পাঠ-তিনি
ৰাষ্ট্ৰ-দ্বীপ
১। এটা বা দুটা শব্দত উত্তৰ লিখা ।
ক) মহামাত্য পদ আজিকালি কি নামেৰে জনা যায় ?
উত্তৰঃ- প্ৰধান মন্ত্ৰী ।
খ) কৌটিল্যৰ সম্পূৰ্ণ নাম কি আছিল ?
উত্তৰঃ- বিষ্ণুগুপ্ত ।
গ) কৌটিল্যৰ প্ৰতিঞ্জা পূৰ্ণ কোন বংশৰ নাশ কৰাৰ পৰা হৈছে ?
উত্তৰ ঃ- নন্দ বংশৰ ।
ঘ) চাণক্যই কাক ভাৰতৰ সম্ৰাট কৰিলে ?
উত্তৰঃ-চন্দগুপ্ত মৌৰ্যক ।
ঙ) গ্ৰীচৰ গৌৰৱ লক্ষ্মী বুলি কাক কোৱা হৈছে ?
উত্তৰঃ--চন্দগুপ্ত মৌৰ্যক ।
২) উত্তৰ লিখা ঃ
ক) চান্যকৰ বিষয়ে কি জানা লিখা ?
উত্তৰঃ- চানক্য আছিল প্রাচীন ভাৰতৰ এজন আদর্শ গুৰু , দার্শনিক আৰু ৰাজ উপদেষ্টা। তেওঁক কৌটিল্য আৰু বিষ্ণুগুপ্ত নামেৰেও জনা যায়। তেওঁ লিখা বিখ্যাত গন্থ খনৰ নাম 'অর্থশাস্ত্র'। তাৰওপৰি তেওঁ 'চানক্য নীতি' নামৰ আন এখন কিতাপো লিখিছিল। মৌর্ঘ বংশৰ সম্রাট চন্দ্রগুপ্ত মৌর্যৰ উত্থানত তেৱেঁই প্ৰধান ভুমিকা লৈছিল ।
খ) ব্যক্তিগত কামত ৰাজকোষৰ তেল কিয় জ্বলিব ? ই ৰাষ্ট্ৰীয় সম্পত্তি ইয়াক অপব্যৱহাৰ কিয় ? চানক্যৰ এই কথাখিনি আজিকালি শাসনসকলৰ বাবে পথৰ দীপ হব পাৰেনে ? কেনেকৈ ?
উত্তৰঃ-চানক্যই উল্লেখ কৰা উক্ত কথাফাঁকি আজিকালিৰ শাসকসকলৰ বাবে পথৰ দীপ হ'ব পাৰে। কাৰণ বৰ্তমানৰ ৰাজনীতিবিদ সকলে ব্যক্তিগত কামত ৰাজকোষৰ ধন ব্যয় কৰে। যাৰ বাবে দেশ বা ৰাজ্যৰ উন্নতি ভালদৰে নহয়। যদিহে চানক্যৰ উক্ত কথাফাঁকি সকলো ৰাজনীতিবিদে অনুসৰণ কৰে তেন্তে দেশৰ ৰাজকোষ টনকিয়াল হব আৰু সেই ধনেৰে জনতাৰ বাবে কাম কৰাটো সম্ভৱপৰ হব।
গ) ভাৰতবৰ্ষৰ সাক্ষাৎদৰ্শন মই আজিহে কৰিছোঁ- এই - কথাখিনি কোনে আৰু কাক কৈছিল?
উত্তৰঃ- ছেলুকছে চান্যকক কৈছিল ।
Check by - Mukesh Borah
Post ID : DABP006387
6 Comments