰাজনীতি | Democratic Upsurge And Coalition politics | Chapter 9 | অধ্যায় ৯ | HS 2nd Year political Science Answer | Class 12 Political Science solution | Higher Secondary Second Year Political Science | দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন উত্তৰ  |


Chapter 9

Democratic Upsurge And Coalition politics

গণতান্ত্ৰিক উত্থান আৰু মৰ্চা ৰাজনীতি

প্রশ্নাবলী 


১। তলত বিশৃংখলভাৱে থােৱা ঘটনা প্রবাহ সময়ানুক্রমিকভারে সজোৱা ঃ

( a ) মণ্ডল পৰামৰ্শ আৰু সংৰক্ষণবিৰােধী সংঘাত ( b ) জনতা দল গঠন ( C ) বাবৰি মছজিদ উচ্ছেদ ( d ) ইন্দিৰা গান্ধীৰ হত্যা ( e ) ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা চৰকাৰ গঠন ( f ) গোধ্ৰা ঘটনা আৰু ইয়াৰ কাজিয়া ( g ) ইউ , পি , এ , চৰকাৰ গঠন 

উত্তৰঃ


২। তলতদ দিয়োবোৰ মিলাই লিখা

(a) ঐক্যমতৰ ৰাজনীতি

(i) চাহবানো গোচৰ

(b) জাতিভিত্তিক দল

(ii) অন্যান্য পিছপৰা জাতিৰ উত্থান (OBC’S)

(c) ব্যক্তিগত আইন আৰু লিংগবিশেষ ন্যায়

(iii) সংযুহক্ত চৰকাৰ

(d) আঞ্চলিক দলৰ বৰ্ধিত শক্তি

(iv) অৰ্থনৈতিক নাতিৰ চুক্তি


৩। ১৯৮৯ চনৰ পৰৱৰ্তী সময়ছােৱাৰ ভাৰতীয় ৰাজনীতিৰ প্রধান বিষয়সমূহ লিখা । ৰাজনৈতিক দলৰ কেনেকুৱা পৃথক গঠনে এই পার্থক্যবােৰ ধাৰণ কৰে ?

উত্তৰঃ

 

৪। মৰ্চা ৰাজনীতিৰ নতুন যুগ সূচনা হােৱাৰ ফলত ৰাজনৈতিক দলবােৰৰ মতাদর্শ গােষ্ঠীভূক্ত বা গােষ্ঠীনিৰপেক্ষ হয় । এই বিবৃতিটোৰ সপক্ষে বা বিপক্ষে কি যুক্তি তুমি আগবঢ়াবা ? 

উত্তৰঃ


৫। জৰুৰীকালীন অৱস্থাৰ পৰৱৰ্তী কালত ভাৰতীয় জনতা দলক এক শক্তিশালী দল হিচাপে আলােচনা কৰা । 

উত্তৰঃ


৬। কংগ্ৰেছ দলৰ আধিপত্য হ্রাস হােৱা সত্বেও দেশৰ ৰাজনৈতিক ব্যৱস্থাত ইয়াৰ প্ৰভাৱ বিৰাজমান। তুমি এই কথাত সন্মত নে ?-যুক্তি দর্শোৱা। 

উত্তৰঃ


৭। বহু লােকে ভাৱে যে গণতন্ত্রৰ কৃতকার্যতাৰ কাৰণে দ্বি - দলীয় ব্যৱস্থা থাকিব লাগে । কুৰি বছৰৰ ভাৰতৰ অভিজ্ঞতাৰ পৰা বৰ্তমানৰ দল ব্যৱস্থাৰ সুবিধাৰ ওপৰত এখন ৰচনা লিখা । 

উত্তৰঃ


আৰ্হি প্রশ্নাৱলী 

ৰচনাধর্মী প্রশ্নঃ

১। জনতা দলৰ নীতি আৰু আঁচনি আলােচনা কৰা 

উত্তৰঃ


২ ভাৰতীয় জনতা দলৰ নীতি আৰু আঁচনি ব্যাখ্যা কৰা 

উত্তৰঃ


৩। ভাৰতত আঞ্চলিক দলৰ গুৰুত্ব কিয় বাঢ়িছে ?

উত্তৰঃ


৪। এন.ডি.এ.ৰ নীতি আৰু আঁচনি ব্যাখ্যা কৰা । 

উত্তৰঃ


৫। “মর্চা ৰাজনীতিত ৰাজনৈতিক দলবােৰ আদৰ্শৰ ভিত্তিত গােষ্ঠীভূক্ত হােৱা নাছিল” ব্যাখ্যা কৰা । 

উত্তৰঃ


৬। ভাৰতত সংযুক্ত চৰকাৰৰ বৈশিষ্ট্যবিলাক আলােচনা কৰা 

উত্তৰঃ


৭। ভাৰতত সাম্প্রদায়িকতাবাদৰ উত্থানৰ কাৰণবােৰ কি কি ? 

উত্তৰঃ


৮। “ সাম্প্রদায়িকতাবাদ অভিশাপ ” – ইয়াক কেনেকৈ উচ্ছেদ কৰিব পাৰি ? চাৰিটা পৰামৰ্শ আগবঢ়োৱা 

উত্তৰঃ


৯। মৰ্চা চৰকাৰৰ যিকোনাে চাৰিটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ


১০। দলিত ৰাজনীতি মানে কি বুজা ? দলিত ৰাজনীতিৰ প্ৰভাৱ সম্পর্কে আলােচনা কৰা 

উত্তৰঃ


১১। পিছপৰা শ্রেণী বুলিলে কি বুজা ? পিছপৰা শ্ৰেণীৰ বাবে থকা সাংবিধানিক ব্যৱস্থাসমূহ ব্যাখ্যা কৰা 

উত্তৰঃ


চমুটোকাঃ

১। ২০১৪ ৰ লােকসভা নির্বাচন সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ


২। এন.ডি.এ.-ৰ ওপৰত চমুটোকা লিখা । 

উত্তৰঃ


৩। ইউ.পি.এ. চৰকাৰৰ ওপৰত চমুটোকা লিখা । 

উত্তৰঃ


৪। এন.ডি.এ.-ৰ প্ৰধান নীতি আৰু আঁচনিসমূহ উল্লেখ কৰা । 

উত্তৰঃ


৫। ভাৰতৰ যিকোনাে চাৰিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা ।

উত্তৰঃ


৬। জনতা দলৰ চাৰিটা প্রধান নীতি উল্লেখ কৰা । 

উত্তৰঃ


৭। জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগসমূহ চমুকৈ আলােচনা কৰা ।  

উত্তৰঃ


৮। ১৯৮৯ চনৰ পৰা ১৯৯২ চনলৈ ৰাষ্ট্রই দেখা পােৱা চাৰিটা প্রধান ঘটনা উল্লেখ কৰা ।

উত্তৰঃ


৯। ওলােমা সংসদৰ বিষয়ে চমুটোকা লিখা । 

উত্তৰঃ


১০। ভাৰতত মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ উল্লেখ কৰা । 

উত্তৰঃ


১১। সংযুক্ত চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ


অতি চমু উত্তৰৰ প্রশ্ন : 

১। কোনাে ৰাজ্যত চৰকাৰ গঠন কৰা প্রথম আঞ্চলিক দলটোৰ নাম কি ? 

উত্তৰঃ


২। ২০১৪ চনৰ নিৰ্বাচনত বি.জে.পি. - এ আৰু এন.ডি.এ. ই কিমানখনকৈ আসন লাভ কৰিছিল ? 

উত্তৰঃ


৩। ২০০৯ চনৰ নিৰ্বাচনত বি.জে.পি. - এ কিমান আৰু ইউ পি.এ. - ই কিমানখনকৈ আসন লাভ কৰিছিল ? 

উত্তৰঃ


৪। ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখা ।

উত্তৰঃ


৫। N.D.A. ৰ সম্পূৰ্ণ ৰূপটো লিখা ।

উত্তৰঃ


৬। আঞ্চলিক দলৰ উত্থানৰ তিনিটা কাৰণ লিখা । 

উত্তৰঃ


৭। সংযুক্ত ৰাজনীতিত আঞ্চলিক দলৰ বৰ্ধিত ভূমিকাৰ এটা কাৰণ ব্যাখ্যা কৰা ।

উত্তৰঃ


৮। ভাৰতৰ সন্মিলিত চৰকাৰৰ দুটা বৈশিষ্ট্য । 

উত্তৰঃ


৯। ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ


১০। আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়ােজন আছে নেকি ? তােমাৰ উত্তৰৰ সপক্ষে বা বিপক্ষে দুটা যুক্তি দিয়া । 

উত্তৰঃ


১১। মৰ্চা চৰকাৰ বুলিলে কি বুজা ? ভাৰতত পােন প্ৰথমবাৰ কেতিয়া সংযুক্ত চৰকাৰ গঠন হৈছিল ? 

উত্তৰঃ


১২। মণ্ডল আয়ােগৰ দুটা পৰামর্শ লিখা ।

উত্তৰঃ


১৩। ইউ.পি.এ. মানে কি বুজা ? 

উত্তৰঃ


বস্তুনিষ্ঠ প্রশ্নাৱলীৰ উত্তৰ দিয়া ঃ

১। ১৯৮৯ চনৰ সংযুক্ত চৰকাৰৰ প্ৰধানমন্ত্রী কোন আছিল ?

উত্তৰঃ


২। কোন বছৰত ভি.পি.সিং ক্ষমতাত অধিষ্ঠিত হৈছিল ? 

উত্তৰঃ


৩। কোন চনত জনতা দল গঠন হৈছিল ? 

উত্তৰঃ


৪। ভাৰতীয় জনতা দল কোন চনত প্রতিষ্ঠা হৈছিল ? 

উত্তৰঃ


৫। কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল ?

উত্তৰঃ


৬। ১৯৮৯ চনৰ মৰ্চা চৰকাৰৰ মূৰব্বী কোন আছিল ? 

উত্তৰঃ


৭। ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ মৰ্চা চৰকাৰসমূহৰ মূৰব্বী কোন আছিল ? 

উত্তৰঃ


৮। কোন দলে এন.ডি.এ.ৰ নেতৃত্ব দিছিল ? 

উত্তৰঃ


৯। ২০১৪ চনৰ মৰ্চা চৰকাৰৰ মুৰব্বী কোন ? 

উত্তৰঃ


১০। কেন্দ্ৰত কেতিয়াৰ পৰা মৰ্চা চৰকাৰৰ সূচনা হৈছিল ? 

উত্তৰঃ


১১। কোনটো ৰাজনৈতিক দলে হিন্দুত্বৰ আদৰ্শক অনুসৰণ কৰে ? 

উত্তৰঃ


১২। ভাৰতৰ কোনজন বিত্তমন্ত্রীয়ে নতুন অর্থনৈতিক নীতিৰ প্ৰৱৰ্তন কৰিছিল ? 

উত্তৰঃ


১৩। ২০০৯ চনত কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিছিল ? 

উত্তৰঃ


১৪। ২০১৪ চনত কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিছে ? 

উত্তৰঃ


১৫। অসমৰ বি.জে.পি , ৰ সভাপতি কোন ? 

উত্তৰঃ


১৬। বর্তমান অসমৰ চতুর্দশগৰাকী মুখ্যমন্ত্রী কোন ? 

উত্তৰঃ


১৭। উত্তৰ - পূৱ গণতান্ত্রিক মর্চা ( NEDA ) কোন তাৰিখে গঠন হৈছে ।

উত্তৰঃ


১৮। ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত বিশাল মিত্রতা ' মানে কি ?

উত্তৰঃ


খালী ঠাই পূৰ কৰা ঃ

১। ভাৰত চৰকাৰে             মণ্ডল আয়ােগ গঠন কৰিছিল ।

২। ইন্দিৰা গান্ধী আৰু কংগ্ৰেছক              সাধাৰণ নিৰ্বাচনত জনসাধাৰণে নাকচ কৰিছিল । 

৩। প্রধানমন্ত্রী               ১৯৮৪ চনৰ ৩১ তাৰিখে হত্যা কৰা হৈছিল । 

৪। সংবিধানৰ             জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা দিছে । 

৫। নৰেন্দ্ৰ মােদীয়ে               তাৰিখে ২০১৪ শাসন ভাৰ গ্ৰহণ কৰে ।



Type∶ Pallab Jyoti Bora