ভাৰতৰ বৈদেশিক সম্পৰ্ক | India's External Relations | Chapter 4 | অধ্যায় ৪ | HS 2nd Year political Science Solution | Political Science Answer Assamese Medium | Higher Secondary Second Year political Science | দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন উত্তৰ 

Chapter 4

ভাৰতৰ বৈদেশিক সম্পৰ্ক

India's External Relations


প্রশ্নাৱলী 

১। তলত উল্লেখ কৰা বাক্যবােৰ শুদ্ধ নে অশুদ্ধ’ লিখাঃ

( ক ) গােষ্ঠীনিৰপেক্ষতাই ভাৰতক আমেৰিকা আৰু ৰাছিয়াৰ পৰা সহায় পােৱাৰ অনুমতি দিব । 

উত্তৰঃ


( খ ) ওচৰ-চুবুৰীয়াৰ লগত ভাৰতৰ সম্বন্ধ আৰম্ভণিৰ পৰা বেয়া । 

উত্তৰঃ


( গ ) শীতল যুদ্ধই ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কত বাৰুকৈ প্ৰভাৱ পেলাইছে । 

উত্তৰঃ


( ঘ ) ১৯৭১ চনৰ আমেৰিকাৰ লগত হােৱা শান্তি আৰু বন্ধুত্ব হ'ল ভাৰতৰ আমেৰিকাৰ ওচৰ সম্পৰ্কৰ ফল । 

উত্তৰঃ


২। তলত দিয়াবােৰ মিলােৱা । 

(A) ১৯৫০ পৰা ১৯৬৮ চনলৈ ভাৰতৰ বৈদেশিক নীতিৰ লক্ষ/উদ্দেশ্য হ

(a) তিব্বতৰ ধৰ্মীয় নেতাৰ ভাৰতলৈ আগমন

(B)পঞ্চশীল

(b) ৰাষ্ট্ৰৰ ভৌগলিক অখণ্ডতা, সাৰ্বভৌমত্ব আৰু অৰ্থনৈতিক বিকাশ সংৰক্ষণ কৰা

(C) দালাই লামা

(c) নাম (NAM) প্ৰতিষ্ঠা কৰা

(D) বাণ্ডুং সন্মিলন

(d) শান্তিপূৰ্ণ সহঅৱস্থানৰ পাঁচটা নীতি


৩। নেহৰুৱে কিয় বৈদেশিক নীতি পৰিচালনাক স্বাধীনতাৰ এটা প্রয়ােজনীয় নির্দেশনা বুলি ভাবিছিল ? তােমাৰ সমর্থনৰ সপক্ষে দুটা কাৰণ দশোৱা । 

উত্তৰঃ


৪। “বৈদেশিক নীতি পৰিচালনা কৰা হ’ল আভ্যন্তৰীণ বাধ্যবাধকতা আৰু আন্তর্জাতিক পৰিস্থিতি এই দুটাৰ ফল” । তােমাৰ উত্তৰৰ সপক্ষে ৬০-ৰ দশকত ভাৰতৰ বৈদেশিক সম্পর্কৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ


৫। ভাৰতৰ বৈদেশিক নীতিৰ তুমি ৰাখিব খােজা দুটা কাৰক আৰু পৰিৱৰ্তন কৰিব খােজা দুটা কাৰক চিনাক্ত কৰা যদি তুমি সিদ্ধান্ত গ্রহণকাৰী হােৱা । তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া । 

উত্তৰঃ


৬। তলত দিয়াবােৰৰ চমুটোকা লিখা । 

( ক ) ভাৰতৰ পাৰমাণৱিক নীতি 

উত্তৰঃ


( খ ) বৈদেশিক নীতি সম্পর্কে ঐক্যমত 

উত্তৰঃ


৭। শান্তি আৰু সহযােগিতাৰ ভিত্তিত ভাৰতৰ বৈদেশিক নীতি ৰচিত । কিন্তু ভাৰতে ১৯৬২ চনৰ পৰা ১৯৭২ চনৰ ভিতৰত এই দহ বছৰ কালত তিনিখন যুদ্ধত অৱতীৰ্ণ হ'ব লগা হৈছিল । এইটোক তুমি বৈদেশিক নীতি অকৃতকার্য হােৱা বুলি ভাবা নে ? বা তুমি ইয়াক আন্তর্জাতিক পৰিস্থিতি বুলি ভাবা নে ? তােমাৰ উত্তৰৰ সপক্ষে কাৰণ দর্শোৱা । 

উত্তৰঃ


৮। ভাৰতৰ বৈদেশিক নীতিয়ে ভাৰত গুৰুত্বপূৰ্ণ আঞ্চলিক শক্তি হােৱাৰ ইচ্ছা প্রকাশ কৰে নে ? ১৯৭১ চনৰ বাংলাদেশ যুদ্ধৰ আলম লৈ তােমাৰ যুক্তি দাঙি ধৰা ।

উত্তৰঃ

৯। ৰাজনৈতিক নেতৃত্বই এখন দেশৰ বৈদেশিক নীতিক কেনেদৰে প্ৰভাৱিত কৰে? ভাৰতৰ বৈদেশিক নীতিৰ আলমত ব্যাখ্যা কৰা।

উত্তৰঃ


১০। ভাৰত - ৰাছিয়াৰ বন্ধুত্বৰ চুক্তিয়ে গোষ্ঠীনিৰপেক্ষ নীতিক উলাংঘা কৰিছে নেকি? তোমাৰ উত্তৰ যুক্তিৰে দিয়া 

উত্তৰঃ


১১। যদি সামৰিক শিবিৰ নাথঢাকে তেন্তে গোষ্ঠিনিৰপেক্ষ নীতিক আদৰকাৰী বুলি ভাবা নে?

উত্তৰঃ


১২। নেহেৰুৱে কিয় সামৰিক শিবিৰৰ পৰা আঁতৰি থাকিব বিচাৰিছিল?

উত্তৰঃ


আৰ্হি প্রশ্নাৱলী 

ৰচনাধর্মী প্রশ্ন 

১। ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ আলােচনা কৰা ।

উত্তৰঃ


২। ভাৰতৰ বৈদেশিক নীতি নির্ধাৰণ কৰা কাৰকবােৰ ব্যাখ্যা কৰা । 

উত্তৰঃ


৩। ভাৰতৰ বৈদেশিক নীতি নির্ধাৰণৰ আভ্যন্তৰীণ আৰু

উত্তৰঃ


 বহিঃকাৰকসমূহ আলােচনা কৰা । 

উত্তৰঃ


৪।ভাৰতৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্যসমূহৰ এখন তালিকা প্রস্তুত কৰা। 

উত্তৰঃ


৫।ভাৰতৰ বৈদেশিক নীতিৰ প্রধান নীতিসমূহ উল্লেখ কৰা । 

উত্তৰঃ


৬। পাকিস্তানৰ সৈতে ভাৰতৰ পৰিৱৰ্তনশীল সম্পর্কৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ


৭। গােষ্ঠীনিৰপেক্ষতাৰ অর্থ ব্যাখ্যা কৰা আৰু নিৰপেক্ষতাৰ পৰা ইয়াৰ পার্থক্য নির্ণয় কৰা। 

উত্তৰঃ


৮। আৰম্ভণিৰ সময়ছােৱাত ভাৰতত পৰিকল্পনাৰ সৈতে জড়িত বিতর্ক দুটা আলােচনা কৰা ।

উত্তৰঃ


৯। ভাৰতে কিয় গােষ্ঠীনিৰপেক্ষ নীতি গ্রহণ কৰিছে ?-কাৰণ দর্শোৱা । 

উত্তৰঃ


১০। ভাৰতৰ বৈদেশিক নীতিত গােষ্ঠীনিৰপেক্ষতাৰ গুৰুত্ব আলােচনা কৰা । 

উত্তৰঃ


১১। ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধৰ আলম লৈ ভাৰত-পাকিস্তানৰ সম্বন্ধ পৰীক্ষা কৰা । 

উত্তৰঃ


১২। ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি কোন আছিল ? জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্যসমূহ ব্যাখ্যা কৰা ।

উত্তৰঃ


১৩। ভাৰতৰ পাৰমাণৱিক নীতিৰ পথ প্রদর্শক হিচাপে কোন ব্যক্তিক আখ্যা দিব পাৰি ? ভাৰতৰ পাৰমাণৱিক নীতিৰ আলােচনা কৰা ।

ত্তৰঃ


চমুটোকা

১। বৈদেশিক নীতি মানে কি বুজা ? 

ত্তৰঃ


২। ভাৰতৰ বৈদেশিক নীতিৰ সাংবিধানিক ভিত্তি কি কি ? 

ত্তৰঃ


৩। ভাৰতে কিয় গােষ্ঠী - নিৰপেক্ষ নীতি গ্রহণ কৰিছিল ? আলােচনা কৰা ।

ত্তৰঃ


৪। “পঞ্চশীল” বুলিলে কি বুজা ? এই নীতিবােৰ উল্লেখ কৰা । 

ত্তৰঃ


৫। ভাৰতৰ বৈদেশিক নীতিৰ যিকোনাে চাৰিটা নীতি উল্লেখ কৰা । 

ত্তৰঃ


৬। ভাৰতৰ গােষ্ঠীনিৰপেক্ষ বৈদেশিক নীতি চমুকৈ লিখা । 

ত্তৰঃ


৭। কাশ্মীৰ সমস্যা সম্পর্কে চমুকৈ লিখা । 

ত্তৰঃ


৮। “চিমলা চুক্তি"ৰ ওপৰত এটা টোকা লিখা । 

ত্তৰঃ


৯। ভাৰতৰ বৈদেশিক নীতিৰ চাৰিটা কাৰক লিখা । 

ত্তৰঃ


১০। ভাৰতৰ বৈদেশীক নীতি নির্ধাৰণত ভৌগােলিক কাৰকৰ ভূমিকা আলােচনা কৰা ।

ত্তৰঃ

 

১১। “ ভাৰতৰ বৈদেশিক নীতি শান্তি আৰু সহযােগীতাৰ ওপৰত প্রতিষ্ঠিত ” – বুজাই লিখা । 

ত্তৰঃ


অতি চমু উত্তৰৰ প্রশ্ন :

১ । জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্রধান উদ্দেশ্য উল্লেখ কৰা । 

ত্তৰঃ


২। ভাৰতৰ আণৱিক শক্তিৰ দুটা লক্ষ্য লিখা । 

ত্তৰঃ


৩ ।ভাৰতৰ বৈদেশিক নীতিৰ দুটা মূল নীতি লিখা । 

ত্তৰঃ


8। ভাৰতৰ বৈদেশিক নীতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

ত্তৰঃ


৫। পঞ্চশীল বুলিলে কি বুজা ?

ত্তৰঃ


৬। ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ  যিকোনো দুটা কাৰণ লিখা।

ত্তৰঃ


৭। পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত থকা দুটা উদ্বিগ্নতাপূৰ্ণ দিশ উল্লেশ কৰা।

ত্তৰঃ


৮ | কার্গিল বিবাদৰ দুটা কাৰণ লিখা । 

ত্তৰঃ


3। ভাৰতৰ বৈদেশিক নীতি সম্পৰ্কীয় দুটা ৰাষ্ট্ৰ পৰিচালনাৰ নির্দেশক নীতি উল্লেখ কৰা । 

ত্তৰঃ


১০। ভাৰতৰ বৈদেশিক নীতিৰ দুটা গুৰুত্বপূর্ণ মূল নীতি উল্লেখ কৰা । 

ত্তৰঃ


বস্তুনিষ্ঠ প্রশ্নৰ উত্তৰ দিয়া : 

১। ভাৰতৰ বৈদেশিক নীতি প্রণয়নত নেহৰুৱে প্রধান গুৰুত্ব কিহৰ ওপৰত দিছিল ? 

ত্তৰঃ


২। ভাৰত আৰু চীনৰ মাজত সীমা নির্ধাৰণৰ মেকমােহন লাইন কেতিয়া নির্দিষ্ট কৰিছিল ? 

ত্তৰঃ


৩। ভাৰতৰ কোন প্রধানমন্ত্রীয়ে “পঞ্চশীল নীতি ঘােষণা কৰিছিল ? 

ত্তৰঃ


৪। চীনে ভাৰত কোন চনত আক্রমণ কৰিছিল ? 

ত্তৰঃ


৫। ভাৰতৰ বৈদেশিক নীতিৰ এটা মূল নীতি লিখা । 

ত্তৰঃ


৬। গােষ্ঠীনিৰপেক্ষ নীতিৰ জন্মদাতা কোন আছিল ? 

ত্তৰঃ


৭। গােষ্ঠীনিৰপেক্ষৰ প্রথম শীর্ষ সন্মিলন প্রথম ক'ত অনুষ্ঠিত হৈছিল? 

ত্তৰঃ


৮। “চিমলা চুক্তি" কোন চনত স্বাক্ষৰিত হৈছিল ? 

ত্তৰঃ


৯। এন.পি.টি. ( N.P.T. )-ৰ সম্পূর্ণ অর্থ কি ? 

ত্তৰঃ


১০। ভাৰতে কেতিয়া প্রথম পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল ? 

ত্তৰঃ


১১। ভাৰতৰ কোনজন প্রধানমন্ত্রীয়ে “চিমলা চুক্তি” -ত স্বাক্ষৰ কৰিছিল? 

ত্তৰঃ


১২। 1972 চনত ইন্দিৰা গান্ধী আৰু জুলফিকৰ আলী ভুট্টোৰ মাজত স্বাক্ষৰিত হােৱা চুক্তিখনৰ নাম লিখা।

ত্তৰঃ


১৩। পঞ্চশীল নীতি ভাৰতৰ প্ৰধানমন্ত্রী                  আৰু চীনৰ মুৰব্বী চৌ এন লায়ে যুটীয়াভাৱে ঘােষণা কৰিছিল । ( খালী ঠাই পূৰণ কৰা )

ত্তৰঃ


শুদ্ধ নে অশুদ্ধ লিখাঃ


১। ভাৰতে আমেৰিকাৰ লগত ৩০ বছৰৰ কীৰণে "শান্তদি আৰু নিৰাপত্তা"ৰ চুক্তি কৰিছিল ১৯৭১ চনত।

ত্তৰঃ


২। ভাৰতৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰু আৰু পাকিস্তানৰ জেনেৰেল আয়ুব খানৰ মাজত ১৯৬৬ চনৰ জানুৱাৰাী মাহত "চিমলা চুক্তি" স্বাক্ষৰিত হৈছিল।

ত্তৰঃ


৩। ৰাজীৱ গান্ধী নেহেৰুৰ পিছত চীন ভ্ৰমন কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী।

ত্তৰঃ


৪। নেহেৰু আৰু লিয়াকত চুক্তি স্বাক্ষৰিত হৈছিল ১৯৫০ চনত।


ত্তৰঃ

শুদ্ধ উত্তৰ বাছি উলিওৱা ঃ

১। গোষ্ঠিনিৰপেক্ষৰ স্থপিত আখ্যা দিয়া হয় -

(ক) পণ্ডিত নেহেৰুক

(খ) ইন্দিৰা গান্ধি 

(গ) মেৰাৰজী দেশাইক 

(ঘ) আটল বাজপেয়ীক

ত্তৰঃ


২। "বৈদেশিক নীতি হ'ল এখন দেশৰ অৰ্থনৈতিক নাীতিৰ ফল"

 ( ক ) ইন্দিৰা গান্ধীয়ে 

( খ ) জৱাহৰলাল নেহৰুৱে 

( গ ) চৰণ সিঙে 

( ঘ ) ড° মনমােহন সিঙে 

ত্তৰঃ


৩। বাণ্ডুং সন্মিলন হৈছিল-

( ক ) ১৯৫৪ চনত 

( খ ) ১৯৫৫ চনত 

( গ ) ১৯৫৬ চনত 

( ঘ ) ১৯৫৭ চনত 

ত্তৰঃ


৪। চীনে হঠাতে ভাৰত আক্ৰমণ কৰিছিল-

( ক ) ১৯৬২ চনৰ আগষ্ট মাহত 

( খ ) ১৯৬২ চনৰ চেপ্তেম্বৰ মাহত 

( গ ) ১৯৬২ চনৰ অক্টোবৰ মাহত 

( ঘ ) ১৯৬২ চনৰ নবেম্বৰ মাহত 

ত্তৰঃ


৫। ভাৰতে প্ৰথমবাৰৰ বাবে               চনত পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল । ( খালী ঠাই পূৰণ কৰা )

ত্তৰঃ