ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ (চীন দেশ আৰু পাকিস্তানঃ এক তুলনামূলক আধ্যয়ন) | দশম অধ্যায় | Chapter 10 | Class 11 Economics Assamese medium Notes | HS 1st year Economics Assamese medium Question Answer | Class 11 Economics Assamese Medium Suggestion


ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ (চীন দেশ আৰু পাকিস্তানঃ

এক তুলনামূলক আধ্যয়ন)


প্ৰশ্নাৱলী 

১। উত্তৰ দিয়াঃ

(ক) কোন চনৰ পৰা ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ নীতি প্ৰৱৰ্ত্তন কৰা হৈছে? 

(খ) চীন দেশত বছৰি জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান? 

(গ) পাকিস্তানত অৰ্থনৈতিক সংস্কাৰ কাৰ্য্যসূচী কেতিয়া প্ৰৱৰ্তন কৰা হয়? 

(ঘ) চীন দেশত ঔদ্যোগীকৰণৰ হাৰ কিমান? 

(ঙ) চীন দেশত মুক্ত দুৱাৰ নীতি কোনে প্ৰৱৰ্ত্তন কৰিলে? 

(চ) পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনৰ ৫৩.৭ শতাংশ কোনটো খণ্ডৰ পৰা আহে? 

(ছ) চীন দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ ঔদ্যোগিক খণ্ডৰ পৰা আহে? 

(জ) কি এনে দুটা ক্ষেত্ৰ আছে ষ'ত পাকিস্তানে ভাৰততকৈ অধিক সফল কাম হৈছে? 

২। মিশ্ৰিত অৰ্থনীতিৰ নমুনা বুলিলে কি বুজা? 

৩। চীন দেশৰ মুঠ জাতীয় উৎপাদন সম্পৰ্কে এটি টোকা লিখা।

৪। ভাৰতবৰ্ষ, চীন আৰু পাকিস্তানৰ অৰ্থনীতিৰ চাৰিটা সাদৃশ্য উল্লেখ কৰা।

৫। ভাৰতীয় অৰ্থনীতি আৰু চীনা অৰ্থনীতিৰ মাজত মূল্য পাৰ্থক্যটো কি? 

৬। চীন আৰু পাকিস্তানৰ অৰ্থনৈতিক উন্নয়নৰ মূল বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

৭। ভাৰতবৰ্ষ, চীন আৰু পাকিস্তানৰ অৰ্থনীতিৰ এক তুলনামূলক বিশ্লেষণ আগবঢ়োৱা।

৮। ভাৰতবৰ্ষ, চীন আৰু পাকিস্তানৰ জন্ম মৃত্যুৰ হাৰ সম্পৰ্কে এটা তুলনামূলক আলোচনা আগবঢ়োৱা।

৯। ভাৰতবৰ্ষ, চীন আৰু পাকিস্তানৰ মুঠ জাতীয় উৎপাদনৰ এটি তুলনামূলক টোকা প্ৰস্তুত কৰা।

    


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Type: Pallab jyoti bora


Post ID : DABP006324