উদাগীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণঃ এটি পৰ্যালোচনা | Chapter 3 | Clasas 11 Assamese Medium Economic Answer | Class 11 Assamese Medium Notes | HS 1st Year Assamese Medium Economic Question And Answer | Hs 1st Year Assamese Medium Economic Suggestion
👉 MCQs Type Solution
👉 Online Test Chapter -1
👉 Paid Solution (For Membership User)
১। উত্তৰ দিয়া
( ক ) স্বাধীনােত্তৰ ভাৰতবৰ্ষত কোন চনৰ পৰা অর্থনৈতিক সংস্কাৰ নীতি ব্যাপকভাৱে প্ৰৱর্তন কৰা হৈছে ?
( খ ) ভাৰতীয় অর্থনীতিৰ সংস্কাৰ সাধনৰ গুৰিতে কেইটা কাৰণ আছে?
( গ ) সৰ্বমুঠ বিত্তীয় ঘাঁটি কি ?
( ঘ ) ৰুগ্ন উদ্যোগ কি ?
( ঙ ) অর্থনৈতিক উদাৰীকৰণ কি ?
( চ ) ব্যক্তিগতকৰণ বুলিলে কি বুজা ?
( ছ ) নির্বিনিয়ােজন কি ?
( জ ) নবৰত্ন উদ্যোগৰ যি কোনাে এটা বৈশিষ্ট্য উল্লেখ কৰা ।
( ঝ ) বিশ্ব বাণিজ্য সংস্থা কোন চনত স্থাপিত হয় ?
( ঞ ) প্রত্যক্ষ বৈদেশিক বিনিয়ােগ কি ?
( ট ) গােলকীকৰণ বুলিলে কি বুজা ?
২। উত্তৰ লিখা
( ক ) ৰাজহুৱা খণ্ডৰ উদ্যোগৰ দুটা প্রধান দুর্বলতা উল্লেখ কৰা ।
( খ ) ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ওপৰত উপসাগৰীয় যুদ্ধৰ কি প্রভাব পৰিছিল ?
( গ ) অর্থনৈতিক সংস্কাৰ সাধন নীতিৰ দুটা ইতিবাচক দিশ উল্লেখ কৰা ।
( ঘ ) ভাৰতবৰ্ষৰ অর্থনৈতিক সংস্কাৰৰ দুটা বিফলতা দেখুৱাই দিয়া ।
৩। কি পটভূমিত ভাৰতীয় অর্থনীতিৰ সংস্কাৰ সাধন কৰা হ'ল চমুকৈ ব্যাখ্যা কৰা ।
৪। ভাৰতবৰ্ষত প্ৰৱর্তিত হােৱা অর্থনৈতিক সংস্কাৰ নীতিৰ এক পর্যালােচনা আগবঢ়োৱা ।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Type: Pallab Jyoti Bora
Post ID : DABP006283