ভাৰতীয় অৰ্থনীতি | Chapter 2 | Class 11 Economics Assam | Class 11 Economics Assamese Medium Quiestion And Answer | HS 1st Year Assamese Medium Economics notes | HS 1st Year Economics Assamese Medium | Higher Secondery Economics Suggestion | HS 1st Year Assamese Medium Economics Question And Answer
👉 Download Text-Book PDF
👉 MCQs Type Solution
👉 Online Test Chapter -1
👉 Paid Solution (For Membership User)
১। উত্তৰ দিয়া
(ক) অৰ্থনৈতিক পৰিকল্পনা কি?
(খ) অৰ্থনৈতিক পৰিকল্পনা প্ৰৱতন কৰা প্ৰথমখন দেশ কি?
(গ) ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগ কোন চনত গঠিত হয়?
(ঘ) দ্বিতীয় পঞ্চবৰ্ষিক পৰিকল্পনাৰ অৰ্থনৈতিক আৰ্হি কোনগৰাকী অৰ্থনীতিবিদে যুগুত কৰি উলিয়াই ছিল?
(ঙ) আমদানিৰ বিকল্পীকৰণ কি?
(চ) ৬০-ৰ দশকৰ মাজভাগৰ পৰা ৭০-ৰ দশকৰ মাজভাগলৈ ভাৰতবৰ্ষৰ তিনিখন ৰাজ্যৰ কৃষিখণ্ডত সেউজ বিপ্লৱ হৈছিল তাৰে দুখন ৰাজচ্য হ'ল পঞ্জাব আৰু অন্ধ্ৰপ্ৰদেশ। তৃতীয়খন ৰাজ্যৰ নাম লিখা।
(ছ) চাহ আৰু তেল উদ্যোগৰ বাবে জনাজাত ৰাজ্যখন কি?
(জ) ১৯৫৬ চনৰ ঔদ্যোগিক নীতিৰ 'ক' অনুসূচীত কিমানটা উদ্যোগ সন্নিৱিষ্ট কৰা হৈছিল?
(ঝ) ক্ষুদ্ৰ উদ্যোগৰ উন্নয়নৰ বাবে পৰামৰ্শৱলী দাঙি ধৰা সমিতিখনৰ নাম লিখা।
২। উত্তৰ লিখা
(ক) পুঁজিবাদ কি?
(খ) সমাজবাদ বুলিলে কি বুজা?
(গ) মিশ্ৰিত অৰ্থনীতি কি?
(ঘ) পৰিকল্পনা আয়োগৰ মুখ্য কাৰ্যৱলী কি কি?
(ঙ)ৰাজহুৱা বিতৰণ ব্যৱস্থা কি?
(চ) ভৰ্ত্তুকী বা ৰাজসাহায্য কি?
(ছ) ঔদ্যোগীকৰণৰ তাৎপৰ্য কি?
৩। ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহৰ মূল লক্ষ্যসমূহ চুমুকৈ ব্যাখ্যা কৰা।
৪। ১৯৫১ চনৰ পৰা ১৯৯০ চনৰ সময়ছোৱাত ভাৰতবৰ্ষৰকৃষিখণ্ডৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰা।
৫। ১৯৫১-১৯৯০ চনৰ সময়ছোৱাত ভাৰতবৰ্ষত উদ্যোগ আৰু বাণিজ্যখণ্ডত হোৱা পৰিৱৰ্তনৰ বিষয় আলোচনা কৰা।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Type: Pallab Jyoti Bora
Post ID : DABP006282