জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্ব | Theories of the Origin of Knowledge | Question Answer Bank | Unit VII | Chapter 1 | Class 11 Logic and Philosophy | HS 1st Year Logic and Philosophy | Higher Secondary 1st Year | Assamese Medium | Assam Board |
জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্ব
Theories of the Origin of Knowledge
Question Answer Bank
Unit VII | Chapter 1
Class 11 Logic and Philosophy
A. Very Short Type Questions :
1. Which Of The Following Groups Of Philoso -Phers Is A Group Of Rationalists ?
নিম্নোক্ত দাৰ্শনিক দলসমূহৰ ভিতৰত কোনটো অভিজ্ঞআতাদাদী দাৰ্শনিকৰ দল ?
i. Descartes, Spinoza, Locke
(ডেকাৰ্ট স্পিনেনোজা লক )
ii. Locke Spinoza, Wolff
( লক স্পিনোজা উলফ্ )
iii. Locke Leibnitz, Hume
লক, হিউম বাৰ্কলি ।
iv. Locke, Hume Berkeley
লক হিউম বাৰ্কলি ।
2. Which Of The Follging Philosophers Is An Empicist ? Descartes Leibniz Spinoza Hume.
নিম্নোক্ত দাৰ্শনিকসকলে ভিতৰত কোনজন অভিজ্ঞতাবাদী ? ডেকাৰ্ট লাইব্নিজ স্পিনোজা হিউম ।
3. Innate Ideas Are A Priori- Is It True ?
অন্তৰ্জাত ধাৰনাসমূহৰ অভিজ্ঞাতাপূৰ্ব - এইটো শুদ্ধনে ?
4.
অস্তত্ব প্ৰত্যক্ষনিৰ্ভৰ - এই বিবৃতিটোৰ সৈতে সম্বন্ধিত জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্বটোৰ নাম লিখা ।
5.
কোনে মনক এখন উকা কাগজ বুলি কৈছিল ?
6.
অন্তৰ্জাত ধাৰনা তত্ত্বটো কোনে খগুন কৰিছিল ?
B. Short Type Questions :
1.
আগন্ত্তক ধাৰনা বুলিলে কি বুজা ? উদাহৰন দিয়া ।
2.
উপযুক্ত উদাৰনসমূহৰ পূৰ্ববৎ অনুমানৰ সংজ্ঞা দিয়া ।
C. Essay Type Questions :
1.
বুদ্ধিবাদ মানে কি ? বুদ্ধিবাদৰ বিৰুদ্ধে চাৰিটা সমালোচনা চমুকৈ প্ৰকাশ কৰা ।
2.
অভিজ্ঞতাবাদ মানে কি ? অভিজ্ঞতাবাদৰ বিৰুদ্ধে চাৰিটা সমালোচনা চমুকৈ প্ৰকাশ কৰা ।
3.
বুদ্ধিবাদৰ চাৰিটা বৈশিষ্ট লিখা ।
4.
অভিজ্ঞতাবাদৰ চাৰিটা বৈশিষ্ট লিখা ।
5.
লকে ডেকাৰ্টৰ অন্তৰাজ ধাৰনা কেনেদৰে খগুন কৰিছিল চমুকৈ ব্যাখ্যা কৰা ।
6.
অভিজ্ঞতাবাদৰ চাৰিটা বৈশিষ্ট লিখা ।
7.
বৈজ্ঞানিক বাস্তৱবাদৰ দুটা বৈশিষ্ট ব্যাখ্যা কৰা ।
8.
অভিজ্ঞতাবাদ আৰু বুদ্ধিবাদৰ দুটা পাৰ্থক্য ব্যাখ্যা কৰা ।
9.
জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ হিচাপে বুদ্ধিবাদৰ সমীক্ষাত্মক আলোচনা কৰা ।
A. Very Short Type Questions :
1.
বুদ্ধিবাদৰ প্ৰতিষ্ঠাতা কোন ?
2.
যুক্তিবাদ কি ?
3.
জ্ঞানবিদ্যা দৰ্শনৰ ভেটি হয়নে ?
4.
গনিতীয় বুদ্ধিবাদৰ প্ৰতিষ্ঠাতা কোন ?
5.
অভিজ্ঞতাবাদৰ প্ৰতিষ্ঠাতা কোন ?
6.
জ্ঞান অভিজ্ঞতাৰপৰা উৎপত্তি হয়নে ?
7.
আত্মকেন্দ্ৰিকতাবাদ কি ?
8.
সত্তা কি ?
9.
কান্টৰ মতে বস্ত্ত ৰূপ দুটা কি কি ?
10.
সংবেদন অবিহনে মন শূন্য আৰু মন অবিহনে সমবেদন অন্ধ- এই কথাষাৰ কোনে কৈছিল ?
11.
যি বৌদ্ধিক সেয়ে বাস্তৱ আৰু যি বাস্তৱ সিয়ে বৌদ্ধিক । এই কথাষাৰ কোনে কৈছিল ?
12.
ডেকাৰ্ট এজন বুদ্ধিবাদী দাৰ্শনিক হয়নে ?
13.
বুদ্ধিত এনে কোনো বস্ত্ত নাই যাক ইন্দ্ৰিয়ৰ জৰিয়তে আগতে লাভ কৰা নাযায় - এই উক্তিটোৰ লগতে জড়িত দাৰ্শনিকজনৰ নাম উল্লেখ কৰা ।
14.
বুদ্ধিবাদ অনুসৰি মানুহৰ জ্ঞান কেতিয়াও প্ৰত্যক্ষপূৰ্ব নহয় কিন্তু সদায় প্ৰত্যক্ষত্তৰ -এই উক্তিটো সঁচানে ?
15.
জন্মৰ সময়ত মানুহৰ মন এখন উকা ফলি বা টেবুলাৰাশাৰ দৰে - এই উক্তিটোৰ দ্বাৰা প্ৰকাশিত মতবাদটোৰ নাম কি ?
16.
লক ডেকাৰ্ট আৰু লাইব্নিজ - এই দাৰ্শনিক কেইগৰাকীৰ ভিতৰত কোনে অন্তৰ্জাত ধাৰনাক খগুন কৰিছিল ?
B. Short Type Questions :
1.
সংজ্ঞা দিয়া ।
a.
যুক্তিবাদ।
b.
অভিজ্ঞতাবাদ ।
2.
পাৰ্থক্য লিখা ।
a.
প্ৰত্যক্ষপূৰ্ব আৰু প্ৰত্যক্ষোত্তৰ ।
b.
যুক্তিবাদ আৰু অভিজ্ঞতাবাদ ।
3.
সামান্যতোদৃষ্ট অনুমান বুলিলে কি বুজা ?
4.
উদাহৰন দিয়া ।
5.
চমুটোকা লিখা ।
a.
আন্তৰ্জাত ধাৰনা
b.
প্ৰত্যক্ষপূৰ্ব ।
c.
প্ৰত্যক্ষোত্তৰ ।
6.
অভিজ্ঞতাবাদৰ বৈশিষ্ট্যবোৰ কি কি ?
7.
দুজন বুদ্ধিবাদী গ্ৰীক দাৰ্শনিক নাম লিখা ।
C. Essay Type Questions :
1.
চমুটোকা লিখা ।
a.
অভিজ্ঞতাবাদ ।
b.
বুদ্ধিবাদ ।
2.
অন্তৰ্জাত ধাৰনা বুলিলে কি বুজা ? লকে কিদৰে আন্তৰ্জাত ধাৰনাক খগুন কৰিছে ?
3.
জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ স্বৰূপ বুদ্ধিবাদ ব্যাখ্যা কৰা । এই মতবাদ সন্তোষজনক নে ?
4.
ইন্দ্ৰিয় অভিজ্ঞতাই জ্ঞানৰ একমাত্ৰ উৎস - এই মতৰ লগত জড়িত মতবাদটোৰ ব্যাখ্যা কৰা আৰু বিচাৰ আগবঢ়োৱা ।
5.
জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ স্বৰূপে বুদ্ধিবাদৰ ব্যাখ্যা কৰা আৰু বিচাৰ কৰা ।
6.
জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদস্বৰূপে বুদ্ধিবাদ অথবা সবিচাৰবাদৰ ব্যাখ্যা কৰা ।
7.
বুদ্ধিবাদৰ বৈশিষ্টসমূহৰ কি কি ?
8.
কান্টে তেওঁৰ জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্বটো কেনেদৰে ব্যাখ্যা কৰিছে ?
0 Comments