Lesson:4

A Truly Beautiful Mind

1.a

born (বন): জন্মগ্রহণ কৰা 

indication (ইণ্ডিকেশ্বন): লক্ষণ, সংকেত 

destined ( ডেষ্টাইণ্ড): নিয়ত,পূর্বৰেপৰা নিৰ্ধাৰিতকৰণ

greatness (গ্রেটনে):মহানতা, মহৎ

contrary (কনট্রেৰী): বিপৰীত 

thought (থট্ ): ভাবিছিল

freak ( ফ্রিক): অসাধাৰণ, আনতকৈ পৃথক

 head ( হেড): মুৰ

 seemed (চিমড়): বােধ হােৱা

 too large (টু লার্জ): অতি ডাঙৰ 

2.

talking (টকিং):  কথা কোৱা 

finally (ফাইনেলি): অৱশেষত

learn (লার্ন): শিকা

speak (স্পিক): কোৱা

uttered (আটার্ড): উচ্চাৰণ কৰা

twice (টুৱাইচ): দুবাৰ 

playnate (প্লেমেট): লগ-সমনীয়া

boring (বৰিং): অস্বস্তিকৰ

youngster (ইয়ংষ্টাৰ): ডেকা ল’ৰা 

especially (স্পেচিয়েলি): বিশেষকৈ

loved (লাভড): ভাল পাইছিল

mechanical (মেকানিকেল): যান্ত্রিক

toys (টইজ): পুতলা

wheels (হুইল): চকাবােৰ

3.

headmaster (হেডমাষ্টাৰ): প্রধান শিক্ষক

told (টোল্ড):  কৈছিল

chose (চুজ): পছন্দ কৰা

profession (প্রফেশন): বৃত্তি, পেশা

success ( চাকচে): সফলতা

began (বিগেন): আৰম্ভ কৰিছিল

play (প্লে): বজোৱা

wanted (ওয়ান্টেড): বিচাৰিছিল 

later (লেটাৰ): পাছলৈকে

gifted (গিফটেড): প্রতিভাসম্পন্ন 

amateur (এমেচাৰ): অপেচাদাৰী, অধ্যবসায়ী 

violinist (ভায়লিনিষ্ট): ভায়’লিন বাদক 

maintaining (মেনটেইনিং): বজায় ৰখা

4.

pupil (পিউপিল): ছাত্র

scored (স্কর্ড): লাভ কৰা 

marks (মার্কচ): নম্বৰ

almost (অলমােষ্ট): প্রায়

subject (চাবজেক্ট): বিষয়

hated (হেটেড): বেয়া পাইছিল

regimentation (ৰেজিমেন্টেশ্বন): অনুশাসন

often (অফেন): প্রায়ে 

clashed (ক্লেড): কাজিয়া, মত বিৰােধ

felt (ফেল্ট): অনুভৱ কৰিছিল

stifled (ষ্টাইফলড়): শ্বাসৰুদ্ধ হােৱা, দমন কৰা 

left (লেফ্ট): এৰিছিল

for good (ফৰ গুড): চিৰদিনৰ বাবে

5. 

Previous (প্রিভিয়াচ):পূর্বৰ, আগৰ

parents (পেৰেন্ট): মাকদেউতাক

relatives (ৰিনেটিভচ): সম্পর্কীয় লােক

prolonged (প্রলঙ্গ): বহু সময়

discussion ( ডিচকান ) —আলােচনা ; 

got (গট): পাইছিল 

Whish (উইচ): ইচ্ছা

continue ( কন্টিনিউ): একেৰাহে চলােৱা 

education (এডুকেশ্বন): শিক্ষা

liberal ( লিবাৰেল): উদাৰ 

6.

highly (হাইলি): অত্যধিক

mathematics (মেথমেটিক): গণিত

interested (ইন্টাৰেষ্টেড): ৰাগ , ৰুচি

physics (ফিজিকচ): পদার্থবিদ্যা

finishing (ফিনিচিং): শেষ কৰি

decided (ডিচাইডেড) : ঠিক কৰিছিল

study(ষ্টাডি): অধ্যয়ন কৰা

university (ইউনিভাৰচিটি): বিশ্ববিদ্যালয়

science (চাইন্স): বিজ্ঞান

appealed (এপি): আকর্ষিত কৰা 

dashing (ডেচিং): বেগতে ধাৱমান হােৱা

walras (ওৱালৰাচ): এটা জীৱ

moustache (মুচ্‌টাচ্‌): মোঁচ

7.

felt (ফেল্ট): অনুভৱ কৰিছিল

special (স্পেচিয়েল): বিশেষ

interest (ইন্টাৰেষ্ট): আকর্ষণ

fellow (ফেললা): লগৰীয়া

clever (ক্লেভাৰ): বুধিয়ক, চতুৰ 

creature (ক্রিয়েচাৰ): জীৱ

degree (ডিগ্রী): উপাধি , স্নাতক

ally (এলে): সহযােগী, মৈত্রী

against (এগেইনষ্ট): বিপৰীতে

philistines (ফিলিষ্টাইনচ): সংগীত শিল্প-কলা আদি ভাল নােপােৱা লােক

constantly (কন্সটেন্টলি):নিৰবিচ্ছিন্নভাৱে , একেৰাহে

at odds (এট অড): বিবাদ, মতবিৰােধ, অসহমত

couple (কাপল): জোৰা 

letters (লেটাৰ): চিঠি পত্র

 survive (চাৰভাইভ): জীয়াই থকা

affection (এফেকশ্বন): মৰম স্নেহ

mixing (মিক্সিং):  লগলগাই

 tenderness (টেণ্ডাৰনেচ): কোমলতা

 proud (প্রাউড): গর্ব 

relativity (ৰিলেটিভিতি): আপেক্ষিকতাবাদ

victorious (ভিক্টৰিয়াচ): বিজয়ী

conclusion (কনক্লশ্বন): মন্তব্য ,সামৰণি 

8.

graduate (গ্রেজুৱেট): স্নাতক

unemployed (আনএমপ্লইড): নিবনুৱা

teaching (টিচিং): শিক্ষণ

assistant (এচিষ্টেন্ট): সহায়ক

private (প্রাইভেট): ব্যক্তিগত

lesson (লেচন): পাঠ

finally (ফাইনেলি): অৱশেষত

technical (টেকনিকেল): যান্ত্রিক কাৰিকৰী

expert (এক্সপার্ট): বিশেষজ্ঞ 

patent (পেটেন্ট): কৃতিস্বত্ব

office (অফিচ): কার্যলয়

assessing (এচেচিং): নির্ধাৰণ কৰা

invention (ইনভেনশ্বন): আৱিষ্কাৰ 

actually (একচুরেলি): প্ৰকৃততে , সঁচাকৈয়ে

developing (ডেভেলপিং): বিকশিত কৰা

ideas (আইডিয়া): ধাৰণা

secret (চিকটে): গােপন, গুপ্ত

jokingly ( জকিংলি ) ধেমালিতে ;

drawer (ড্রয়াৰ): দেজ

 theoretical (থিয়ৰিটিকেল): তত্ববিষয়ক, তাত্বিক

9.

famous (ফেমাউ): প্রখ্যাত, প্রসিদ্ধ

special (স্পেচিয়েল): বিশেষ 

theory (থিয়ৰি): তত্ব

according to (একর্ডিং টু): অনুসৰি

perfectly (পাৰফেক্টলি): সম্পূর্ণৰূপে 

accurate (একুৰেট): সঁচা, প্রকৃত

show (চো): দেখুওৱা

together ( টুগেদাৰ): একেলগে

journey (জার্নি): যাত্রা

moving (মভিং): গতি কৰা

fast (ফাষ্ট): দ্রুত, বেগেৰে

relative (ৰিলেটিভ): সম্পর্ক

formula (ফমুলা): সূত্র

describes (ডিচক্রাইব): বর্ণনা কৰা, ব্যাখ্যা কৰা

 relationship (ৰিলেশনশিপ): সম্বন্ধ

energy (এনার্জি): শক্তি


10.

solving (চলভিং): সমাধান কৰা

difficult (ডিফিকাল্ট): কঠিন 

problems (প্রব্লেম): সমস্যাবােৰ

private life (প্রাইভেট , লাইফ): ব্যক্তিগত জীৱন

unravelling (আনৰেভেলিং): স্থলন হােৱা ,পতন হ’বলৈ আৰম্ভ কৰা

waited (ওৱান্টেড): বিচাৰিছিল

marry (মেৰী): বিয়া কৰােৱা

studies (ষ্টাডিজ): অধ্যয়ন

bolyerid (বার্ড): চিন্তিত

intelligence (ইনটেলিজেন্স): বুদ্ধিমত্তা

wedding (ওৱেডিং): বিবাহ

pair (পেয়াৰ): যােব 

11.

finally (ফাইনেলী): অৱশেষত

faltered (ফল্টার্ড): দুর্বল হােৱা, শিথিল হােৱা

meanwhile (মিনহােৱাইল): ইতিমধ্যে

ambition (এম্বিশ্বন): আকাংখা 

unhappy (আনহেপী): অসুখী ,দুখী

housewife (হাউচওৱাইফ): গৃহিণী

constant (কন্সটেন্ট): একেৰাহে ,স্থিৰ 

divorced (ভাইভাের্চর্ড):পৃথক হােৱা

cousin (কাজীন): সম্পর্কীয় ভনীয়েক

12.

personal (পার্চনেল): ব্যক্তিগত

chapter (চেপ্টাৰ): অধ্যায়

coincided (কইনচাইডেড): মিলিত হােৱা

rise (ৰাইজ): উত্থান

fame (ফেম): যশস্যা, খ্যাতি

published (পাবলিড): প্ৰকাশ কৰিছিল

interpretation (ইন্টাৰপ্রিটেশ্বন): ব্যাখ্যা

gravity (গ্রেভিটি): মাধ্যাকর্ষণ

eclipse (ইকলিপ): সূর্যগ্রহণ

proof (প্রুফ): প্রমাণ

accurate (একুৰেট): সঠিক

correctly (কাৰেক্টলি): শুদ্ধভাৱে

calculated (কেলকুলেটেড):গণনা কৰা

advance (এডভান্স): আগতীয়া

extent (এক্সটেন্ট): বিস্তাৰ, ব্যাপ্তি

fixed (ফিক্সড়): স্থিৰ

deflected (ডিফ্রেকটেড): দিশ সলনি কৰা

gravitational (গ্রেভিটেশ্বনেল): মধ্যাকর্ষণিক

field (ফিল্ড): ক্ষেত্র

proclaimed (প্রক্লেইমড): ঘােষণা কৰা

scientific (চাইন্টিফিক): বৈজ্ঞানিক

revolution (ৰিভলিউশ্বন): বিপ্লৱ 

13.

received (ৰিচিভড): পাইছিল

Nobel prize (নবেল প্রাইজ):নবেল বঁটা 

showered (শৱার্ড): বৃষ্টিপাত

honors (অনার্চ): সন্মান

invitations (ইনভাইটেশ্বন): নিমন্ত্রণ

press (প্রেচ): সংবাদসেৱা, সাংবাদিক

14.

Nazis (নাজিজ): নাজিসকল , জার্মানীৰ সমাজতন্ত্র দলৰ সদস্যসকল

power (পাৱাৰ): ক্ষমতা

emigrated (ইমিগ্রেটেড): স্বদেশ ত্যাগ কৰা

discovery (ডিস্কভাৰী): আৱিষ্কাৰ

nuclear (নিউক্লিয়াৰ): পাৰমাণবিক

fission (ফিচন): বিখণ্ডন, পৰমাণু বিভাজন

plays cists (ফিজিচিষ্টচ): পদার্থবিজ্ঞানীসকল

uproar (আপৰৱাৰ): হুলস্থুল

fled (ফ্রেড): পলাইছিল

Fascism (ফেচিজম): ফেচিবাদ

afraid (এফ্রেইড): ভয় কৰা

build (বিল্ড): সজা

use (ইউজ): ব্যৱহাৰ কৰা

atonic bomb (এটমিক বম্ব): পাৰমাণবিক বােমা

15.

 urging (আর্জিং): অনুৰােধ

colleague (কলিগ): সহকর্মী , সহযােগী

president ( প্রেচিডেন্ট): সভাপতি , প্রেচিডেন্ট

warned (ওৱার্নড): সতর্ক কৰিছিল

exploded (এক্সপ্লডেড): বিস্ফোৰিত হােৱা

port (পর্ট): বন্দৰ

destroy (ডেষ্টই): ধ্বংস কৰা, বিনাশ

whole part (হােল পার্ট): সমগ্র অংশ

surrounding (চাউণ্ডিং): দাতিকাষৰীয়া 

territory (টেৰিটৰী): অঞ্চল , ক্ষেত্র 

 fail ( ফেইল): বিফল

secret (চিকৰেট): গােপন

project (প্রজেক্ট): অভিযান , প্রকল্প 

dropped ( ড্রপড): পেলাইছিল

16.

 deeply ( ডিপলি): গভীৰভাৱে

 shaken (চেকেন): বিচলিত , দুখিত , মর্মাহত হােৱা

 extent (এক্সটেন্ট): সীমা , পৰিধি

destruction ( ডেষ্ট্রাকশ্বন): ধ্বংস

public (পাবলিক): ৰাজহুৱা

missive (মিচিভ): চিঠি , আবেদন 

proposed ( প্রলজড ): প্ৰস্তাৱ দিছিল

formation ( ফর্মেশ্বন): গঠন

impact (ইমপেক্ট):  ফল

decade (ডিকেড): দশক

involved (ইনভলভ):জড়িত

politics (পলিটিক্স): ৰাজনীতি 

agitating ( এজিটেটিং): আন্দোলন কৰা

build up ( বিল্ড আপ): গঠন কৰা 

popularity (পপুলাৰিটি): জনপ্রিয়তা

campaign ( কেমপেইন): প্ৰচাৰ 

 peace (পিচ): শান্তি

democracy (ডেমক্রেচি): গণতন্ত্র , লােকতন্ত্র

17.

celebrated (চেলিব্রেটেড): উদযাপন কৰা , মানি লােৱা 

visionary (ভিশ্বনেৰী): স্বপ্নদৃষ্টা , কাল্পনিক

citizen ( চিটিজেন): নাগৰিক 

scientific (চাইন্টিফিক): বৈজ্ঞানিক

 genius ( জিনিয়াচ): প্রতিভাসম্পন্ন , প্রতিভাশালী

Apurba Kakti