দৰিদ্ৰতা | Chapter 4 | Clasas 11 Assamese Medium Economic Answer | Class 11 Assamese Medium Notes | HS 1st Year Assamese Medium Economic Question And Answer | Hs 1st Year Assamese Medium Economic Suggestion
👉 MCQs Type Solution
👉 Online Test Chapter -1
👉 Paid Solution (For Membership User)
১। উত্তৰ লিখাঃ
(ক) দৰিদ্ৰতা মানে কি?
(খ) বন্ধ শ্রমিক কি?
(গ) ছদ্মবেশী নিবনুৱা বুলিলে কি বুজা?
(ঘ) কাৰাগাৰ জীৱন নিবাহ ধাৰণাটোৰ সৈতে কোন গৰাকী অর্থনীতিবিদ জড়িত?
(ঙ) কি পদ্ধতিৰে চৰকাৰে দৰিদ্রতা নির্ণয় কৰে?
(চ) দৰিদ্র সীমাৰেখা কি?
(ছ) আপেক্ষিক দৰিদ্ৰতা বুলিলে কি বুজা?
(জ) পৰিকল্পনা আয়ােগৰ শেহতীয়া তথ্য অনুসৰি ভাৰতবৰ্ষত দৰিদ্র সীমাৰেখাৰ তলত বসবাস কৰা লােকৰ সংখ্যা মুঠ জনসংখ্যাৰ কিমান শতাংশ হ'ব?
(ঝ) কৰ্মৰ বাবে খাদ্য আঁচনি কোন চনত প্রবর্তন কৰা হৈছিল?
(ঞ) গ্রামীণ ৰােজগাৰ যােজনা কোনখন আইনে সামৰি লৈছে?
(ট) আত্মসহায়ক গােট কি?
(ঠ) কি পদ্ধতিৰে চৰকাৰে দৰিদ্রতা নির্ণয় কৰে?
২। চমু উত্তৰ লিখা
(ক) ভাৰতবৰ্ষৰ দৰিদ্ৰতা নিমূলকৰণৰ দুখন আঁচনিৰ নাম লিখা।
(খ) দৰিদ্রতা নিমূলকৰণৰ বাবে তােমাৰ ফালৰ পৰা দুটা উপদেশ আগবঢ়োৱা।
(গ) দুই প্রকাৰ দৰিদ্ৰতা কি কি?
৩। উত্তৰ দিয়া
(ক) খাদ্য সুৰক্ষা কি?
(খ) কাৰাগাৰ জীৱন নির্বাহ ব্যয় কি দৰে হিচাপ কৰি উলিওৱা হৈছিল?
(গ) যিকোনাে দুখন দৰিদ্রতা নিমূলকৰণ আঁচনিৰ বিষয়ে চমুকৈ লিখা।
৪। দৰিদ্ৰতাৰ শ্রেণীবিভাজন কৰা।
৫। দৰিদ্ৰতাৰ কাৰণসমূহ চমুকৈ ব্যাখ্যা কৰা।
৬। দৰিদ্ৰতা নিমূলকৰণ আঁচনিসমূহৰ এটি চমু পর্যালােচনা আগবঢ়োৱা।
৭। “দৰিদ্ৰতা এক আর্থ-সামাজিক পৰিঘটনা” —ব্যাখ্যা কৰা
৮। দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ মাজত কিবা সম্পর্ক আছে নেকি?যদি আছে তােমাৰ অভিমত লিখা।
৯। ১৯৭৩-৭৪ চনৰ পৰা বৰ্তমানলৈ দৰিদ্ৰতাৰ গতিপ্রবাহ সম্পর্কে এটি টোকা লিখা।
১০। নগৰাঞ্চল আৰু গ্রামাঞ্চলৰ দৰিদ্ৰতা সম্পর্কে এটি তুলনামূলক আলােচনা আগবঢ়োৱা।
১১। ভাৰতবৰ্ষৰ দৰিদ্ৰতা নিমূলকৰণ আঁচনিৰ বিফলতা সমূহ লিখা।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
⭐Type: Pallab Jyoti Bora
Post ID : DABP006285