ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য | অধ্যায় ২১ | Chapter 21 | Class 12 Geography Question Answer Assam | Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Solution | Class 12 Geography Question Answer Notes | Class 12 Geography Suggestion | HS Second Year Geography | দ্বাদশ শ্ৰেণী মানৱ ভূগোল | উচ্চতৰ মাধ্যমিক মানৱ ভূগোলৰ প্ৰশ্ন আৰু উত্তৰ | Class 12 Geography Free Question and Answer | দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পাঠটো প্ৰশ্ন আৰু উত্তৰ | 


ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য


(ক) এটা শব্দ বাক্যত উত্তৰ দিয়া ( প্রতিটো প্ৰশ্নৰ মূল্যাংক -১ )।

১। ভাৰতৰ পথতন্ত্ৰটোৰ ওপৰত দেশৰ                    শতাংশ যাত্রী আৰু                  শতাংশ সামগ্রী সৰবৰাহ সম্পন্ন হয়। ( খালী ঠাই পূৰণ কৰা)

 ২। পূর্ব - পশ্চিম সংযােজন প্রকল্পৰ অধীনত প্রস্তৱিত ৰাষ্ট্ৰীয় পথটো ক'ৰ পৰা ক'লৈ কি কি ঠাইৰ মাজেৰে নির্মাণ কৰা হ'ব।
উত্তৰঃ-

৩। ভাৰতীয় ৰে'লপথৰ অধীনত ৮ / ৯ / ১৬ / ১৭ টা ৰে'ল মণ্ডল আছে। 
উত্তৰঃ

৪।ইলাহাবাদ / জবলপুৰ / কানপুৰ / গােৰখপুৰত উত্তৰ মধ্য ৰে'ল মণ্ডলৰ সদৰ কার্যালয় অৱস্থিত। 
উত্তৰঃ-

৫। ভাৰতৰ দীর্ঘতম নলিকা পথটোৱে কিমান দূৰত্বৰ কি কি ঠাই দুখন সংযােগ কৰিছে? 
উত্তৰঃ

৬। ভাৰতত আভ্যন্তৰীণ জল পৰিবহনৰ জনপ্রিয়তা কমি অহাৰ দুটা কাৰণ উল্লেখ কৰা। 
উত্তৰঃ-

৭। ভাৰতত সৰ্বমুঠ নাব্য জলপথৰ দৈর্ঘ্য কিমান? 
উত্তৰঃ- ভাৰতত সৰ্বমুঠ নাব্য জলপথৰ দৈৰ্ঘ্য14,500 কিমি।


৮। কেৰল প্ৰদেশৰ অন্তৰ্গমসমূহৰ বৈশিষ্ট্য কি? 
উত্তৰঃ- 


৯। দূৰদৰ্শন -১ অথবা DD - I সম্প্রচাৰণ কার্যক্রমৰ লগত জড়িত উপগ্ৰহটোৰ নাম কি?
উত্তৰঃ- 



১০। ভাৰতৰ প্ৰথমটো দূৰ - সংবেদন উপগ্রহ কেতিয়া ক'ৰ পৰা নিক্ষেপ কৰা হৈছিল? 
উত্তৰঃ-

১১। ভাৰতৰ ৰপ্তানি দ্ৰব্যৰ বৃহত্তম অংশটো কৃষিজাত / ঔদ্যোগিক / আকৰিক ধাতু / পেট্রলজাত সামগ্ৰীৰে গঠিত । 
উত্তৰঃ-


১২। ভাৰতৰ বৈদেশিক বাণিজ্যত ঘাটি বৃদ্ধি পাই অহাৰ প্ৰধান কাৰণঃ (ক) খাদ্য - শস্য আমদানি (খ) কেঁচামালৰ ৰপ্তানি হ্রাস।
(গ) খনিজ তেলৰ অবাধ আমদানি   (ঘ) অন্য বেলেগ কাৰণ 


১৩। কোনখন ৰাষ্ট্রৰ লগত ভাৰতৰ বৈদেশিক লেনদেনৰ পৰিমাণ আটাইতকৈ বেছি?
 উত্তৰঃ-


১৪। মার্মাগাও বন্দৰ অৱস্থানত প্রাচীনকালৰ কোনটো বন্দৰ অৱস্থিত আছিল?
উত্তৰঃ-

 ১৫।                অভিমুখী ৰে'লপথটোৱে মাংগালােৰ বৰক পশ্চামিৰ লগত সংযােগ কৰিছে । ( খালী ঠাই * পূৰণ কৰা )


১৬। ভাৰতৰ দক্ষিণ সীমান্তত অৱস্থিত বৃহৎ বন্দৰটো কি? 
উত্তৰঃ-

১৭। স্থলাবয়ৱৰ মাজত অৱস্থিত ভাৰতৰ সুবৃহৎ পােটাশ্রয় বন্দৰটো কি? 
উত্তৰঃ-

১৮। ভাৰতৰ কোনটো বন্দৰলৈ অতিকায় সামুদ্রিক জাহাজ অবাধে ওলােৱা - সােমােৱা কৰিব পাৰে? 
উত্তৰঃ-

১৯। কলিকাতা বন্দৰৰ উপগ্রহ বন্দৰটো কি? 
উত্তৰঃ-

২০। নেত্ৰাৱতী নদীৰ মােহনাত অৱস্থিত বন্দৰটোৰ নাম কি?
উত্তৰঃ-


 (খ) তলৰ প্ৰশ্নসমূহ ৩০ টা শব্দৰ ভিতৰত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৩ )
১। ভাৰতৰ পথ পৰিবহন খণ্ডটোত ৰাষ্ট্ৰীয় পথসমূহৰ গুৰুত্ব পর্যালােচনা কৰা।
উত্তৰঃ-
 
২। ইউনিগজ প্রগ্রেম কি? এই আঁচনিৰ তাৎপর্য দাঙি ধৰা। 
উত্তৰঃ-

৩। ভাৰতত ৰেল পৰিবহনৰ প্ৰাসংগিকতাৰ ওপৰত আলােকপাত কৰা। 
উত্তৰঃ-

৪। কোংকণ ৰেলপথৰ বেশিষ্ট্যসমূহৰ এটি আভাস দিয়া।
উত্তৰঃ-

৫। ভাৰতত খনিজ তেল আৰু প্রাকৃতিক গেছ সৰবৰাহৰ উদ্দেশ্যে নলিকা পথসমূহৰ সুবিধা - অসুবিধাবােৰ উল্লেখ কৰা। 
উত্তৰঃ-

৬। ভাৰতৰ পৰিবহন প্রণালীত বন্দৰসমূহৰ গুৰুত্ব উপস্থাপন কৰা।
উত্তৰঃ-

৭। ভাৰতত কি কি শ্ৰেণীৰ কেইটা বিমান বন্দৰ আছে? 
উত্তৰঃ-

৮। ভাৰতৰ পৰিবহন প্রণালীত এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিয়ান সেৱাৰ অৱদান সম্পর্কে চমু আভাস দিয়া।
উত্তৰঃ-

৯। উপযুক্ত উদাহৰণৰ সহায়ত ব্যক্তিগত আৰু সমূহীয়া যােগাযােগ প্রণালীৰ প্রভেদ দাঙি ধৰা।
উত্তৰঃ- 


১০। আধুনিক যােগাযােগ প্রণালীত ইণ্টাৰনেটৰ সুবিধাসমূহ থােৰতে উল্লেখ কৰা।
উত্তৰঃ-
 

১১। ভাৰতত অনার্তাৰ যােগাযােগ ব্যৱস্থাৰ এটি চমু ইতিবৃত্ত যুগুত কৰা।
উত্তৰঃ-
 

১২। যােৱা দশকত ভাৰতৰ শিল্পজাত দ্রব্য ৰপ্তানিৰ এটি আভাস দিয়া।
উত্তৰঃ-

 
১৩। সত্তৰৰ দশকৰ পৰা ভাৰতৰ বাণিজ্যিক ঘাটি বৃদ্ধি পাই অহাৰ তিনিটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ-
 
১৪। বিশ্ব বাণিজ্যত নিজৰ অংশীদাৰিত্ব বৃদ্ধিৰ উদ্দেশ্যে কেনেধৰণৰ পদক্ষেপ লৈছে?
উত্তৰঃ-
 
১৫। বন্দৰসমূহক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশদ্বাৰ বােলা হয় কিয়?
উত্তৰঃ-

১৬। ভাৰতৰ অধিকাংশ বন্দৰ আৰু পােটাশ্রয় পশ্চিম উপকূলত অৱস্থিত কিয়?
উত্তৰঃ-

১৭। ভাৰতৰ বৃহৎ বন্দৰ মানে কোনবােৰ বৰক বুজায়?
উত্তৰঃ-

 ১৮। 'কাণ্ডালা বন্দৰৰ সুনির্দিষ্ট পশ্চাৎভূমি নাই।' উক্তিটোৰ তাৎপর্য বিচাৰ কৰা।
উত্তৰঃ-

১৯। মুম্বঈ বন্দৰৰ বাণিজ্যিক গুৰুত্ব বিচাৰ কৰা।
উত্তৰঃ-
 
২০। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দৃষ্টিকোণেৰে বিশাখাপট্টনম বন্দৰৰ গুৰুত্ব পর্যালােচনা কৰা। 
উত্তৰঃ-

( গ ) কম বেছি ১৫০ টা শব্দত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৫ ) 

১। ভাৰতত প্ৰকাৰ্যৰত যাতায়াত প্রধান মাধ্যমসমূহ কি কি? যিকোনাে এটা মাধ্যমৰ যাতায়াত সম্পন্ন প্রতিৰূপ উপস্থাপন কৰা।
উত্তৰঃ-
 
২। ভাৰতৰ পৰিবহন প্রণালীত পথ পৰিবহনৰ জনপ্ৰিয়তাৰ কাৰণবােৰ চমুকৈ আলােচনা কৰা।
উত্তৰঃ-

৩। ভাৰতৰ ভৌগােলিক পৰিৱেশত ৰে'ল পৰিবহনৰ প্ৰাসংগিকতা সম্পর্কে এটি আলােচনা যুগুত ।
উত্তৰঃ-

৪। ভাৰতে নিক্ষেপণ কৰা উপগ্রহসমূহৰ প্রধান শ্রেণী দুটা কি কি? এই দুয়ােশ্রেণীৰ উপগ্রহৰ লগ আৰু যােগাযােগ মাধ্যমসমূহৰ সম্পর্ক কেনেকুৱা? 
উত্তৰঃ-

৫। ভাৰতৰ প্ৰধান ৰপ্তানি দ্রব্যসমূহৰ এখন তালিকা প্রস্তুত কৰি এনেবােৰ দ্ৰব্যৰ ৰপ্তানিৰ শেহতীয়া গতিধাৰা? পর্যালােচনা কৰা। 
উত্তৰঃ-

৬। ভাৰতৰ আন্তঃৰাষ্ট্রীয় বাণিজ্যৰ গতিধাৰা সম্পর্কে এটি বৃত্তান্ত যুগুত কৰা।
উত্তৰঃ-


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)




Type- Nayan Jyoti Bordoloi





Post ID : DABP006404