নিৰ্বাচিত সমস্যা আৰু প্ৰচালনঃ ভৌগালিক দৃষ্টিপাত  | অধ্যায় ২২ | Chapter 22 | Class 12 Geography Solution Assam | Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Suggestion | HS Second Year Geography Question and Answer Notes | HS Second Year Geography | দ্বাদশ শ্ৰেণী মানৱ ভূগোল | Class 12 Geography Free Question Answer | দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ প্ৰশ্ন আৰু উত্তৰ | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী মানৱ ভূগোলৰ নিৰ্বাচিত সমস্যা আৰু প্ৰচালন পাঠটো প্ৰশ্ন আৰু উত্তৰ | 

নিৰ্বাচিত সমস্যা আৰু প্ৰচালনঃ ভৌগালিক দৃষ্টিপাত

অধ্যায় ২২


(ক) এটা শব্দ / বাক্যত উত্তৰ কৰা ( প্ৰতিটো প্রশ্নৰ মূল্যাংক -১ )

১। মানৱসৃষ্ট প্ৰদূষকৰ কেইটামান উদাহৰণ দিয়া।

উত্তৰঃ মানৱসৃষ্ট প্ৰদূষকৰ কেইটামান উদাহৰণ হ'ল- আণবিক পদাৰ্থ, তাপ, পোহৰ, গেছ আদি।


২। অ - জৈৱপ্রশমিত প্ৰদূষকৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ- অ-জৈৱিকপ্ৰশমিত প্ৰদূষকৰ দুটা উদাহৰণ হ'ল- কাগজ আৰু ধূলি-বালি।


৩। আক্রমণস্থলীৰ ভৌতিক লক্ষণৰ আধাৰত প্ৰদূষণৰ শ্ৰেণী তিনিটাৰ নাম লিখা।

উত্তৰঃ- আক্ৰমণস্থলীৰ ভৌতিক লক্ষণৰ আধাৰত প্ৰদূষণ শ্ৰেণী তিনিটাৰ নাম হ'ল- (ক) ভূমি প্ৰদূষণ অথবা মাটি প্ৰদূষণ।

                           (খ) জল প্ৰদূষণ।

                            (গ) বায়ু প্ৰদূষণ।

৪। অম্লবৃষ্টি কাক বােলে?

উত্তৰঃ-


৫। কি কি মৌলৰ সংযােগত CFC গেছৰ উৎপত্তি হয়?

উত্তৰঃ- কাৰ্বন, ক্লৰিন আৰু ফ্লৰিন নামৰ মৌলৰ সংযোগৰ CFC গেছৰ উৎপত্তি হয়।


৬। ছালফাৰ ডাই-অক্সাইড গেছ কেনেকৈ বায়ুমণ্ডলত সংযােগ ঘটে?

উত্তৰঃ-


৭। আৰু চহৰ দুখনৰ মাজত যমুনা নদীখণ্ডটো ভাৰতৰ সর্বাধিক প্ৰদূষিত জলধাৰাৰূপে চিহ্নিত হৈছে। (খালী ঠাই পূৰণ কৰা)


৮। জল প্ৰদূষণৰ ফলত শ্বাসৰােগ পৌষ্টিক তন্দ্ৰৰ ৰােগ / স্নায়ুতন্ত্রৰ ৰােগ হাড়ৰ বেমাৰ সৃষ্টি হয়।

উত্তৰঃ-


৯। জল প্ৰদূষণ বায়ু প্ৰদূষণ শব্দ প্ৰদূষণ / উষ্ণতা প্রদূষণৰ ফলত অম্লবৃষ্টি হয়।

উত্তৰঃ-


১০। বায়ুমণ্ডলৰ গােটা আৰু গেছীয় প্ৰদূষকবােৰক কি কি নামেৰে জনা যায়?

উত্তৰঃ- বায়ুমণ্ডলৰ গোটা প্ৰদূষকবোৰৰ নাম হ'ল- ধূলিকণা, ধাতৱ-কণিকা, চিমেন্ট, গ্লাচ আদি। আনহাতে, গেছীয় প্ৰদূষকবোৰ হ'ল- কাৰ্বন-মনক্সাইড, নাইট্ৰাচ অক্সাইড, অজ'ন আদি।


১১। ভাৰতত ক্ষাৰকৰণ আৰু লৱণীকৰণত ক্ষতিগ্রস্ত এলেকা এটাৰ নাম লিখা।

উত্তৰঃ- ভাৰতত ক্ষাৰকৰণ আৰু লৱণীকৰণত ক্ষতিগ্ৰস্ত এলেকা এটাৰ নাম হ'ল- গংগা-যমুনা অন্তৰ্বেদিকা অঞ্চল।

১২। ভূমি অৱক্ৰমণৰ ফলত কৃষি কাৰ্যৰ অনুপযােগী হৈ পৰা মাটি-শ্ৰেণীটোৰ নাম কি?

উত্তৰঃ- ভূমি অৱক্ৰমণৰ ফলত কৃষি কাৰ্যৰ অনুপযোগী হৈ পৰা মাটি শ্ৰেণীটোৰ নাম হ'ল- পৰিত্যক্ত ভূমি বা নষ্টপ্ৰায় ভূমি।


১৩। ভাৰতত ভূমি অৱক্ৰমণৰ যিকোনাে দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ- ভাৰতত ভূমি অৱক্ৰামণৰ যিকোনো দুটা কাৰণ হ'ল-

(i) ভূমিক্ষয়ঃ প্ৰৱাহমান জল অথবা বতাহৰ মাধ্যমত মাটিৰ উপৰিভাগৰ উৰ্বৰ স্তৰটো আঁতৰি যোৱাৰ ফলত পৃষ্ঠভাগ ব্যৱহাৰৰ অনুপযুক্ত হোৱা ঘটনাক ভূমিক্ষয় বোলে।

(ii) মৰুকৰণঃ মৰুভূমিৰ শুষ্কতা বৃদ্ধি আৰু পূৰ্বৰ অ-মৰুভূমি এলেকা মৰুভূমিত পৰিণত হোৱা কাৰ্যক একেলগে মৰুকৰণ বোলে।



১৪। খালৰ দ্বাৰা জলসিঞ্চনৰ ফলত লৱণীকৰণ / জলমগ্নতা / মাৰুকৰণ সমস্যা উদ্ভৱ নহয়।

উত্তৰঃ

১৫। গ্ৰামাঞ্চলৰ পৰা চহৰমুখী প্ৰবজন মাত্ৰেই প্ৰধানকৈ কৰ্মক্ষম

শ্ৰেণীৰ প্ৰব্ৰজন। ( খালী ঠাই পূৰ কৰা )

    

(খ) তলৰ প্রশ্নসমূহ ৩০ টা শব্দৰ ভিতৰত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৩ )

১। প্ৰদূষণ কাক বােলে? কি কি কাৰণত বায়ু, পানী আৰু মাটি প্ৰদূষিত হয়?

উত্তৰঃ- মানুহৰ কামকাজৰ ফলত মাটি, পানী, বায়ু আৰু জীৱমণ্ডলৰ অন্ততঃ উপাদানৰ গুণগুত মানদণ্ড স্থানীয় অথবা আঞ্চলিক পৰিসৰত চকুত লগা মাত্ৰাত নামি যোৱাৰ অৱস্থাটোক প্ৰদূষক বোলে।


২। প্ৰদূষণ আৰু প্ৰদূষকৰ মাজৰ প্রভেদ উদাহৰণৰ সহায়ত দাঙি ধৰা।

উত্তৰঃ-

৩। জৈৱ-প্রশমিত আৰু অজৈৱপ্রশমিত প্ৰদূষকৰ মাজৰ পার্থক্য প্রদর্শন কৰা।

উত্তৰঃ-

৪। কৃষিকাৰ্য আৰু গৃহস্থালি উৎসৰ পৰা কেনেদৰে মাটি প্ৰদূষিত হয়?

উত্তৰঃ-


৫। মাটি প্ৰদূষণৰ পৰিণতি চমুকৈ উপস্থাপন কৰা।

উত্তৰঃ-

৬। উদ্যোগ, কৃষিকেন্দ্ৰ আৰু খনি উৎসৰ পৰা কেনেদৰে জল প্রদূষণ ঘটে?

উত্তৰঃ-


৭। সাগৰৰ পানী কি কি উৎসৰ পৰা কেনেকৈ প্ৰদূষিত হয়?

উত্তৰঃ-


৮। বায়ু প্ৰদূষণৰ উৎসসমূহ কি কি?

উত্তৰঃ-


৯। অণু-প্রদূষকসমূহে পৃথিৱীৰ তাপ-প্রতিমান কেনেদৰে আক্রান্ত কৰে?

উত্তৰঃ-


১০। শব্দ প্ৰদূষণৰ উৎসসমূহ কি কি? এই প্ৰদূষণৰ ক্ষেত্রীয় বিস্তৃতি কেনেকুৱা?

উত্তৰঃ-


১১। চহৰতলীত অত্যধিক পৰিমাণৰ আবর্জনা গােট খায় কিয়?

উত্তৰঃ-


১২। চহৰৰ অপদ্রব্যসমূহৰ প্রধান উৎস কি কি?

উত্তৰঃ- চহৰৰ অপদ্ৰব্যসমূহৰ প্ৰধান উৎস হ'ল-

(১) গৃহস্থালি অথবা আবাসিক চৌহদ।

(২) ৰাজহুৱা ক্ষেত্ৰসমূহ।

(৩) উদ্যোগ অথবা বাণিজ্যৰ ক্ষেত্ৰসমূহ।


১৩। চহৰৰ অপদ্রব্যই কেনেকৈ জল প্রদূষণ বৃদ্ধি কৰে?

উত্তৰঃ-



১৪। গাঁৱৰ পৰা চহৰমুখী প্রব্রজক শ্রেণীটোৰ বৃহৎ চহৰসমূহ লক্ষ্য স্থল হয় কিয়?

উত্তৰঃ-


১৫। ভাৰতৰ চহৰসমূহত গঢ় লােৱা বস্তি এলেকাৰ জীৱন যাত্ৰাৰ আভাস দিয়া।

উত্তৰঃ-


১৬। ভূমি অৱক্রমণ কাক বােলে? ইয়াৰ কাৰণসমূহ বাছি উলিওৱা।

উত্তৰঃ- ভূমি অৰ্থাৎ স্থলপৃষ্ঠ আৰু ইয়াৰ গাতে লাগি থকা মাটিৰ স্তৰটোৰ মানদণ্ড নামি গ'লে মানুহকে ধৰি স্থলচৰ জীৱসমূহ নানান সমস্যাৰ সন্মুখীন হয়। ভূমিৰ গুণগত মানদণ্ড নামি যোৱাকে ভূমি অৱক্ৰমণ বোলে।

                     ইয়াৰ কাৰণসমূহ হ'ল- ভূমিক্ষয়, জলমগ্নতা, লৱণীকৰণ, ক্ষাৰকৰণ, মৰুকৰণ আৰু অপদ্ৰব্য সঞ্চয় ইত্যাদি।


(গ) কম - বেছি ১৫০ টা শব্দত উত্তৰ কৰা ( প্রতিটো প্রশ্নৰ মূল্যাংক -৫ )

১। জল প্ৰদূষণৰ উৎস, প্রদূষণ প্রক্রিয়া আৰু কুফলসমূহৰ চমু বর্ণনা দিয়া।

উত্তৰঃ-


২। বায়ুমণ্ডলৰ প্রধান প্ৰদূষকবােৰ কি কি? বায়ু প্ৰদূষণৰ ফলত উদ্ভৱ হােৱা প্রধান গােলকীয় সমস্যাটোৰ এটা বিৱৰণ দিয়া।

উত্তৰঃ-


৩। ভাৰতৰ চহৰসমূহত আৱৰ্জনাৰ সমস্যাটো উপস্থাপন কৰি সমাধানৰ দুটিমান পৰামৰ্শ আগবঢ়োৱা

উত্তৰঃ-


৪। ভাৰতত গ্রামাঞ্চলৰ পৰা চহৰমুখী প্রব্রজনৰ আর্থ-সামাজিক সুফল আৰু কুফলসমূহ থােৰতে উপস্থাপন কৰা।

উত্তৰঃ-


৫। ধড়াবীবস্তি এলেকাটোৰ অতীত, সাম্প্রতিক দৃশ্যপট আৰু এলেকাটোত উৎপাদিত আটকধুনীয়া দ্রব্যসমূহৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ- ধয়াবীৰ এই বৃক্ষহীন, ছায়াহীন, আবৰ্জনাময় আৰু গেলাপানীৰ ডোবাসমূহৰ পৰিৱেশত ক'লা কাউৰী আৰু ৰঙচুৱা সেই লোদোৰ-পোদাৰ এন্দুৰজাকৰ বাদে আন কাৰো মুখতেই হাঁহি নিবিৰিঙে। কিন্তু এই কদৰ্মময় বস্তি এলেকাটোৱেই কিছুমান আটকধুনীয়া সৃষ্টিৰো প্ৰসূতিগৃহ। মুম্বঈ চহৰৰ মুঠ সমৃদ্ধিৰ ওপতৰ ধড়াবীৰ অৱদান অস্বীকাৰ কৰিব পৰা নাযায়। এই যন্ত্ৰণাময় দৃষ্টিকটু এলেকাটোৰ পৰাই দেশৰ ভিতৰতে ৰমকজমক আৰু নামী-দামী বুলি ধৰিব পৰা কেইবাবিধো উচ্চ-বিলাসী পৰ্যায়ৰ সৰঞ্জাম পোহৰ বিচাৰি ওলাই আহে। মুম্বাঈ চহৰৰ এইটো এলেকাতে প্ৰস্তুত হয় দেশে-বিদেশৰ ৰাজন্যশ্ৰেণীৰ মুখত তৃপ্তিৰ হাঁহি সৰঞ্জাম, ৰমক-জমক অলংকাৰ, কাঠৰ সৰঞ্জাম আৰু বহুতো। শামুকৰ পেটত জগা মণিক সদৃশ এনেবোৰ সৰঞ্জামেই আটকধুনীয়া বাকচত সোমাই ৰেল-জাহাজত উঠি বিশ্ববিজয়ৰ পথ ধৰে


৬। ৰাষ্ট্ৰীয় দূসংবেদন অভিকৰণে ভাৰতৰনষ্টপ্রায় ভূমিসমূহক কি কি শ্ৰেণীত বিভক্ত কৰিছে?

উত্তৰঃ-

৭। ভূমি অৱক্রমণ প্রতিৰােধৰ অৰ্থে গােটাচেৰেক পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ-


৮। মধ্যপ্রদেশৰ ঝাবুৱা জিলাত জলচ্ছেদ উন্নয়ন আঁচনিৰ সহায়ত ভূমি অৱক্রমণ প্রতিৰােধৰ এটি প্রতিবেদন যুগুত কৰা।

উত্তৰঃ-


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



Type- Nayan Jyoti Bordoloi



Post ID : DABP006419