সহসম্বন্ধ | Chapter ৫ | Class 11 Economics Assam | Class 11 Economics Assamese Medium Quiestion And Answer | HS 1st Year Assamese Medium Economics notes | HS 1st Year Economics Assamese Medium | Higher Secondery Economics Suggestion | HS 1st Year Assamese Medium Economics Question And Answer

১। উত্তৰ দিয়া ঃ

(ক) সহসম্বন্ধ কি?

(খ) যােগাত্মক সহসম্বন্ধৰ এটি উদাহৰণ দিয়া।

(গ) সম্পূর্ণ ঋণাত্মক সহসম্বন্ধ কি?

(ঘ) উপ - বিচলন পদ্ধতি কি?

(ঙ) অনুস্থিতি সহসম্বন্ধ বুলিলে কি বুজা?

২। সহসম্বন্ধ জোখা কৌশল কেইটা? যি কোনাে এটাৰ বহল ব্যাখ্যা দাঙি ধৰা।

৩। কার্ল পিয়েৰচনৰ সহসম্বন্ধ গুণাঙ্ক বা সহগৰ সূত্ৰটো দিয়া।

৪। প্ৰকীৰ্ণ চিত্ৰৰ সহয়ত সহসম্বন্ধৰ প্ৰকীৰ ব্যাখ্যা  কৰা।

৫। তলৰ তথ্যখিনিৰ সহায়ত এটা চিত্ৰ আকি সহসম্বন্ধৰ প্ৰকাৰ উল্লেখ কৰাঃ-

 x

 ১

২ 

৩ 

৪ 

৫ 

 y

৭ 

৮ 

৯ 

১০ 

৬। সহসম্বন্ধৰ গুণাঙ্কৰ বৈশিষ্ট্যসমূহ কি কি?

৭। স্পিয়েৰমেনৰ সূত্ৰটো ব্যাখ্যা কৰা।

৮। তলত দিয়া তথ্যৰ পৰা কোটি সহসম্বন্ধ গুমাঙ্ক নিৰ্ণয় কৰাঃ-

৫০ 

৬০ 

৬৫ 

৬৫ 

৬৮ 

৭৩ 

৭৫ 

৫৮ 

 y

 ৬৭

৬৭ 

৬৩ 

৬৭ 

৬৯ 

৭০ 

৭২ 

৬২ 

৯। তলত দিয়া তথ্যৰাজিৰ পৰা কাৰ্ল পিয়েৰচনৰ পদ্ধতিৰ সহায়ত সহসম্বন্ধৰ গুণাঙ্ক গণনা কৰা।

 x

৬ 

২ 

১০ 

৪ 

৮ 

 y

 ২

৮ 

৩ 

৬ 

 ১

CBSE Sample Questions

1. What is presented on the X-axis of a scatter diagram?

2. What is perfect correlation? What are its types?

3. how does rank correlation differ from pearsonian correlation?

4. Explain the importance oF correlation.

5. In Which situation is the use of rank correlation method suitable?

6. under what situation is r = -1?

7. When is the correlation called linear?

8. Which type of correlation between two variables is indicated by a scatter line sloping downward to right?

9. Give the meaning of the following:

r = 0, r = +1, r = -1

10. Draw a scatter diagram with the help of following information.

 x

10 

12 

11 

 y

 5

11. Mention the merits and demerits of scatter diagram.

12. What is the difference between linear and non-linear correlation?


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Type: Pallab jyoti Bora



Post ID: DABP002847