অমিত সৰকাৰ গীত সমূহ


অমিত সৰকাৰ 

এটি চৰাই গুণ গুণাই 

কি সুৰ জানো মোক গ’ল শুনাই।।

এজাক বতাহে পাহে পহে 

মাধৈ মালতীক দিলে দোলাই

আলফুলে কৈ গ’ল মৰম বিলাই।।

এটি ক্ষণে অকাণে

এটি স্মৃতি গ’ল দুৰণিলৈ

মিঠা মিঠা সপোন ধিয়াই

আকাশ হ’লো মই সীমা চেৰাই।।




Post ID : DABP006658