ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থনীতি আৰু ইয়াৰ উন্নয়ন | Chapter 6 | Class 11 Economics Assam | Class 11 Economics Assamese Medium Quiestion And Answer | HS 1st Year Economics notes | HS 1st Year Economics Assamese Medium | Higher Secondery Economics Suggestion
👉 MCQs Type Solution
👉 Online Test Chapter -1
👉 Paid Solution (For Membership User)
১। উত্তৰ দিয়াঃ
( ক ) অনানুষ্ঠানিক কৃষি ঋণৰ এটি উৎস উল্লেখ কৰা।
( খ ) কোন চনত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় বেংক স্থাপন কৰা হয়?
( গ ) বেংকৰ ব্যৱসায়িক প্রতিনিধি কোন?
( ঘ ) কি বজাৰে গ্রাহক আৰু প্রকৃত উৎপাদনকাৰীৰ মাজত এক প্রত্যক্ষ সম্পর্ক স্থাপন কৰে?
( ঙ ) ভাৰতীয় খাদ্য নিগমৰ মুখ্য কাম কি?
( চ ) ভাৰতীয় কৃষি খণ্ডৰ বহুমুখীকৰণৰ ১ টি উদাহৰণ দিয়া।
( ছ ) সােণালী বিপ্লৱ কি?
২। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক কৃষি ঋণৰ পার্থক্য কি?
৩। গ্রাম্য উন্নয়ন বুলিলে কি বুজা? গ্রাম্য উন্নয়নৰ লগত জড়িত দুটা বিষয় উল্লেখ কৰা।
৪। এজন কৃষকে কৃষি ঋণ কিয় লবলগীয়া হয় ? যিকোনাে দুটা কাৰণ লিখা।
৫। ভাৰত চৰকাৰে গ্ৰাম্য উন্নয়নৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰিছে আলােচনা কৰা
৬। ভাৰতীয় কৃষকে সাধাৰণতে মুখামুখী হােৱা সমাস্যাসমূহৰ বিষয়ে এটি টোকা লিখা।
৭। আত্ম সহায়ক গােট কি?
৮। জৈৱিক সাৰ ব্যৱহাৰৰ সুবিধাবােৰ ব্যাখ্যা কৰা।
৯। গাঁও উন্নয়নৰ নিৰ্ণায়কবােৰ ব্যাখ্যা কৰা।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
🖋️Type: Pallab Jyoti Bora
Post ID : DABP006287