সামাজিক ন্যায় | Chapter 4 | Class 11 Political Science Assam | Assamese Medium | HS 1st Year Political Science Question Answer | Political Science Notes and Suggestion | Social justice |
Social justice
Chapter 4
👉MCQs Online Exam
👉Chapter 4 MCQs Answer
👉Paid Answer (Buy Now)
👉Paid Answer (English Medium)
ৰচনাধৰ্মী প্ৰশ্ন ( Essay Type Question ) :
১) ন্যায়ৰ বিভিন্ন নীতিসমূহ আলোচনা কৰা ।
উত্তৰঃ ন্য়ায়ৰ বিভিন্ন নীতিসমূহ হৈছে-
১। সকলোৰে প্ৰতি সমমৰ্যাদা আৰু সমব্য়ৱহাৰৰ নীতি বলবৎ কৰা।
২। দক্ষতা আৰু মেধাৰ ভিত্তিত যোগ্য়জনক পুৰস্কাৃত কৰা।
৩। দুৰ্বল আৰু পিছপৰা শ্ৰেণী আৰু ব্য়ক্তিৰ বিকাশৰ বাবে বিশেষ সা-সুবিধা প্ৰদান কৰা।
২) ন্যায় কাক বোলে ? ন্যায় সম্পৰ্কে প্লেটোৰ মতবাদ আলোচনা কৰা।
উত্তৰঃ সকলো প্ৰকাৰৰ দোষৰ শাস্তি প্ৰদান কৰি শান্তি আৰু সমতাক ৰক্ষা কৰাকে ন্য়ায় বুলি কোৱা হয়।
প্লেটোয়ে ন্য়ায় সম্পৰ্কে উল্লেখ কৰিছিল যে তেওঁ মানুহৰ মনক ভোগৰ প্ৰবৃত্তি, সাহস আৰু চিন্তা এই তিনিটা ভাগত ভাগ কৰিছে। এই তিনিটা প্ৰবৃত্তিৰ ভিত্তিৰ সমাজত উৎপাদন কাৰ্যৰ কাৰণে উপযুক্ত। প্লেটোয়ে ন্য়ায় সংকল্পনাক সামাজিক আৰু ব্য়ক্তিগত দুটা ভাগত ভাগ কৰিছিল। সামাজিক ক্ষেত্ৰত সমাজৰ যি শ্ৰেণীৰ লোক কামৰ উপযুক্ত, সেই কামত নিয়োগ কৰাই হৈছে ন্য়ায়। সেই ক্ষেত্ৰত যিবোৰ লোক সেই কামত পাকৈত তেওঁলোকে উৎপাদনৰ ক্ষেত্ৰত জড়িত হৈ থাকিব লাগিব। তেনেদৰে ব্য়ক্তিগতৰ ক্ষেত্ৰত যিজন লোক উপযুক্ত, তেওঁ সেই কামত মনোনিবেশ কৰিব লাগে। সেই ক্ষেত্ৰত শিক্ষকৰ কাম শিক্ষকে কৰিব লাগি, খেতিয়কৰ কাম খেতিয়কসকলে কৰিব লাগিব আৰু চিকিৎসকৰ কাম চিকিৎকে কৰিব লাগে।
৩) ন্যায়ৰ অৰ্থ বহলাই ব্যাখ্যা কৰা ।
উত্তৰঃ ন্য়ায়ৰ অৰ্থ- ন্য়ায় শব্দটো গ্ৰীক শব্দৰ 'Dikaiosume- ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হৈছে সকলো প্ৰকাৰৰ দোষৰ শাস্তি প্ৰদান কৰি শান্তি আৰু সমতাক ৰক্ষা কৰা। আন কথাত ন্য়ায় বুলিলে আনৰ অন্য়ায় নকৰাকৈ সহজ-সৰল ভাৱে নিজৰ দায়িত্ব পালন কৰা।
৪) ন্যায়ৰ আধুনিক অৱধাৰণা ব্যাখ্যা কৰা ।
উত্তৰঃ আধুনিক কালত ন্য়ায়ৰ অৱধাৰণাক বিভিন্ন দৃষ্টিকোণৰ পৰা বিচাৰ কৰিছিল। অধ্য়াপক বাৰ্কাৰ মতে "ব্য়ক্তিৰ আত্মউপলব্ধিৰ বাবে প্ৰয়োজনীয় স্বাধীনতা, সমতা আৰু ভাতৃত্ব এই তিনিটা সংযোজন কৰি ভাৰসাম্য় ৰক্ষা কৰাৰ নামেই হ'ল ন্য়ায়।
ন্য়ায়ৰ ধাৰণা গতিশীল আৰু সেয়ে সময় আৰু অৱস্থাভেদে ন্য়ায়ৰ ধাৰণাৰ পৰিৱৰ্তন হয়। এই ধাৰণাৰ লগত সমাজ ব্য়ৱস্থাৰ নৈতিকতা, ধৰ্ম, সম্পত্তি, অৰ্থনৈতিক অৱস্থা, আইন, স্বতন্ত্ৰতা আৰু ৰীতি-নীতি আদি ভালেমান বিষয় জড়িত হৈ থাকে। সেই বাবে সময় আৰু পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ অৰ্থ পৰিৱৰ্তন হৈ পৰে। বৰ্তমান সময়ত ন্য়ায় বুলিলে যি বুজা যায়, কিছু বছৰৰ পিছত ন্য়ায় সম্পৰ্কে নতুন ধাৰণা গঢ়ি উঠে।
৫) ন্যায়ৰ আধুনিক শ্ৰেণীবিভাজন চমুকৈ আলোচনা কৰা ।
উত্তৰঃ আধুনিক যুগত ন্য়ায়ৰ সংকল্পনাক পাচঁটা ভাগত ভাগ কৰিছে আৰু সেই ভাগকেইটা হৈছে- প্ৰাকৃতিক, বৈধিক, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক।
(ক) প্ৰাকৃতিক ন্য়ায়ঃ সাধাৰণতে প্ৰাকৃতিক আইনৰ ধাৰণাৰ পৰা প্ৰাকৃতিক ন্য়ায়ৰ ধাৰণাৰ উৎপত্তি বুলি কোৱা হয়। প্ৰকৃতিগতভাৱে মানুহ সমাজপ্ৰিয় প্ৰাণী। অতি প্ৰাচীন কালৰ পৰা মানুহে নিৰাপত্তাজনিত আৰু স্বাভাৱিক কাৰণত সমাজৱদ্ধ জীৱন-যাপন কৰি আহিছে। মানুহৰ প্ৰকৃতিগত স্বভাৱ আৰু আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত ন্য়ায়কে প্ৰাকৃতিক ন্য়ায় বুলি ক'ব পাৰি।
(খ) বৈধিক ন্য়ায়ঃ প্ৰচলিত বিধি-বিধানৰ জড়িয়তে জনসাধাৰনৰ মাজত সৃষ্টি হোৱা বাদ-বিবাদক মীমাংসা কৰি দোষীক দোষৰ উপযুক্ত শাস্তি বিধান কৰা ব্য়ৱস্থাকে বৈধিক ন্য়ায় বুলি কোৱা হয়। যি সমাজত ৰাষ্ট্ৰীয় বিধি-বিধানক নিৰপেক্ষভাৱে প্ৰয়োগ কৰা হয়, সেই সমাজক বৈধিক ন্য়ায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি কোৱা হয়।
(গ) সামাজিক ন্য়ায়ঃ বৰ্তমান যুগত এক জাতি, এক দেশ বা এক ভাষা, এই ব্য়ৱস্থা পোৱা নাযায়। একোখন দেশত বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা লোক বাস কৰে। যি সমাজত জাতি-ধৰ্ম-ভাষা-জন্ম আদিৰ ভিত্তিত মানুহৰ মাজত উচ্চ-নীচ, ডাঙৰ-সৰু আদিৰ ব্য়ৱস্থা নাই সেই সমাজ সামাজিক ন্য়ায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি কোৱা হয়।
(ঘ) ৰাজনৈতিক ন্য়ায়ঃ ন্য়ায়ৰ সংকল্পনাক ৰাজনৈতিক দৃষ্টিভঙ্গীৰেও বিচাৰ কৰা হয়। যি সমাজত সকলো শ্ৰেণীৰ লোকে ৰাজনীতিত অংশগ্ৰহণৰ সুবিধা পায়, সেই সমাজ ৰাজনৈতিক ন্য়ায়ৰ ভিত্তিত প্ৰতিষ্ঠিত।
(ঙ) অৰ্থনৈতিক ন্য়ায়ঃ অৰ্থনৈতিক ন্য়ায় অবিহনে ৰাজনৈতিক ন্য়ায় বা সামাজিক ন্য়ায় তাৎপৰ্যহীন হয়। অৰ্থনৈতিক ন্য়া দুটা কথাক বুজায়-
১। কোনো বিশেষ শ্ৰেণীৰ লোকৰ কাৰণে বিশেষ সুবিধা থাকিব নালাগে।
২। জীৱন-ধাৰণৰ বাবে নিম্নতম সুবিধা সকলো লোকে পাব লাগে। অৰ্থনৈতিক ন্য়ায় অবিহনে সমাজত ধনী-দূখীয়া এই দুই শ্ৰেণী লোক সৃষ্টি হয়। সেই বাবে সামাজিক ন্য়ায় ব্য়াহত হয়।
৬) "প্ৰত্যেকজন ব্যক্তিয়েই তেওঁৰ প্ৰাপ্য পোৱা উচিত " বুলি কোৱা নীতিবোৰে কি সূচায় ? সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই ধাৰণাৰ কি ধৰণে পৰিৱৰ্তন হৈছে ?
উত্তৰ
৭) এই অধ্যানটোত বৰ্ণনা কৰা ন্যায়ৰ তিনিটা নীতি আলোচচনা কৰা। প্ৰত্যেকটো নীতি উদাহৰণে ব্যাখ্যা কৰা ।
উত্তৰ
৮) বিশেষ প্ৰয়োজনৰ নীতিটোৱে সকলোকে সমান আচৰণ কৰা নীতিটোক বিৰোধীতা কৰে নেকি ? আলোচনা কৰা ।
উত্তৰ
৯)জন্ ৰাৱেলেছে তেওঁৰ অজ্ঞতাৰ আঁৰকাপোৰ (Veli of Lgnorance)-
ৰ ধাৰাণাক সামাজিক ন্যায়ৰ আলোচনাত কেনেকৈ ব্যৱহাৰ কৰিছে ?
উত্তৰ
১০) সুস্থ আৰু সৃষ্টিশীল জীৱন-যাপনৰ বাবে মানুহৰ প্ৰয়োজনীয় মৌলিক চাহিদাবোৰ কি কি ? এনে মৌলিক প্ৰয়োজনীয়তা পূৰণত চৰকাৰৰ কি ভূমিকা থাকিব পাৰে ?
উত্তৰ
১১) সামাজিক ন্যায় বুলিলে কি বুজা বহলাই আলোচনা কৰা ।
উত্তৰঃ সামাজিক ন্য়ায় অৰ্থ হৈছে চৰম সমতা। সমাজ এখনত যদি আৰ্থ-সামাজিক বা সাংস্কৃতিক-ৰাজনৈতিক ক্ষেত্ৰত ব্য়াপক অসমতা থাকে তেনে সমাজত সামাজিক অন্য়ায় বিৰাজমান। ভাৰতবৰ্ষৰ বহু শতাংশ লোকে চিকিৎসাৰ খৰছ জোৰা মাৰিবলৈ গৈ সা-সম্পত্তি বিক্ৰী কৰি দৰিদ্ৰ হৈছিল। ভাৰতবৰ্ষত প্ৰায়ে সংঘটিত হৈছিল যে পৰিয়ালৰ খা-খৰছ জোৰা মাৰিব নোৱাৰি পিতৃ-মাতৃয়ে নিজৰ শিশুক বিদ্য়ালয় পৰিৱৰ্তে হাজিৰা কৰিবলৈ পঠিয়াইছিল। এনে ধৰণৰ পৰিস্থিতিত সামাজিক ন্য়ায় প্ৰতিষ্ঠাৰ অৰ্থ হৈছে সকলোৰে বাবে সুস্থ আৰু নিৰাপদ জীৱন-নিৰ্বাহৰ সুবিধাসমূহ নিশ্চিত কৰা।
পৃথিৱীৰ প্ৰায়বোৰ দেশেই সামাজিক ন্য়ায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বহুতো নীতি গ্ৰহণ কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ উদ্য়োগত বহু আন্তৰ্জাতিক সংগঠন যেনে বিশ্ব স্বাস্থ্য় সংস্থা, আন্তৰ্জাতিক শ্ৰমিক সংস্থা আৰু ইউনিচেফ এইসমূহে এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। সামাজিক ন্য়ায় প্ৰতিষ্ঠাৰ লক্ষ্য় আগত ৰাখি ভাৰত চৰকাৰে সৰ্বশিক্ষা অভিযান, মধ্য়াহ্ন ভোজন আঁচনি, ৰাষ্ট্ৰীয় গ্ৰাম্য় স্বাস্থ্য় অভিযান আৰু সম্পূৰ্ণ অনাময় প্ৰচাৰ অভিযান আদি এইসমূহ আঁচনি গ্ৰহণ কৰিছে।
১২) সামাজিক ন্যায়ৰ বিভিন্ন দিশবোৰ ব্যাখ্যা কৰা ।
উত্তৰ
১৩) ন্যায়ৰ প্ৰসংগত সমান আচৰণ সম্পৰ্কে আলোচনা কৰা ।
উত্তৰ
১৪) সমতাৰ অধিকাৰ আৰু সমদক্ষ লোকৰ প্ৰতি সম ব্যৱহাৰ মানে কি বুজা ?আলোচনা কৰা ।
উত্তৰ
১৫) সমানুপাতিক ন্যায় বুলিলে কি বুজা ব্যাখ্যা কৰা ।
উত্তৰ
১৬) সঠিক বিতৰণ মানে কি বুজা ? ভাৰতত এই নীতিটোত প্ৰযোজ্য আছে নে ?
উত্তৰ
১৭) মুক্ত বজাৰ ব্যৱস্থাই কিদৰে সমাজত ন্যায় প্ৰতিষ্ঠা কৰাত সহায় কৰিব বুজাই লিখা ।
উত্তৰ
১৮) জন্ ৰাউলছ্ৰ ন্যায়ৰ তত্ত্বটো চমুকৈ আলোচনা কৰা ।
উত্তৰ
১৯) আইন আৰু ন্যায়ৰ সম্পৰ্ক বিচাৰ কৰা ।
উত্তৰ
চমু উত্তৰৰ প্ৰশ্ন ( Short answer question) :
১) ন্যায়ৰ অৰ্থ ব্যাখ্যা কৰা ।
উত্তৰঃ ন্য়ায় শব্দটো গ্ৰীক শব্দ 'Dikaiosume'-ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হৈছে সকলো প্ৰকাৰৰ দোষৰ শাস্তি প্ৰদান কৰি শান্তি আৰু সমতাক ৰক্ষা কৰা।
ছেফালাছৰ মতে "সঁচা কথা কোৱা আৰু আনৰ ধাৰ পৰিশোধ কৰাই হৈছে ন্য়ায়"। পোৰ্লেমাৰ্কাছৰ মতে "যাৰ যি প্ৰাপ্য় তেওঁক সেইখিনি দিয়াই হৈছে ন্য়ায়"।
২) সামাজিক ন্যায় বুলিলে কি বুজা ?
উত্তৰঃ একোখন দেশত বিভিন্ন জাতি, ধৰ্ম, ভাষা আৰু বৰ্ণৰ লোক বাস কৰে। যি সমাজত জাতি-ধৰ্ম-ভাষা-জন্ম আদিৰ ভিত্তিত মানুহৰ সমাজ উচ্চ-নীচ, ডাঙৰ-সৰু আদিৰ ব্য়ৱস্থা নাই, সেই সমাজক সামাজিক ন্য়ায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি কোৱা হয়। সামাজিক ন্য়ায় প্ৰতিষ্ঠাৰ অন্য়তম লক্ষ্য় হৈছে এনে বৈষম্য় দূৰীকৰণ।
৩) অৰ্থনৈতিক ন্যায় সম্পৰ্কে এটা টোকা লিখা ।
উত্তৰঃ অৰ্থনৈতিক ন্য়ায় অবিহনে ৰাজনৈতিক ন্য়ায় বা সামাজিক ন্য়ায় তাৎপৰ্যহীন হয়। অৰ্থনৈতিক ন্য়ায় দুটা কথাক বুজায়-
(ক) কোনো বিশেষ শ্ৰেণীৰ লোকৰ কাৰণে সুবিধা থাকিব নালাগে।
(খ) জীৱন-ধাৰণৰ কাৰণে নিম্নতম সুবিধা সকলো লোকে পাব লাগে। যি সমাজত বিশেষ শ্ৰেণীৰ লোকৰ কাৰণে বিশেষ সুবিধা নাথাকে আৰু জীৱন-ধাৰণৰ বাবে নিম্নতম সুবিধা সকলোৱে পায়, সেই সমাজত অৰ্থনৈতিক ন্য়ায় থকা বুলি কোৱা হয়।
৪) ৰাজনৈতিক ন্যায় বুলিলে কি বুজা নাইবা টোকা লিখা ।
উত্তৰঃ যি সমাজত সকলো শ্ৰেণীৰ লোকে ৰাজনীতিত অংশগ্ৰহণৰ সুবিধা পায়, সেই সমাজ ৰাজনৈতিক ন্য়ায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি কোৱা হয়। ৰাজনৈতিক ন্য়ায় কেইটামান ব্য়ৱস্থাৰ বিষয়ে তলত আলোচনা কৰা হ'ল-
১। জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে প্ৰাপ্তবয়স্ক সকলো নাগৰিকৰে ভোটাধিকাৰ থাকিব লাগে।
২। অৰ্হতাসম্পন্ন সকলো নাগৰিকৰ কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পথ মুকলি থাকিব লাগে।
৩। অৰ্হতাসম্পন্ন সকলো নাগৰিকৰ কাৰণে চৰকাৰী চাকৰি লাভৰ কাৰণে আবেদন কৰাৰ সুবিধা থাকিব লাগে।
৫) সামাজিক ন্যায় প্ৰতিষ্ঠাৰ কাৰণে ভাৰত চৰকাৰে গ্ৰহণ কৰা যিকোনো চাৰিটা উপায় উল্লেখ কৰা ।
উত্তৰঃ
৬) সমানুপাতিক ন্যায় ধাৰণাই সমাজত সমতা প্ৰতিষ্ঠাত কিদৰে সহায় কৰে ব্যাখ্যা কৰা ।
উত্তৰ
৭) সংৰক্ষণৰ ব্যৱস্থাই কেতিয়াবা সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে নেকি ?
উত্তৰ
৮) ভাৰতৰ অধিকসংখ্যক মানুহ সামাজিক ন্যায়ৰ পৰা বঞ্চিত হৈ থকা বুলি ভাবা নে ?
উত্তৰ
৯) ন্যায়ৰ খাতিৰত বিশেষ প্ৰয়োজনক কেনেকৈ স্বৃকৃতি দিয়া হয় লিখা।
উত্তৰ
১০) বৰ্তমান ভাৰতীয় সমাজত প্ৰকৃত ন্যায় প্ৰতিষ্ঠা হৈছে বুলি তমমি ভাবানে ? উত্তৰৰ সমৰ্থনত যুক্তি দিয়া ।
উত্তৰ
১১) জন্ ৰাৱেলছৰ ন্যায়ৰ ধাৰণা সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰ
১২) মুক্ত বজাৰৰ সাধাৰণ সক্ষণসমূহ কি কি ?
উত্তৰ
১৩) বিভিন্ন সংস্কৃতি বা সভ্যতাত ন্যায়ৰ ধাৰণা সম্পৰ্কে চমুকৈ আলোচনা কৰা ।
উত্তৰ
১৪) সঠিক বিতৰণ কি বুজাই লিখা ।
উত্তৰ
১৫) মুক্ত বজাৰৰ সপক্ষে চাৰিটা যুক্তি দিয়া ।
উত্তৰ
১৬) সামাজিক ন্যায়ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰ
১৭) জে.এচ মিলৰ ন্যায়ৰ ধাৰণা ব্যাখ্যা কৰা ।
উত্তৰ
১৮) বিতৰণমূলকয়ংজ্ঞা দিয়া । ভাৰত চৰকাৰে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিবৰ বাবে গ্ৰহণ কৰা যিকোনো দুটা পদক্ষেপ উল্লেখ কৰা।
উত্তৰ
অতি চমু উত্তৰৰ প্ৰশ্ন ( Very short answer questions)
১) Raw1- ৰ ন্যায়ৰ তত্ত্বটো কি ?
উত্তৰ
২) দুজন এনে চিন্তাবিদৰ নাম লিখা যিয়ে অন্যায়ক ন্যায়তকৈ ভাল বুলি অনুভৱ কৰিছে ।
উত্তৰঃ
৩) কোনজন জাৰ্মান দাৰ্শনিকে ন্যায়ৰ ধাৰণাক মানুহৰ মৰ্যাদাৰ লগত জড়িত কৰিছিল ?
উত্তৰ
৪) ন্যায়ৰ দুটা নীতি উল্লেখ কৰা ।
উত্তৰঃ ন্য়ায়ৰ দুটা নীতি হৈছে-
১। সকলোৰে প্ৰতি সমমৰ্যাদা আৰু সমব্য়ৱহাৰৰ নীতি বলবৎ কৰা আৰু
২। দক্ষতা আৰু মেধাৰ ভিত্তিৰ যোগ্য়জনক পুৰস্কৃত কৰা।
৫) ন্যায়ৰ দুটা মৌলিক বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
৬) মুক্ত বজাৰ নীতিৰ দুটা সুবিধা উল্লেখ কৰা ।
উত্তৰ
৭) মুক্ত বজাৰৰ দুটা অসুবিধা লিখা ।
উত্তৰ
৮) ন্যায়ৰ দুটা সূত্ৰ লিখা ।
উত্তৰ
৯) শুদ্ধ-অশুদ্ধ বাছি উলিওৱাঃ
(ক) সামাজিক ন্যায় আৰু সমতাৰ মাজত গুৰুত্ৱপূৰ্ণ সম্বদ্ধ আছে ।
উত্তৰ
(খ) বৈষম্য দুৰীকৰণ সামাজিক ন্যায় প্ৰতিষ্ঠাৰ লক্ষ্য নহয় ।
উত্তৰ
(গ) ভাৰতীয় সংস্কৃতিত ন্যায়ৰ ধাৰণাটোক ধৰ্ম বুলিও কোৱা হয় ।
উত্তৰ
(ঘ) সম্পদৰ পুনৰ বিতৰণ সামাজিক ন্যায় প্ৰতিষ্ঠাৰ উপায় নহয় ।
উত্তৰ
১০) সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা দুখন আচঁনিৰ নাম লিখা ।
উত্তৰ
১১) সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে দুটা নীতিৰ উল্লেখ কৰা ।
উত্তৰ
১২) সামাজিক ন্যায় আৰু অৰ্থনৈতিক ন্যায়ৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰ
১৩) যিকোনো দুটা ন্যায়ৰ নাম লিখা ।
উত্তৰঃ প্ৰাকৃতিক ন্য়ায় আৰু সামাজিক ন্য়ায়।
১৪) ন্যায় তত্ত্ৱ থকা গ্ৰন্থ খনৰ নাম কি ?
উত্তৰ
১৫) জন্ ৰাৱেলছৰ গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ জন্ ৰাৱালছৰ গ্ৰন্থখনৰ নাহ হ'ল "A Theort of Justice"
১৬) মুক্ত বজাৰ অৰ্থনীতিৰ দুজন সমৰ্থকৰ নাম লিখা ।
উত্তৰঃ মুক্ত বজাৰ অৰ্থনীতিৰ দুজন সমৰ্থকৰ নাম হৈছে-
(ক) এফ.এ.হায়েক আৰু (খ) ৰৰ্বাট নজিক।
১৭) ' Dikaiosime' কোন ভাষাৰ শব্দ ?
উত্তৰঃ 'Dikaiosime' গ্ৰীক ভাষাৰ শব্দ।
১৮) এৰিষ্ট'টলৰ ন্যায়ৰ সংকল্পনাক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ?
উত্তৰঃ এৰিষ্ট'টলৰ ন্য়ায়ৰ সংকল্পনাক দুটা ভাগত ভাগ কৰিছে আৰু সেই ভাগ কেইটা হৈছে-
(ক) বিতৰণমূলক ন্য়ায় আৰু (খ) সংশোধনমূলক ন্য়ায়।
১৯) প্ৰাচীন কালত ন্যায় সম্পৰ্কে মতামত আগবঢ়োৱা দুজন গ্ৰীক দাৰ্শনিকৰ নাম লিখা ।
উত্তৰঃ প্ৰাচীন কালত ন্য়ায় সম্পৰ্কে মতামত আগবঢ়োৱা দুজন গ্ৰীক দাৰ্শনিকৰ নাম হৈছে-
(ক) পোৰ্লেমাৰ্কাছ আৰু (খ) ছেফালাছ।
২০) 'অজ্ঞতাৰ আঁৰকাপোৰ'ৰ ধাৰণাটো কাৰ ?
উত্তৰঃ 'অজ্ঞতাৰ আঁৰকাপোৰ' এই ধাৰণাটো জন্ ৰাউলাসে কৈছিল।
২১) ন্যায় প্ৰতিষ্ঠাৰ বাবে জন্ ৰাউলসে পোষকতা কৰা দুটা নীতি কি কি ?
উত্তৰঃ ন্য়ায় প্ৰতিষ্ঠাৰ বাবে জন্ ৰাউলসে পোষকতা কৰা দুটা নীতি হৈছে-
(ক) সমতাৰ নীতি আৰু (খ) অসমতাৰ নীতি।
বস্তনিষ্ঠ প্ৰশ্নাৱলী ( Objective questions):
১) মানুহে প্ৰকৃত ন্যায় উপভোগ কৰে -
(ক) একনায়কত্ববাদত (খ) সৰ্বাত্মক ৰাষ্ট্ৰত (গ) ৰাজতন্ত্ৰত
(ঘ) গণতন্ত্ৰত
২) ন্যায় প্ৰতিষ্ঠাৰ কাৰণে আৱশ্যক -
(ক) প্ৰতিশ্ৰুতিবদ্ধ ন্যায়পালিকা (খ) স্বাধীন ন্যায়পালিকা
(গ) ভয়াতুৰ ন্যায়াধীশ (ঘ) অসাধু ন্যায়ধীশ
৩) ন্যায় কোনে পৰিচালনা / প্ৰদান কৰে
(ক) কাৰ্যপালিকাই (খ) ন্যায়পালিকাই
(গ) বিধানমণ্ডলে (ঘ) ৰাজনৈতিক দলে
৪) কোন প্ৰকাৰৰ ন্যায়ক ভাৰতীয় সংবিধানৰ প্ৰস্তাবনাত স্থান দিয়া হৈছে ?
(ক) সামজিক ন্যায় (খ) অৰ্থনৈতিক ন্যায়
(গ) ৰাজনৈতিক ন্যায় (ঘ) সাংস্কৃতিক ন্যায়
৫) মানুহে প্ৰকৃত ন্যায় পাব পাৰে -
(ক) একনায়কত্ত্ববাদত (খ) সৰ্বাত্মবাদত (গ) ৰাজতন্ত্ৰত
(ঘ) গণতন্ত্ৰত
Post ID : DABP006416