সংবিধানৰ দৰ্শন Judiciary | lesson 10 | HS 1st Year Political Science Notes and Model | Class 12 Political Science Question Answer Assamese medium | Higher Secondary First Year Pol. Science  | Political Science Solution Assam | উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন উত্তৰ | ভাৰতীয় সংবিধান | একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ সমাধান | নায়অধ্য়াপক ক পাল দত্ত চক্ৰবৰ্তী 

Lesson 10

✌সংবিধান দৰ্শন

ৰচনাধর্মী প্রশ্ন :

( ক ) পৰিয়ালৰ সম্পত্তি সমানভাৱে জীয়ৰী আৰু পুত্ৰৰ মাজত ভাগ কৰা হয়নে ?

 ( খ ) গ্রাহকৰ আহৰণ কৰা বয় - বস্তুসমূহৰ ওপৰত বিভিন্ন বিক্ৰীকৰ আছে নেকি ? 

( গ ) ধর্মীয় আদেশ কোনাে ধৰণৰ স্কুলত দিব নালাগে ।

 ( ঘ ) কোনাে ধৰণৰ ভিক্ষাৰী বা বলপূর্বক ভাবত লিপ্ত হ'ব নালাগে । 

৯। তলত উল্লেখিত কোনটো এই বাক্য সম্পূর্ণ কৰাত ব্যৱহাৰ কৰিব নােৱাৰি ? গণতান্ত্রিক ৰাষ্ট্ৰসমূহত এখন সংবিধানৰ বাবে প্রয়ােজন হয় * 

*চৰকাৰৰ সমতাসমূহৰ সীমাৱদ্ধকৰণ 

 *সংখ্যামূলক সংখ্যাগৰিষ্ঠতাৰ পৰা ৰক্ষা কৰা 

* ঔপনিবেশিকতাৰ পৰা স্বতন্ত্রতা অনা ।

 * দীর্ঘকালীন দৃষ্টিভংগী এটা পােৱাৰ বাবে আমি আমাৰ আর্থিক লােকচান ভৰিব নােৱাৰাে 

*সামাজিক পৰিৱৰ্তন অনাৰ বাবে শান্তিৰ সহায় ল'ব লাগে ।

 ১০৷ তলত সাংবিধানিক সভাৰ বিতৰ্কসমূহ অধ্যয়ন আৰু বুজাৰ বিভিন্ন পর্যায়সমূহ উল্লেখিত আছে— 

*তলৰ কোনটো বাক্যই সাংবিধানিক সভাৰ বিতৰ্কসমূহ বর্তমানেও প্রচলিত বুলি উল্লেখ কৰিছে আৰু কোনকেইটা অ - প্রচলিত ? 

*কোনকেইটাৰ স্থিতি তােমাললাকে মানি লােৱা আৰু কিয় ? 

( ক ) সৰ্বসাধাৰণ লােকে তেওঁলােকৰ জীৱিকা নির্বাহ আৰু জীৱনৰ বিভিন্ন সমস্যা সমাধানতে ব্যস্ত থাকে । তেওঁলােকে এই বিতর্কসমূহৰ বিধিগত ভাষাক বুজি নাপায় । 

( খ ) বর্তমানৰ অৱস্থা আৰু প্ৰত্যাহ্বান সংবিধান প্রস্তুত কৰা সময়তকৈ বেলেগ । সংবিধান প্রণেতাসকলে কৰা চিন্তা অধ্যয়ন কৰি আৰু সেইবােৰ বর্তমান যুগত ব্যৱহাৰ কৰি আমি অতীতটো বৰ্তমানলৈ আনিবলৈ চেষ্টা কৰাে ।

( গ ) আমাৰ বিশ্বখনক জনা বিভিন্ন পদ্ধতি আৰু বৰ্তমানৰ প্ৰত্যাহ্বানসমূহ সম্পূৰ্ণৰূপে পৰিৱৰ্তন হােৱা নাই । সংবিধান সভাৰ বিতর্কসমূহে আমাৰ বিভিন্ন কার্যসমূহৰ গুৰুত্বৰ বিষয়ে যুক্তি আগবঢ়াব পাৰে । সাংবিধানিক কার্যসমূহ যেতিয়া প্রত্যাহূিত হয় আমি আমাৰ ধ্বংসৰ কাৰণ জনা নাছিলাে ।

 ১১। ভাৰতীয় সংবিধান আৰু পাশ্চাত্য ধাৰণাৰ পার্থক্য বহলাই লিখা তলত উল্লেখিত বিষয়বস্তুৰ সহায়ত 

( ক ) ধর্মনিৰপেক্ষতাৰ ভিত্তিত

 ( খ ) অনুচ্ছেদ ৩৭০ - নং আৰু ৩৭১ নং

 ( গ ) দৃঢ় পদক্ষেপ 

( ঘ ) সার্বজনীন ভােটাধিকাৰ 

বস্তুনিষ্ঠ প্রশ্নাৱলী ( Objective type questions ) 

 ১। ব্রিটেইনত মহিলাসকলক কোন চনৰ ভােটাধিকাৰ প্ৰদান কৰা হৈছিল ? 

২। সংবিধানৰ কোনটো সংশােধনীয়ে প্রস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাক সংযােগ কৰিছে ?

৩। কোনে প্রস্তাৱনাটোক ৰাজনৈতিক তাম্রপত্রিকা বুলি কৈছিল ? 

৪। ভাৰতীয় সংবিধানৰ উদ্দেশ্য কি ? 

৫। ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদৰ জৰিয়তে জম্মু - কাশ্মীৰক বিশেষ ৰাজ্যৰ মর্যাদা দিয়া হৈছে ? 

৬। কোন দেশৰ পৰা সংবিধানৰ প্ৰস্তাৱনাটো অনা হৈছে ? 

৭। প্রস্তাৱনা মতে ভাৰতীয় ৰাজনীতিৰ প্রকৃতি কেনেকুৱা ? 

৮। “ সর্ব ধর্ম সমভাব ” মানে কি ? 

৯। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা এটা ন্যায়ৰ নাম লিখা ।

 শুদ্ধ উত্তৰ বাছি উলিওৱা ( Choose the correct answers ) : 

( ক ) ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো আৰম্ভ হৈছে

 ( a ) জনসাধাৰণৰ সার্বভৌমত্বৰে 

( b ) ভাৰত গণৰাজ্যৰে 

( c ) গণতান্ত্রিক ভাৰতৰে 

( d ) আমি ভাৰতবাসী ৰাইজেৰে 

( খ ) আমি সকলাে ভাৰতবাসীৰ অর্থ কি ? 

( a ) ভাৰতবাসী ৰাইজ হ'ল দেশৰ প্ৰকৃত শাসক । 

( b ) চূড়ান্ত সার্বভৌম ক্ষমতা জনসাধাৰণৰ হাতত ন্যস্ত ।

 ( c ) ইয়াৰ কোনােটো নহয় ।

 ( গ ) কোনটো বাক্য শুদ্ধ ? 

( a ) ভাৰত এখন সার্বভৌম , সমাজবাদী গণৰাজ্য 

( b ) ভাৰত এখন সার্বভৌম , গণতান্ত্রিক ৰাজতন্ত্র

 ( c ) ভাৰত এখন সার্বভৌম , গণতান্ত্রিক ৰাষ্ট্র

 ( d ) ভাৰত এখন সার্বভৌম , সমাজবাদী , ধর্মনিৰপেক্ষ , গণতান্ত্রিক গণৰাজ্য । 

 Type Sumit Patar