দহন আৰু শিখা | অধ্যায় ৬ | Combustion and Flame| Chapter 6 | Class 8 Science Answer Jatiya Bidyalay | Assam Jatiya Bidyalay | অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ উত্তৰ অসম জাতীয় বিদ্যালয়

অধ্যায় ৬

দহন আৰু শিখা

Combustion and  Flame


1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) স্বতঃস্ফত দহন ঘটা এবিধ পদাৰ্থৰ উদাহৰণ হল-

(a) এলপিজি         (b) ফছফৰাছ       (c) কয়লা        (d) কেৰাচিন


(ii) মমবাতিৰ শিখাৰ সম্পূৰ্ণ দহন ঘটা অঞ্চলটো হল-

(a) নীলা     (b) আন্ধাৰ     (c) দীপ্তিমান    (d) দীপ্তিহীন 



(iii) কোনটো আদৰ্শ ইন্ধনৰ ধৰ্ম নহয়?

(a) কেলৰি মান বেছি হ'ব লাগে

(b) দাম কম হব লাগে

(c) প্ৰজ্বলনাংক বেছি হব লাগে

(d) মজুতকৰণ কম খৰচী হব লাগে


(iv) জোৰেৰে ফুঁৱালে  মমবাতিৰ শিখা নুমায়। ইয়াৰ এটা কাৰণ হল-

(a)ফুঁৱালে কাৰ্বন ডাইঅক্সাইড ওলায়

(b) ফুঁৱালে জলীয় বাষ্প ওলায়

(c) ফুঁৱালে জলীয় বাষ্প আঁতৰি য়ায

(d)  ফুঁৱালে অক্সিজেন নোলায়


(v) কোনবিধ জীৱাশ্ম ইন্ধন নহয়?

(a)খৰি          (b) এলপিজি            (c) পেট্ৰল             (d) কেৰাচিন


2.খালী ঠাই পূৰ কৰাঃ 

(i) এবিধ পদাৰ্থ জ্বলাৰ অৰ্থ হল পদাৰ্থবিধৰ-------সৈতে বিক্ৰিয়া।

(ii) মমবাতিৰ শিখাৰ দীপ্তিমান  অঞ্চলত-------ৱদহন ঘটে।

(iii)মমবাতিৰ শিখাৰ আন্ধাৰ অঞ্চল --------  ---------গঠিত।

(iv) জ্বলোঁতে  বাষ্পীভূত হোৱা পদাৰ্থই --------সৃষ্টি কৰে।

(v) কাঠখৰি  জ্বলোঁতে মমবাতিকৈ অধিক সময় লাগে ; কাৰণ মমতকৈ কাঠখৰিৰ -------বেছি।


3.সংঞ্জা লিখা-জলনাংক, কেলৰি মূল্য,ইন্ধন,দহন।

4. দাহ্য আৰু অদাহ্য পদাৰ্থ কাক বোলে লিখা। উদাহৰণ দিবা।

5. গহন বুলিলে কি বুজা? সম্পূৰ্ণ আৰু অসম্পূৰ্ণ দহনৰ মাজত পাৰ্থক্য লিখা।

6.স্বতঃস্ফতৰ্ত গহনৰ বিষয়ে চমুকৈ লিখা । উদাহৰণ দিবা । 

7.মমবাতি জ্বলালে কাৰ্বন কণা উতপন্ন হয়। এয়া প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।

8. মমমবাতিৰ শিখাৰ আন্ধাৰ অঞ্চলত মমৰ বাষ্প থাকে। এয়া প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।

9.জোৰেৰে ফুঁৱালে চাকিৰ জুই কিয নুমায় লিখা। 

10. মমবাতিৰ শিখাত কিমানটা অঞ্চল থকে? অঞ্চলকেইটাৰ নাম লিখা । ছবি আঁকি অঞ্চলকেইটা দেখুওৱা। 

11.দীপ্তিমান  আৰু দীপ্তিহীন শিখাৰ পাৰ্থক্য লিখা । 

12. আমাৰ খাদ্যক কিয় ইন্ধন বুলি ভবিব পাৰি লিখা।  




Post ID : DABP006111