Chapter 1 | Class 11 Political Science Assam | Assamese Medium | HS 1st Year Political Science Question Answer | Political Science Notes and Suggestion | Political Theory: An Introduction 

ৰাজনৈতিক তত্ত্বঃ এক চমু পৰিচয়

Political Theory: An Introduction 

Chapter 1

প্ৰশ্নাৱলী 

ৰচনাধৰ্মী প্ৰশ্ন (Essay Type Question) 

১) ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব ব্যাখ্যা কৰা । 

উত্তৰঃ মানুহ আৰু জীৱজগতৰ অন্য়ান্য় প্ৰাণীৰ মাজত থকা প্ৰথম পাৰ্থক্য়টো হৈছে মানুহ যুক্তিশীল প্ৰাণী। ইয়াৰ অৰ্থ মানুহে যুক্তিৰ আধাৰত কোনো কথা বিবেচনা কৰিব পাৰে। মানুহ আৰু জীৱজগতৰ অন্য়ান্য় প্ৰাণীৰ মাজত থকা দ্বিতীয় পাৰ্থক্য়টো হ'ল ভাষাৰ ব্য়ৱহাৰ। 

    অসমত বসবাস কৰা লোকসকলৰ বাবে ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব অধিক। কাৰণ উত্তৰ-পূৱ ভাৰত আৰু অসমৰ বহুবোৰ নৃ-গোষ্ঠীয় গোট আত্মনিয়ন্ত্ৰণৰ অধিকাৰ দাবী কৰি আহিছে। এনে সুবিধা কিছুমান গোটত প্ৰদান কৰিছে। কোনো নৃ-গোষ্ঠী কিদৰে উপকৃত হ'ব পাৰে সেই কথাৰ বুজিব বাবেও ৰাজনৈতিক তত্ত্বই সহায় কৰিছিল। ৰাজনৈতিক জীৱনৰ স'তে জড়িত বিভিন্ন প্ৰশ্ন আৰু প্ৰত্য়াহ্বান ভালদৰে বুজিব বাবে ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব আছে। 

২) ৰাজনীতি মানে কি ? বহলাই আলোচনা কৰা । 

উত্তৰ  ৰাজনৈতিক মানে হ'ল নিৰ্বাচনকেন্দ্ৰীক কাৰ্য-কলাপ। 

    ৰাজনীতিবিদসকলে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে কৰা কাৰ্য-কলাপ। ৰাজনীতিক ৰাজনৈতিক নেতাসকলে অথবা অন্য় ক্ষমতাশালী লোকে আত্মস্বাৰ্থ সিদ্ধিৰ আহিলা হিচাপে ব্য়ৱহাৰ কৰে। ৰাজনীতি মানে নিৰ্বাচনকেন্দ্ৰীক কাৰ্য-কলাপ, চক্ৰান্তমূলক কাৰ্য-কলাপ আৰু ৰাজনীতিসকলে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে কৰা কাৰ্য-কলাপ। এই সমূহৰ পৰিপ্ৰেক্ষিততেই ৰাজনীতি বুলিলে সকলো লোকে পিছুৱাই আহে। নিৰ্বাচনত জয়ী হোৱাৰ পাছত মন্ত্ৰীত্ব লাভৰ বাবে কোন লোকে কি দলত যোগদান কৰিলে, কোনে মিছা মাতিলে এনে ধৰণৰ কাহিনীসমূহ ৰাজনীতি সম্পৰ্কীয় আলোচনাত পোৱা যায়।  

৩) ৰাজনীতি  কাক বোলে ? ৰাজনীতি অধ্যায়নৰ বিভিন্ন দিশবোৰ আলোচনা কৰা ।

উত্তৰঃ ৰাজনীতি হৈছে আমাৰ সমূহীয়া স্বাৰ্থৰ সৈতে জড়িত এক প্ৰক্ৰিয়া। গণতান্ত্ৰিক দেশত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয়। 

    

৪) 'ৰাজনীতি যিকোনো এখন সমাজৰ এক গুৰুত্বপূৰ্ণ আৰু অপৰিহাৰ্য অংগ' । আলোচনা কৰা । 

উত্তৰঃ 

৫) ৰাজনীতিকে যি কৰে ৰাজনীতি তাতকৈ বহু বেছি । তুমি এই কথাষাৰৰ লগত একমত নে ? উদাহৰণ দিয়া । 

উত্তৰঃ

৬) ৰাজনীতিক বহু সময়ত ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে ব্যাৱহাৰ কৰা হয় । উদাহৰণসহ বুজাই লিখা । 

উত্তৰঃ 

৭) গণতন্ত্ৰৰ কৃতকাৰ্যৰ বাবে সদা সতৰ্ক নাগৰিকৰ প্ৰয়োজন । মন্তব্য দিয়া । 

উত্তৰঃ 

৮) ৰাজনৈতিক তত্ত্ব অধ্যান কৰাটো অংকশাস্ত্ৰ অধ্যান কৰাৰ দৰে বুলি ভাবানে ? যুক্তি দি আলোচনা কৰা । 

উত্তৰঃ 

৯) ৰাজনৈতিক তত্ত্ব অধ্যায়নে আমাক কেনেদৰে উপকৃত কৰিব পাৰে ? চাৰিতা যুক্তিৰে বিষয়টো আলোচনা কৰা । 

উত্তৰঃ 

১০) ''দায়িত্বশীল নাগৰিক নিৰ্মাণতো ৰাজনীতি বিজ্ঞান আৰু ৰাজনৈতিক তত্ত্বই অৰিহণা যোগাব পাৰে ''- এই উক্তিটো উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ

১১) ৰাজনৈতিক তত্ত্বৰ সংজ্ঞা দিয়া । ৰাজনৈতিক তত্ত্বৰ উতসবিলাক বৰ্ণনা কৰা । 

উত্তৰঃ 

১২) ৰাজনৈতিক তত্ত্ব কি ? ইয়াৰ গুৰুত্ব আলোচনা কৰা । 

উত্তৰঃ

১৩) উত্তৰ - পূব ভাৰতৰ সমস্যা আলোচনাত ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা । 

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ লোকসকলৰ বাবে ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব অধিক। কাৰণ উত্তৰ-পূব ভাৰত আৰু অসমত বহুবোৰ নৃ-গোষ্ঠীয় গোটে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ দাবি কৰি আহিছে। এনেবোৰ সমস্য়া কিছুমান গোটত সুবিধা প্ৰদান কৰিছে। আলফাৰ দৰে সংগঠনে স্বাধীনতা, সংযুক্ত মুক্তি বাহিনী আৰু সাৰ্বভৌমত্ব দাবী উত্থাপন কৰিছে। ভাৰত চৰকাৰে কৈ আহিছে যে ভাৰতীয় সংবিধানে 'সাৰ্বভৌমত্ব'ৰ বিষয়ে আলোচনাৰ কৰিব চৰকাৰক দিয়া নাই। 

১৪) ৰাজনৈতিক তত্ত্বইসাধাৰণ লোককো কিদৰে উপকৃত কৰে উদাহৰণ দাঙি ধৰা । 

উত্তৰঃ

১৫) ৰাজনৈতিক আলোচনাত চৰকাৰৰ কাম- কাজ আৰু নীতি- নিয়মৰ আলোচনাই কিয় অধিক গুৰুত্ব লাভ কৰে ?- ব্যাখ্যা কৰা । 

উত্তৰঃ

চমু উত্তৰৰ প্ৰশ্ন ( Short answer Question)

১) ৰাজনৈতিক বিজ্ঞানৰ অৰ্থ ব্যাখ্যা কৰা । 

উত্তৰঃ ৰাজনীতি বিজ্ঞান এক সামাজিক বিজ্ঞান। সামাজিক বিজ্ঞানসমূহে মানুহৰ সামাজিক আচৰণৰ বিভিন্ন দিশক অধ্য়য়ন কৰে। ই বিভিন্ন আচৰণসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে।  

২) ৰাজনীতি কি ?

উত্তৰঃ ৰাজনীতি হৈছে আমাৰ সমূহীয়া স্বাৰ্থৰ বাবে জড়িত এক প্ৰক্ৰিয়া। 

৩) ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ চাৰিটা প্ৰধান বিষয় - বস্তু উল্লেখ কৰা।

উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ চাৰিটা প্ৰধান বিষয়-বস্তু হ'ল-

    (ক) ৰাজনৈতিক তত্ত্ব আৰু ইয়াৰ বুৰঞ্জী, (খ) বিভিন্ন ৰাষ্ট্ৰৰ তুলনামূলক আলোচনাৰ, (গ) ৰাজনৈতিক মতবাদ আৰু (ঘ) আন্তৰ্জাতিক সংস্থা আৰু ৰীতি-নীতি। 

৪) ৰাজনীতি শব্দৰ অৰ্থ ব্যাখ্যা কৰা । 

উত্তৰঃ ৰাজনৈতিক শব্দৰ অৰ্থ হৈছে ৰাজহুৱা জীৱনৰ সৈতে জড়িত বিষয়। ই ৰাষ্ট, চৰকাৰ আৰু এখন সমাজক বুজায়। 

৫) ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজায় । 

উত্তৰঃ ৰাজনৈতিক তত্ত্ব বুলিলে আমাৰ সমাজ জীৱনলৈ নামি অহা প্ৰত্য়াহ্বান আৰু জটিলতাসমূহ বুজা আৰু মোকাবিলা কৰাকে ৰাজনৈতিক তত্ত্বৰ বুলে। 

৬) ৰাজনীতি আৰু ৰাজনৈতিক তত্ত্বৰ মাজৰ চাৰিটা পাৰ্থক্য উল্লেখ কৰা । 

উত্তৰঃ 

৭) ৰাজনীতি মানে নিৰ্বাচনকেন্দ্ৰিক কাৰ্য- কলাপ - আলোচনা কৰা । 

উত্তৰঃ

৮) আমি ৰাজনৈতিক তত্ত্বকিয় অধ্যান কৰা উচিত ? দুটা যুক্তি আগবঢ়োৱা । 

উত্তৰঃ

৯) বৰ্তমান সময়ত ৰাষ্ট্ৰত বাস কৰা নাগৰিকে ইচ্ছা কৰিলে ৰাজনীতিৰ পৰা আতঁৰত থাকিব পাৰে নে ? গান্ধীজীৰ উক্তিৰে বুজাই দিয়া । 

উত্তৰঃ

১০) অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানৰ মাজৰ সম্পৰ্ক লিখা । 

উত্তৰঃ

১১) চৰকাৰ গঠন কিয় হয় ? ইয়াৰে যিকোনো চাৰিটা কাৰ্য উল্লেখ কৰা। 

উত্তৰঃ

১২) ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা । 

উত্তৰ 

১৩) ৰাজনৈতিক তত্ত্ব কি ? চমু ব্যাখ্যা কি ? 

উত্তৰ 

১৪) আধুনিক যুগত  মানুহৰ জীৱনলৈ অহা চাৰিটা প্ৰত্যাহ্বান  উল্লেখ কৰা । 

উত্তৰ 

১৫) সমাজত বাস কৰা কিছুমান লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থাটোৰ প্ৰয়োজন আছে নে ? পাচঁটা বা ছয়টা বাক্যত প্ৰকাশ কৰা । 

উত্তৰ 

১৬) ৰাজনৈতিক তত্ত্বৰ ব্যাৱহাৰিক দিশটো আলোচনা কৰা ।

উত্তৰ 

১৭) স্বাধীনতা লাভ কৰাৰ পাছতো ভাৰতবৰ্ষত স্বাধীনতা আৰু সমতাৰ বিষয়ে কিয় প্ৰশ্ন উখুাপিত হয়? বুজায় লিখা । 

উত্তৰ 

১৮) ৰাজনৈতিক তত্ত্বত কি কি বিষয় আলোচনা কৰা হয় ?

উত্তৰ 

১৯)গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে  সদা সৰ্তক নাগৰিক অপৰিহাৰ্য -ব্যাখ্যা কৰা । 

উত্তৰ 

২০) ৰাজনৈতিক তত্ত্ব কেৱল ৰাজনীতিকেহে অধ্যয়ন কৰিব লাগে বুলি তুমি ভাবানেকি ? উত্তৰৰ সপক্ষে যুক্তি দিয়া । 

উত্তৰ 

২১) ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জীৰ মাজৰ সম্পৰ্ক লিখা । 

উত্তৰঃ জন চিলিয়ে কৈছে যে ৰাজনীতি বিজ্ঞান বিনে বুৰঞ্জীৰ আলোচনা নিষ্ফল আৰু বুৰঞ্জী অবিহনে ৰাজনীতি বিজ্ঞান ভিত্তিহীন। বুৰঞ্জী মানে হ'ল নজনা কথা জনাৰ জ্ঞানৰ ভঁৰাল। বুৰঞ্জী বুলিলে সমাজ কথা আৰু কাহিনীক বুজায়। সমাজৰ ৰাজনৈতিক দিশটোক বাদ দি কোনো বুৰঞ্জী ৰচনা কৰিব নোৱাৰি।  

    অতীত ৰাজনৈতিক জীৱন সম্পৰ্কে ধাৰণা নাথাকিলে বৰ্তমানৰ ৰাজনৈতিক মতবাদৰ ভিত্তি দুৰ্বল হৈ পৰে। বিভিন্ন ৰাজনৈতিক তত্ত্ব বুৰঞ্জীৰ জ্ঞানৰ ভিত্তিত প্ৰতিষ্ঠিত হয়। বুৰঞ্জীত উদ্দেশ্য়মূলক আলোচনা থাকে। সেই বাবে ইয়াত ৰাজনীতি ঘটনাসমূহে স্থান পায়। 

২২) ৰাজনীতি বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ তিনিটা সামঞ্জস্য লিখা ।

উত্তৰ 

২৩) ৰাজনীতি বিজ্ঞানৰ লগত নীতিশাস্ত্ৰৰ তিনিটা প্ৰভেদ লিখা । 

উত্তৰঃ ৰাজনীতি বিজ্ঞান আৰু নীতিশাস্ত্ৰৰ তিনিটা প্ৰভেদ-

(ক) মানুহৰ মনৰ চিন্তা আৰু বাহ্য়িক আচাৰ-ব্য়ৱহাৰ দুয়োটাই নীতিশাস্ত্ৰৰ আলোচনাৰ বিষয়। কিন্তু ৰাজনীতি বিজ্ঞানত অকল মানুহৰ বাহ্য়িক কাৰ্য-কলাপ লৈ আলোচনা কৰা হয়। 

(খ) নীতিশাস্ত্ৰৰ নিৰ্দেশ পালনীয় নহয়, কিন্তু ৰাষ্ট্ৰীয় আইন মানি চলা বাধ্য়তামূলক।

(গ) নীতিশাস্ত্ৰ ৰাজনীতি বিজ্ঞানৰ তুলনাত প্ৰাচীন। 

২৪) ৰাজনীতি বিজ্ঞানৰ লগত মনোবিজ্ঞানৰ তিনিটা প্ৰভেদ আলোচনা কৰা । 

উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ লগত মনোবিজ্ঞানৰ তিনিটা প্ৰভেদ

(ক) মনোবিজ্ঞানৰ জ্ঞান অবিহনে ৰাজনীতি বিজ্ঞানৰ বহুতো বিষয় আলোচনা কৰিব নোৱাৰি। 

(খ) ৰাজনৈতিক সমস্য়া সমাধানৰ ক্ষেত্ৰত মনস্তাত্ত্বিক সূত্ৰৰ প্ৰয়োজন।

(গ) ৰাজনীতি বিজ্ঞানৰ ভিত্তি মনোবিজ্ঞানৰ মাজতেই নিহিত। 

২৫) ৰাজনীতি বিজ্ঞানৰ লগত ভূগোলৰ তিনিটা প্ৰভেদ আলোচনা কৰা । 

উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ লগত ভূগোলৰ তিনিটা প্ৰভেদৰ বিষয়ে তলত আলোচনা কৰা হ'ল-

(ক) অন্য়ান্য় সমাজবিজ্ঞানৰ দৰে ভূগোলৰ সৈতে ৰাজনীতি বিজ্ঞানৰ সম্পৰ্ক আছে।

(খ) ভৌগোলিক পৰিৱেশ, জলবায়ু আদিয়ে মানুহৰ জাতীয় চৰিত্ৰ আৰু ৰাজনৈতিক অনুষ্ঠানসমূহৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। 

(গ) ৰাজনীতি বিজ্ঞানে ইয়াৰ বিষয়-বস্তুৰ আলোচনাৰ সময়ত ভূগোলৰ ওচৰ চাপিবলগীয়া হয়। কিন্তু ৰাজনীতি বিজ্ঞান সম্পূৰ্ণৰ ভূগোলৰ ওপৰত নিৰ্ভৰশীল নহয়।  

অতি চমু উত্তৰৰ প্ৰশ্ন ( Very Short answer questions ): 

১) ৰাজনৈতিক তত্ত্বৰ প্ৰকৃতি । 

উত্তৰঃ ৰাজনৈতিক তত্ব হৈছে ৰাজনৈতিক ধাৰণা আৰু আদর্শসমূহৰ প্রকৃতি প্রয়ােজনীয়তা আৰু তাৎপর্য ব্যাখ্যা কৰাৰ এক আহিলা।

) 'ৰাজনীতি' শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ? 

উত্তৰ 'ৰাজনীতি' শব্দটো প্ৰথমে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে ব্য়ৱহাৰ কৰিছিল।  

৩) ৰাজনৈতিক তত্ত্বৰ অন্তৰ্গত দুটা বিষয়ৰ উল্লেখ কৰা । 

উত্তৰ  

৪) ৰাজনৈতিক তত্ত্বৰ দুটা উপযোগীতা উল্লেখ কৰা । 

উত্তৰ

৫) চমু উত্তৰ দিয়া -  ৰাজনৈতিক তত্ত্বই সমতা সম্পৰ্কে ব্যাখ্যা কৰে । 

উত্তৰ 

৬) ৰাজনীতি সম্পৰ্কে দুটা ধাৰণা উল্লেখ কৰা । 

উত্তৰ 

৭) উত্তৰ-পূব ভাৰতৰ সমস্যাসমূহৰ আলোচনাত ৰাজনৈতিক তত্ত্বই কিদৰে সহায় কৰে ? দুটা যুক্তি দিয়া।

ত্তৰঃ 

৮) ৰাজনীতিক কিয় বহুপাক্ষিক প্ৰক্ৰিয়া বুলি কোৱা হয় ?

উত্তৰ 

৯) দুজন ভাৰতীয় ৰাজনৈতিক চিন্তাবিদৰ নাম লিখা । 

উত্তৰঃ দুজন ভাৰতীয় ৰাজনৈতিক চিন্তাবিদৰ নাম হ'ল- থমাছ হব্ছ্ আৰু প্লেটো। 

১০) ৰাজনৈতিক তত্ত্বৰ অন্তৰ্গত দুটা বিষয়ৰ নাম লিখা ।

উত্তৰ 

১১) পশ্চিমীয়া দুগৰাকী ৰাজনৈতিক বিজ্ঞানীৰ নাম উল্লেখ কৰা । 

উত্তৰ 

১২) ৰাজনৈতিক তত্ত্বৰ দুটা সংঞ্জা দিয়া ।

উত্তৰ 

১৩) ৰাজনৈতিক তত্ত্ব অধ্যায়নৰ উপযোগিতা সম্পৰ্কে দুটা কাৰক লিখা । 

উত্তৰঃ 

১৪) ৰজনীতি বিজ্ঞান আৰু ৰাজনৈতিক তত্ত্বৰ মাজৰ দুটা পাৰ্থক্য লিখা । 

উত্তৰঃ 

১৫) ৰাজনীতি বিজ্ঞানৰ জনক বুলি কাক কোৱা হয় ?

উত্তৰঃ

৬) পলিচ শব্দৰ অৰ্থ কি ? 

উত্তৰঃ পলিচ শব্দৰ অৰ্থ হৈছে নগৰ ৰাষ্ট্ৰ। 

১৭) ''ইতিহাস অবিহনে ৰাজনীতি বিজ্ঞান সাৰশূণ্য, ৰাজনীতি বিজ্ঞান অবিহনে ইতিহাস নিষ্ফল ।'' এইটো কোনে কৈছিল ?

উত্তৰঃ জন চিলিয়ে কৈছিল "ইতিহাস অবিহনে ৰাজনৈতিক বিজ্ঞান সাৰশূণ্য়, ৰাজনীতি বিজ্ঞান অবিহনে ইতিহাস নিষ্ফল। 

১৮) 'দি ৰিপাব্লিক'নামৰ গ্ৰন্থখনৰ লিখক হল চক্ৰেটিছ /প্লেটো । ( শুদ্ধ উত্তৰটো বাছি উলিওৱা ) 

উত্তৰঃ 

১৯) ৰাজনৈতিক তত্ত্ব 'Theoria' ৰ উদ্ভৱ মূলতে হৈছে - 

(ক) গ্ৰীক শৱ্দৰ পৰা  (খ) ইংৰাজী শব্দৰ পৰা  (গ) ৰোমান শব্দৰ পৰা  (ঘ) লেটিন শব্দৰ পৰা । 

উত্তৰঃ গ্ৰীক শব্দৰ পৰা। 

২০) ৰাজনীতি শব্দটোৰ উদ্ভৱ হৈছে । 

(ক) গ্ৰীক শব্দ পলিচ (Polis) - ৰ পৰা                      (খ) লেটিন শব্দ পলিচ ( Polis ) - ৰ পৰা  

(গ) ইংৰাজী শব্দ পলিটিকেল (Political ) - ৰ পৰা       (ঘ) গ্ৰীক শব্দ নগৰ ৰাষ্ট্ৰ ( City State ) -  ৰ পৰা 

উত্তৰঃ (ক) গ্ৰীক শব্দ পলিচ (polis)-ৰ শব্দ পৰা। 

১/ বস্তনিষ্ঠ প্ৰশ্নাৱলী ( Objective Type Questions ):

(১) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ 

(ক) ৰাজনীতি বুলিলে কি বুজা ?

উত্তৰ  ৰাজনীতি হৈছে আমাৰ সমূহীয়া স্বাৰ্থৰ বাবে জড়িত এক প্ৰক্ৰিয়া। 

(খ) ''ৰাজনীতি যেনিবা এক সৰ্পকুণ্ডলীহে - আমি পলাব খুজিলেও সি আমাক মেৰিয়াই ধৰে ।''  -এই উক্তিটো কাৰ ?

উত্তৰঃ  মহাত্মা গান্ধীয়ে কৈছিল " ৰাজনীতি যেনিবা এক শৰ্পকুণ্ডলীহে - আমি পলাব খুজিলেও সি আমাক মেৰিয়াই ধৰে"।  

(গ) On Liberty নামৰ গ্ৰন্থখনৰ লিখক কোন ?

উত্তৰ On Liberty নামৰ গ্ৰন্থখনৰ লিখক হৈছে জন ষ্টুৱাৰ্ট মিল। 

(ঙ) স্বাধীনতা মানৱজাতিৰ মৌলক অধিকাৰ বুলি কোনে প্ৰথমতে কৈছিল ?

উত্তৰ  

(চ) ভাৰতৰ অনুসূচীত জাতিক সংখ্যালঘু হিচাপে জ্ঞান কৰিব লাগে বুলি কোনে কৈছিল ?

উত্তৰ  

(ছ) "জীয়াই থকাৰ অধিকাৰ" বুলিলে কি বুজা ?

উত্তৰ  " জীয়াই থকাৰ অধিকাৰ" কোনো ব্য়ক্তিকে তেওঁৰ জীৱন আৰু ব্য়ক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰা নহ'ব। 

(২) ৰাজনৈতিক তত্ত্ব সম্পৰ্কে তলৰ কোনবোৰ উক্তি  শুদ্ধ ?

(ক) ৰাজনৈতিক তত্ত্বই সংগঠিত সমাজ জীৱনক নিয়ন্ত্ৰিত কৰা বিভিন্ন ধ্যান - ধাৰণাৰ ওপৰত আলোচনা কৰে ।

উত্তৰঃ

(খ) ৰাজনৈতিক তত্ত্বই বিভিন্ন নৃ-গোষ্ঠীৰ সংস্কৃতিৰ বিষয়ে আলোচনা কৰে । 

উত্তৰঃ

(গ) সাৰ্বভৌমত্ব, স্বাধীনতা ইত্যাদি ধাৰণাসমূহ ৰাজনৈতিক তত্ত্বই বিতংভাৱে আলোচনা কৰে । 

উত্তৰঃ

(ঘ) বিকাশৰ চৰিত্ৰ আলোচনা কৰা কৰাটো ৰাজনৈতিক তত্ত্বৰ পৰিধিৰ ভিতৰত ।

 উত্তৰঃ 

(ঙ) উত্তৰ- পূব ভাৰতৰ ৰাজনীতিৰ আলোচনাত ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব অপৰিসীম । 

(চ) ৰাজনীতি বিজ্ঞানী হব বিচৰা লোকসকলৰ বাবেহে ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব আছে । 

২/ শুদ্ধ নে অশুদ্ধ লিখা ( White Correct or incorrect )  

(ক) ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক অনুষ্ঠানবোৰৰ ধাৰণাবোৰ আলোচনা কৰে । 

উত্তৰঃ শুদ্ধ। 

(খ) ৰাজনৈতিক তত্ত্বই বিভিন্ন ধৰ্মৰ মাজৰ সম্পৰ্ক সম্বন্ধে আলোচনা কৰে । 

উত্তৰঃ

(গ) ৰাজনৈতিক তত্ত্বই স্বাধীনতা আৰু সমতা সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰে । 

উত্তৰঃ

(ঘ) ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক দলসমূহৰ কাৰ্যকাৰীতাৰ ভৱিষ্যতবাণী কৰে ।

উত্তৰঃ

(ঙ) ভাৰতত অস্পৃশ্যতা বৰ্জন কৰা হৈছে । 

উত্তৰঃ

(চ) নিৰ্বাচন , ভোটদান , নিৰ্বাচনী বিতৰ্ক ইত্যাদি ৰাজনীতিৰ এৰাব নোৱাৰা অংগ । 

উত্তৰঃ

ছ) সামূহিক স্বাৰ্থ  পূৰণৰ হকে গঢ়ি উঠা আন্দোলন, প্ৰতিবাদ ইত্যাদিও ৰাজনীতিৰ

 অংশবিশেষ মাত্ৰ । 

উত্তৰঃ

(জ) ৰাজনৈতিক তত্ত্বই নতুন নতুন ধ্যান - ধাৰণা সৃষ্টিত সহায় কৰে ।

উত্তৰঃ

(ঝ) ৰাজনৈতিক তত্ত্ব সকলোৱে পঢ়াৰ কোনো যুক্তি নাই । 

উত্তৰঃ শুদ্ধ। 

(ঞ) স্বাধীনতা মানৱ জাতিৰ মৌলিক অধিকাৰ বুলি কোনে প্ৰথমে কৈছিল ?

উত্তৰঃ

(ট) ভাৰতৰ অনুসূচিত জাতিক সংখ্যালঘু হিচাপে জ্ঞান কৰিব লাগে বুলি কোনে কৈছিল ?

উত্তৰঃ

(ঠ) ভাৰতত বিদেশীয়েও ভোটাদান কৰিব পাৰে । 

উত্তৰঃ অশুদ্ধ।  

(ঢ) গান্ধীৰ মতে আমি ইচ্ছা কৰি ৰাজনীতিৰ বাহিৰত থাকিব নোৱাৰো  - শুদ্ধ নে অশুদ্ধ ?

উত্তৰঃ শুদ্ধ। 

Type : Bipasha kakati 

Post ID : DABP006335