মানৱ মূলধন গঠন | Chapter ৫ | Clasas 11 Assamese Medium Economic Answer | Class 11 Assamese Medium Notes | HS 1st Year Assamese Medium Economic Question And Answer | Hs 1st Year Assamese Medium Economic Suggestion
👉 MCQs Type Solution
👉 Online Test Chapter -1
👉 Paid Solution (For Membership User)
১। উত্তৰ দিয়াঃ
(ক) মানৱ মূলধন মানে কি?
(খ) ভৌতিক মূলধনৰ এটি উদাহৰণ দিয়া।
(গ) ২০০১ চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষত মৃত্যুহাৰ কিমান?
(ঘ) ২০০১ চনৰ লােকপিয়ল অনুসৰি ভাৰতবৰ্ষত শিশুৰ মৃত্যুৰ হাৰ কিমানলৈ হ্রাস হৈছে?
(ঙ) একাদশ পঞ্চবার্ষিক পৰিকল্পনাত শিক্ষাৰ শিতানত হ'বলগীয়া ব্যয়ৰ পৰিমাণ মুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ ধার্য্য কৰা হৈছে?
(চ) শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন কেতিয়াৰ পৰা বলবৎ কৰা
(ছ) প্রাথমিক শিক্ষা সম্পর্কীয় দুখন আঁচনিৰ নাম লিখা।
২। সম্পর্ক ব্যাখ্যা কৰাঃ
(ক) জনসংখ্যা আৰু মানৱ মূলধন;
(খ) মানৱ মূলধন আৰু মানৱ উন্নয়ন;
(গ) আবৱবিক মূলধন আৰু মানৱ মূলধন;
(ঘ) HUDCO গ্রাম্য স্বাস্থ্য অভিযান;
(ঙ) ৰাষ্ট্ৰীয় গ্রাম্য স্বাস্থ্য অভিযান;
৩। মানৱ মূলধনৰ যি কোনাে চাৰিটা উৎস ব্যাখ্যা কৰা।
৪। ভাৰতত মানৱ মূলধন গঠনৰ চাৰিটা সমস্যা লিখা।
৫। মানৱ মূলধন আৰু অর্থনৈতিক উন্নয়নৰ সম্পর্ক ফঁহিয়াই দেখুওৱা।
৬। মানৱ মূলধনৰ ধাৰণাটো তােমাৰ ভাষাৰে ব্যাখ্যা কৰা।
৭। মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজত এটি তুলনামূলক টোকা লিখা।
৮। শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইনখনৰ মুখ্য দফা কেইটা ব্যাখ্যা কৰা।
৯। চহৰ অঞ্চলৰ তুলনাত গাঁও অঞ্চলৰ সাক্ষৰতাৰ হাৰ নিম্ন কিয়?
১০। ভাৰতবৰ্ষৰ স্বাস্থ্য সেৱা খণ্ডৰ মূল সমস্যা চাৰিটা ব্যাখ্যা কৰা।
১১। বিশুদ্ধ খােৱা পানীৰ যােগান আৰু নিৰাময়ৰ সা-সুবিধাবােৰ উপলদ্ধিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ অগ্রগতিৰ এক খতিয়ান দাঙি ধৰা।
১২। ভাৰত চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা শেহতীয়া পদক্ষেপ সমূহৰ বিষয়ে লিখা।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
★ Type: Pallab Jyoti Bora
Post ID : DABP006286