Lesson- 2

 The Sound of of Music (I)

1. 

Rush (ৰাচ): দৌৰাদৌৰি কৰা 

hour(আৱাৰ): সময়

Crowds(ক্ৰাউডচ্): মানুহৰ থূপ

Jostle(জ'চল): ঠেলাঠেলি

Position(পজিশ্বন): ঠাই, স্থান

Underground(আণ্ডাৰগ্ৰাউণ্ড): মাটিৰ তল, ভূগৰ্ভ

Slight(শ্লাইট): সৰু আৰু খীন, পাতল

Nervous(নাৰ্ভাচ): হতাশ, অসস্তি

Yet(ইয়েট): তথাপি

excited(এক্চাইটেড): উত্তেজিত

vibration(ভাইব্ৰেশ্বন): কম্পন, স্পন্দন 

approaching(এপ'চিং): ওচৰলৈ আহি থকা

Academy(একাডেমী): একাডেমী

Prestigious(প্ৰাষ্টিজিয়াচ): সন্মানীয়, প্ৰতিস্থিত

Music(মিউজিক): সংগীত

daunting(ডন্টিং): কঠিন, ভয় কৰা

enough(এনাফ): যথেষ্ট, অধিক

teenager(টিনেজাৰ): কিশোৰী, গাভৰু

fresh(ফ্ৰেচ্): নতুন, সতেজ

Scottish(স্কটিচ্): স্কটদেশীয়

aspiring(এচপাইৰিং): উচ্চকাংখী

musician(মিউজিচিয়ান): সংগীতকাৰ

challenge(চেলেঞ্জ): প্ৰত্যাহ্বান

profoundly(প্ৰফাউণ্ডলি): সুগভীৰভাৱে, সম্পূৰ্ণভাৱে

deaf(ডিফ): বাধিৰ, শ্ৰৱণশক্তিহীন


2.

loss(লচ্): হেৰুওৱা

hearing(হিয়াৰিং): শ্ৰৱণশক্তি

gradual(গ্ৰেডুৱেল): ধীৰে ধীৰে, ক্ৰমান্বয়ে

remembers(ৰিমেম্বাৰচ): স্মৰণ কৰা 

noticing(নটিচিং): লক্ষ্য কৰা 

something(চামথিং): কিবা এটা, কিছুমান

wrong(ৰং): ভূল

wasting(ওৱেটিং): ৰৈ থকা, অপেক্ষা কৰি থকা 

paly(প্লে): বজোৱা, পালি

called(কল্ড): মাতিছিল 

suddenly(চাডেমলি): হঠাতে

relished(ৰিয়েলাইজড): উপলদ্ধি কৰিছিল

heard(হাৰ্ড): শুনিছিল 

quite(কুৱাইট): সম্পূৰ্ণ

Conceal(কনচিল): লুকোৱা, শুনিছিল  

growing(গ্রউইং): বাঢ়ি আছে

deafness(ডিফনেচ): বধিৰতা

deteriorated(ডিটেৰিটেড): নিম্নগ্ৰামী হোৱা

headmistress(হেডমিষ্ট্ৰেচ্): প্ৰধান শিক্ষয়িত্ৰী

urged(আৰ্জড): জ্ঞাত কৰা, অনুৰোধ কৰা 

specialist(স্পিচিয়েলিষ্ট): বিশেষজ্ঞ

discovered(ডিস্কভাৰ্ড): ওলািছিল, আৱিষ্কৃত হৈছিল 

Severely(চিভাৰ্লি): বেয়াকৈ 

impaired(ইমপেয়াৰ্ড): দূৰ্বল

never damage(নাৰ্ভ দেমেজ): শিৰা স্নায়ু নষ্ট হোৱা 

advised(এডভাইচড): উপদেশ দিছিল 

fitted(ফিটেড): সংলগ্ন কৰা, লগোৱা

hearing aid(হেয়াৰিং এইড): শ্ৰৱণ যন্ত্ৰ

looked(লুকড): দেখা গৈছিল 

black (ব্লেক): ক'লা, অন্ধকাৰময় 

3. 

Give up (গিভ আপ): ত্যাগ কৰা, এৰি দিয়া 

determined(ডিটাৰমাইণ্ড): সংকল্পবদ্ধ

lead(লিড): পাৰ কৰা, কটোৱা

normal life(নৰ্মেল লাইভ): স্বাভাৱিক জীৱন

Peruse(প্ৰাৰ্চু): চলোৱা, কৰি থকা 

interest(ইন্টাৰেষ্ট): মনযোগ

music (মিউজিক): সংগীত 

noticed(নটিচড): লক্ষ্য কৰিছিল 

xylophone(জাইলফোন): কাঠেৰে নিৰ্মিত এবিধ বাদ্যযন্ত্ৰ

decided(ডিচাইকেড): সিদ্ধান্ত

wanted(ওৱান্টেড): বিছাৰিছিল, বিচৰা  

discouraged(ডিচকাৰেজড): নিৰুৎসাহিত কৰা 

Percussionist(পাৰকুচ'নিষ্ট): তবলা বাদক বা ঢোল বাদক 

Sotted(স্পটেড): চিহ্নিত কৰা

Potential(পটেনাচিয়েল): ক্ষমতা, গুণ 

began(বিগেন): আৰম্ভ কৰা 

drums(ড্ৰামচ্): ঢোল 

different(ডিফাৰেন্ট): ভিন্ন

notes(নোচট্):স্বৰ, টোকাসমূহ, তথ্য লিখা কাগজ, 

sense(চেন্স): অনুভৱ কৰা

realized(ৰিয়েলাইজড): উপলদ্ধি কৰিছিল 

feel(ফিল): অনুভৱ কৰিছিল 

waist(ওৱেষ্ট): ককাল

repeated(ৰিপিটেড): পুনৰ বাৰ 

exercise(এক্সাৰচইজ): অনুশীলন, অভ্যাস

soon(চুন): সোনকালে

discovered(ডিস্কভাৰ্ড):  আৱিস্কাৰ কৰিছিল

certain(চাৰ্টেন): নিৰ্দিষ্ট, বিশেষ

mind and body(মাইণ্ড এণ্ড বাচি): মন আৰু শৰীৰ

sound(চাউণ্ড): শব্দ

vibration(ভাইব্ৰেশ্বন): স্পন্দন, কম্পন 

rest(ৰেষ্ট): বাকী

sheer(শ্বিয়েৰ): প্ৰৱল 

hard work (হাৰ্ডৱৰ্ক): কঠোৰ শ্ৰম 

4.

looked back(লুকড বেক): পাছলৈ উভতি চোৱা

onward(অনৱাৰ্ড): ইয়াৰ পাছত 

toured(টুৰড্): যাত্ৰা কৰিছিল 

United(ইউনাইটেড): ইউনাইটেড

Kingdom(কিংডম): এখন ৰাজ্যত শাসন কৰা 

Youth( ইউথ): যুৱ

Orchestra(অর্কেস্ট্রা): অৰ্কেষ্ট্ৰা, বাদ্য-যন্ত্ৰ

decided(ডিসাইডেড): সিদ্ধান্ত লোৱা হৈছে

auditioned(অডিশ্বনড): শিল্পীৰ পৰীক্ষা

Scored(স্কৰ্ড): লাভ কৰিছিল 

Highest(হায়েষ্ট): সৰ্বোচ্চ

marks (মাৰ্কচ): নম্বৰ

history(হিষ্টৰী): ইতিহাস 

solo(চল'): একক

gradually (গেজুৱেলি): ক্ৰমান্বয়ে 

orchestral(অৰ্কেষ্ট্ৰল): দলগত সংগীত

Percussionist(পাৰ্ফৰমেন্স): প্ৰদৰ্শন

three-year course (থ্ৰি-ইয়াৰ কৰ্চ): তিনি বছৰীয়া পাঠ্যক্ৰম

captured(কেপচাৰ্ড): লাভ কৰিছিল 

most(মোস্ট): সৰ্বাধিক

top awards (টপ এৱাৰ্ডচ): উত্তম পুৰস্কাৰ 


5. 

Evelyn(এভলিন): এভলিন

won't (ওঁন'ত): নহ'ব

accept(এচেপ্ট): গ্ৰহণ কৰা

heroic(হিৰ'ইক): বীৰোচিত প্ৰখ্যাত 

hint(হিন্ট): ইংগিত 

achievement - এচিভমেণ্ট - উপলদ্ধ, কৃতিত্বপূৰ্ণ কাম 

hard - হাৰ্ড - কঠোৰ 

get - গেট - দিয়া

sought - চট - বিচাৰিছিল

mulit - মাল্টি - ভিন্ন

percussionist - পাকুচনিষ্ট - বাদ্যযন্ত্ৰ 

mastery - মাষ্টাৰী - শ্ৰেষ্ঠতা বা উৎকৰ্ষ, জয়

intruments - ইন্সটুমেণ্ট - আন্তৰাষ্ট্ৰীয় 

schedule - চিডুল - সূচী


6।


Intriguing - ইণ্ট্ৰিব্ৰুগুইং - কৌতুহলজনক, মুগ্বকৰ 

Watch - ওৱাটচ - চোৱা 

Function - ফাংচন - কাৰ্যসূচী 

effortlessly - এফটলেচ - আৰামেৰে, সহজে 

Without - উইথআউট - অবিহনে 

Hearing - হিয়েৰিং - শুনা 

Discussion - ডিচকশ্বন - কথোপকখন, আলোচনা 

Never - নেভাৰ - কেতিয়াও নহয়

missed - মিচড - হেৰুওৱা 

bushy - বাৰ্চি - বিস্তৃত, ঘন

Beards - বিয়াৰ্ডচ - দাড়ি 

Trouble - ট্ৰাৱল - কষ্ট

laughed - লাফড - হাঁহিছিল

lips - লিপচ - ওঠজুৰি 

Face - ফ্ৰেচ - মুখ

Sespecially - চেচপিচিয়েলি - বিশেষকৈ 

Speeck - স্পিক - কোৱা 

Flawlessly - ফ্ল'লেচলি - নিখুতভাৱে 

lilt - লিল্ট - কোৱা একধৰণ

Speech - স্পিচ - বক্তব্য

Till - টিল - লৈ

Explain - এক্সপ্লেইন - ব্যাখ্যা কৰা 

Basic - বেচিক - বুনিয়াদী 

French - ফ্ৰন্স - ফৰাচী দেশৰ ভাষা

Managed - মেনজড - পৰিচালিত

Japanese - জাপানীচ - জাপান দেশীয় ভাষা 


7। 

Purs - প'ৰচ - তালি দিয়া

Tingles - টিংগলছ - সামান্য থজুওৱা 

Skin - স্কিন - ছাল

Cheek - চিক - গাল

Hair - হেয়াৰ - চুলি 

Sense - চেন্স - অনুভৱ কৰিছিল 

Passing - পাচিং - পাৰ হোৱা

Stick - ষ্টিক - লাঠি

Fingertips - ফিংগাৰটিচ

leaning - লিনিং - পৰি থকা 

Against - এগেইনষ্ট - বিপৰীত 

Resonances - ৰোচোনেন্স - অনুনাদ 

Flowing - ফ্লোইং - প্ৰবাহিত হোৱা

Wooden - উডেন - কাঠৰ 

Platform - প্লেটফৰ্ম - মঞ্চ 

removes - ৰিমোভ - গুচোৱা,বাদ দিয়া

Shoes - ছুচ - জোতা 

Bare feet - বেয়াৰ ফিট - থাল ভৰি, উন্মিক্ত ভৰি

Up her legs - আপ হাৰ লেগচ - তাই ভৰিৰ ওপৰলৈ


8. 

Surprisingly - চাপ্ৰাইজিংলি - আশ্বৰ্যজনকভাৱে 

Delights - ডিলাইটচ - আনন্দ 

Audiences - অডিয়েন্সচ - শ্ৰাতাসকল 

Presented - প্ৰেজেণ্টড - উপহাৰ দিয়া

Royal - ৰোয়েল - ৰাজকীয়

Philharmonic -

Society - চচাইটি - সমাজ

Prestigious - প্ৰেস্টিজিয়াচ - সন্মানীয়

Soloist - চল'ইষ্ট - একক বাদক  

Percussionist - পাৰকাৰনিষ্ট - 

Blades - ব্লেড - 

Something - ছামথিং - কিবা

Extraondinary - এক্সৰ্টাআউনেৰৰী - বিশেষ, অসাধাৰণ 

Feels - অনুভৱ কৰা

Deeply - ডিপলাই - গভীৰভাৱে 

Expresses - এক্সপ্ৰেচেড - ব্যক্ত কৰা

Beautifully - বিউটিফুলি - ধুনিয়াকৈ


9.

Confesses - কনফেচে - স্বীকাৰ কৰা 

Workaholic - ওৰ্ৱকহলিক - কৰ্মাসক্ত, কামৰ প্ৰতি নিচাসক্ত 

often - অফেন - প্ৰায় 

Harder - হাৰ্ডাৰ - কঠোৰ 

Classical - ক্লাচিকেল - শাস্ত্ৰীয়

Musicians - মিউজিচিয়ান্স - সংগীতজ্ঞ 

Rewards - ৰিৱাৰ্চড - পুৰস্কাৰসমূহ 

Enormous - এনৰমাচ - ডাঙৰ, প্ৰকাণ্ড 

Apart - এপাৰ্ট - বাহিৰে  - 

Regularconcents - ৰেগুলাৰ কনচাৰ্টচ  - নিয়ামিত সংগীত বাদন 

Prisons - প্ৰিজনচ - কাৰাগাৰ 

Priority - প্ৰায়ৰিটি - গুৰুত্ব, প্ৰধান্য 

Deaf - ডিফ - শ্ৰৱণশক্তিহীণ 

Shining - চাইনিং - চমকপ্ৰদ 

Inspiration - ইন্সপাইৰেশ্বন - অনুপ্ৰেৰণা 

Nowhere - নাউৱেৰ - কৰবাত নাই 

Cannot - কেননট - কৰতে ব্যৰ্থ 


10. 

 

Already - অলৰেডি - ইতিমধ্য 

Accomplished - একমপ্লিচড - গুণান্বিত 

Twich - 

Brought - ব্ৰট - আনিছিল 

Front - ফ্ৰণ্ট - সন্মুখ 

Orchestra - 

Demonstrated - ডেমনষ্টেটেড - প্ৰদৰ্শন কৰিছিল

moving - মভিং - মমস্পৰ্শী 

Insprivation - ইনস্প্ৰিভেচন 

Handicapped - হেণ্ডিকেপড - বিকলাংগ 

Least - লিষ্ট - কম

Pleasure - প্লেজাৰ - আনন্দ

Millions - মিলিয়নচ - অসংখ্য

Apurba Kakati




Post ID : DABP006087