পাঠ-দুই 

দৰ্পচূৰ্ণ


অনুশীলনী 

১। দেৱতা  আৰু অসুৰসকলক কি গুণৰ প্ৰতীক হিছাপে জনা যায় ?

উত্তৰঃ- দেৱতাসকলক সদগুণৰ আৰু অসুৰসকলক দুৰ্গুণৰ প্ৰতীক হিচাপে জনা যায়।

২) দেৱতা আৰু অসুৰৰ মাজত হোৱা যুদ্ধক কি নামেৰে জনা যায় ?

উত্তৰঃ- দেৱতা আৰু অসুৰৰ মাজত হোৱা যুদ্ধক দেৱাসুৰ নামেৰে জনা যায়।

৩) দেৱতা অহংকাৰ দমন কৰাৰ কাৰনে ভগৱানে কি কৰিছিল ?

উত্তৰঃ- দেৱতা অহংকাৰ দমন কৰাৰ কাৰণে ভগৱানে সৰ্বশক্তিমান পৰমেশ্বৰে স্বয়ংযক্ষৰ ৰূপ ধাৰণ কৰিছিল।

৪) যক্ষই পৱন দেৱক কি বুলি কৈছিল ?

উত্তৰঃ- ষক্ষই পৱন দেৱক ক'লে "মহাৰাজ, এইডাল ওপৰত শক্তি প্ৰয়োগ কৰক বুলি কৈছিল।



Type  Arup Koch 

Author by : Rajashree Bora

Check by - Mukesh Borah


Post ID : DABP006386