জনবসতিৰ প্ৰকাৰ | অধ্যায় ১০ | Chapter 10 | Class 12 Geography Question and Answer Assam | Class 12 Geography Question and Answer Assamese Medium | Class 12 Geography Solution | HS Second Year Geography Suggestion | Class 12 Geography Question and Answer Notes | HS Second Year Geography Question and Answer | দ্বাদশ শ্ৰেণী মানৱ ভূগোল | Class 12 Geography Free Question and Answer | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ প্ৰশ্ন আৰু উত্তৰ | দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ জনবসতিৰ পাঠটো প্ৰশ্ন আৰু উত্তৰ |

জনবসতিৰ প্ৰকাৰ


(ক) এটা শব্দ / বাক্যত উত্তৰ কৰা ( প্ৰতিটো প্রশ্নৰ মূল্যাংক -১ ):

 ১। গুজ্জৰ শব্দৰ অর্থ কি? 

উত্তৰঃ-


২। গ্রাম্য বসতিৰ লগত তলৰ কোনটো জীৱিকাৰ সম্পৰ্ক অতি বিৰল?

(ক) পশুপালন  (খ) প্রশাসনীয় সেৱা (গ) চিকাৰ (ঘ) ৰােপণ কৃষি 

উত্তৰঃ (ক) পশুপালন।

৩। গ্রাম্য কেন্দ্রীয় অৱস্থানসমূহে তলৰ কোনধৰণৰ ঠাইত গঢ় লয়?

(ক) চহৰাঞ্চলৰ পৰিধি 

(খ) চহৰৰ নাতিদূৰত 

(গ) চহৰৰ পৰা বহুত দূৰত পৰস্পৰ সমান ব্যৱধানত

(ঘ) চহৰে স্পৰ্শনকৰা যিকোনাে অৱস্থানৰ যাতায়াত কেন্দ্রত 

উত্তৰঃ 

৪। তলৰ কোনটো বসতিৰ প্ৰতিৰূপ চহৰাঞ্চলত গঢ় ল'ব নােৱাৰে?

 (ক) বিৰল বসতি (খ ) বর্গাকৃতিক বসতি (গ ) তাৰকাকৃতিক বসতি (ঘ ) কেন্দ্রীভূত বসতি 

উত্তৰঃ

৫। চাৰিআলি অথবা নদীৰ দলং এখনক কেন্দ্ৰ কৰি কেনে আৰ্হিৰ গ্ৰাম্য বসতিয়ে গঢ় লয়?

(ক) বিৰল বসতি (খ) ৰৈখিত বসতি (গ) তাৰকাকৃতিক বসতি (ঘ) চক্রাকাৰ বসতি 

উত্তৰঃ

৬। পৃথিৱীৰ প্ৰথমখন নিযুতাধিক জনসংখ্যাৰ চহৰ?

(ক) লণ্ডন (খ) টকিঅ ’ (গ) এথেন্স  (ঘ) কাইৰাে

উত্তৰঃ

৭। তলত উল্লেখ কৰা কোনখন চহৰৰ উৎস গ্রাম্য কেন্দ্রীয় অৱস্থান নহয়? 

(ক) কলিকাতা (খ) যােৰহাট (গ) বৰপেটা ৰােড (ঘ) টাটানগৰ 

উত্তৰঃ 

 ৮। তলৰ কোনখন চহৰ বিৰাম অৱস্থানত অৱস্থিত নহয়?

 (ক) এডেন (খ) ছিংগাপুৰ (গ) মুগলসৰায় (ঘ) আগৰা

উত্তৰঃ

৯। তলত উল্লেখ কৰা চহৰসমূহক সীমান্তচকী আৰু সামৰিক ছাউনী শ্ৰেণীত বিভক্ত কৰা । 

(ক) অম্বালা (খ) পেট্রপল (গ) ৱাঘা (ঘ) পাঠান কোট (ঙ) চাব্রুম (চ) মেৰঠ 

উত্তৰঃ

১০। পৃথিৱীৰ প্রাচীনতম পৌৰ বসতিৰ নিদর্শন কোনটো অঞ্চলত পােৱা গৈছে।

(ক) নীল নদীৰ উপত্যকা

(খ) মেচোপটেমিয়া। 

(গ) সিন্ধু উপত্যকা 

(ঘ) মেক্সিকো 

উত্তৰঃ

১১। ২০০৬ চনৰ হিচাপত পৃথিৱীত মুঠ প্রবৃদ্ধ চহৰ কেইখন? 

উত্তৰঃ  

(খ) তলৰ প্রশ্নসমূহ ৩০ টা শব্দৰ ভিতৰত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৩ )

১। জনবসতি মানে কি? জনবসতি ভূগােল অধ্যয়নৰ কেন্দ্রীয় বিষয়বস্তু কিয়?

উত্তৰঃ-

২। গুজ্জৰসকলৰ ঋতুপ্রব্রজন পৰিক্রমাটো থাউকতে উপস্থাপন কৰা।

উত্তৰঃ-

৩। ভূগােলত গ্রাম্য বসতি মানে আনুষংগিক কি কি লক্ষণৰ বসতি অন্তর্ভুক্ত হৈ থাকে?

উত্তৰঃ-

৪। উপনগৰীয় বসতি আৰু অর্ধনগৰীয় বসতিৰ প্রভেদ দাঙি ধৰা। "

উত্তৰঃ-

৫। কেনেধৰণৰ নৈসর্গিক পৰিৱেশত বিৰল বসতিয়ে গঢ় লয় উদাহৰণসহ আলােচনা কৰা। 

উত্তৰঃ-

৬। গ্রাম্য বসতিৰ অৱস্থান আৰু বিস্তৃতি জলাশয়ৰ ওপৰত অধিক নির্ভৰশীল হয় কিয়?

উত্তৰঃ-

৭। গ্রাম্য বসতিৰ প্ৰতিৰূপ কি আধাৰত বিচাৰ কৰিব পাৰি?

উত্তৰঃ-


৮। কেনে পদ্ধতিৰে কেনেধৰণৰ অৱস্থানত পৌৰ বসতিৰ উৎপত্তি হয়? 

উত্তৰঃ-

৯। মেগাল’পলিচ অথবা পৌৰ বলয়সমূহৰ লক্ষণ উপস্থাপন কৰা । ব’ষ্টনৰ পৰা ৱাশিংটনপর্যন্ত বিস্তৃত পৌৰ বলয়টোৰ অন্তৰ্গত চহৰপুঞ্জসমূহ কি কি?

 উত্তৰঃ-

১০। প্রবৃদ্ধ চহৰ ( Mega city ) অথবা পৌৰ বলয় ( Megalopolis ) শ্রেণীৰ পৌৰবসতিৰ ধাৰণাটো নিজৰ ভাষাত উপস্থাপন কৰা। 

উত্তৰঃ-

১১। উন্নয়নশীল ৰাষ্ট্ৰত চহৰসমূহৰ বাসগৃহ সমস্যাৰ চমু আভাস দিয়া।

উত্তৰঃ-

১২। চহৰসমূহৰ প্ৰব্ৰজনজনিত অর্থনৈতিক সমস্যাৰ ৰেহৰূপ থােৰতে উপস্থাপন কৰা । 


(গ) কম বেছি ১৫০ টা শব্দত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৫)

১। গ্রাম্য বসতি আৰু পৌৰ বসতিৰ প্ৰকার্যগত প্রভেদ বিচাৰ কৰা। 

উত্তৰঃ-

২। গ্রাম্য বসতিৰ মূল সমস্যা তথা অভাৱসমূহ থােৰতে পর্যালােচনা কৰা। 

উত্তৰঃ-

৩। পৌৰ প্রকার্য কাক বােলে? প্রাথমিক প্রকার্য অনুসৰি চহসমূহৰ শ্রেণী বিভাজন কৰি প্রতিটো শ্ৰেণীৰ উদাহৰণ দাঙি ধৰা। 

উত্তৰঃ-

৪। যাতায়াত পথৰ বিভিন্ন অৱস্থানত গঢ়ি উঠা পৌৰ প্রকার্য সম্পর্কে এটি থুলমূল বিৱৰণ যুগুত কৰা। 

উত্তৰঃ-

৫। বিশ্বস্বাস্থ্য সংস্থাৰ মানক অনুসৰি সুস্থ চহৰৰ সংজ্ঞা দাঙি ধৰা। উন্নয়নশীল ৰাষ্ট্ৰসমূহত এনে সুস্থ চহৰে গঢ় লােৱাৰ অন্তৰায়সমূহ কি কি? 

উত্তৰঃ-

৬। ক্রমবর্ধমান জনসংখ্যাৰ ফলত চহৰসমূহত দেখা দিয়া সমাজ - সাংস্কৃতিক আৰু নৈসর্গিক সমস্যাৱলীৰ থূলমূল আভাস দিয়া।

উত্তৰঃ-

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Type- Nayan Jyoti Bordoloi



Post ID : DABP006354