পৰিসাংখ্যিক আহিলাৰ ব্যৱহাৰ | Chapter ৭ | Class 11 Economics Assam | Class 11 Economics Assamese Medium Quiestion And Answer | HS 1st Year Economics notes | HS 1st Year Economics Assamese Medium | Higher Secondery Economics Suggestion
প্রশ্নাৱলীৰ ক্ষেত্ৰত প্ৰশ্নৰ উত্তৰসমূহ উত্তৰ দিওঁতাই নিজে লিপিবদ্ধ কৰে। অনুসূচীৰ ক্ষেত্ৰত উত্তৰ সমূহ অনুসন্ধানকাৰীয়ে লিপিবদ্ধ কৰে।
১। প্রকল্প কি?
২। অর্থনৈতিক প্রকল্প প্রস্তুতকৰণৰ পদক্ষেপ বােৰ কি কি? ব্যাখ্যা কৰা।
৩। প্রশ্নাৱলী প্রস্তুত কৰোঁতে কি কি বিষয়লৈ মন কৰিব লাগিব?
৪। অর্থনৈতিক প্রকল্প বুলিলে কি বুজা?
৫। অর্থনৈতিক প্রকল্প কেই প্ৰকাৰৰ? ব্যাখ্যা কৰা।
৬। তােমাৰ শিক্ষানুষ্ঠানখনৰ সমূহ ছাত্র-ছাত্রীৰ মাহিলী ব্যয়ৰ বিন্যাস দাঙি ধৰিবলৈ এখন প্রশ্নাৱলী যুগুত কৰা।
৭। প্রশ্নাৱলী আৰু অনুসূচীৰ মাজত পার্থক্য কি?
৮। এখন উৎকৃষ্ট প্রশ্নাৱলীৰ বৈশিষ্ট্যবােৰ কি কি?
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Type: Pallab Jyoti bora
Post ID : DABP006270
0 Comments