f অমিত সৰকাৰ গীত সমূহ ~ Daily Assam

অমিত সৰকাৰ গীত সমূহ

অমিত সৰকাৰ গীত সমূহ


অমিত সৰকাৰ 

এটি চৰাই গুণ গুণাই 

কি সুৰ জানো মোক গ’ল শুনাই।।

এজাক বতাহে পাহে পহে 

মাধৈ মালতীক দিলে দোলাই

আলফুলে কৈ গ’ল মৰম বিলাই।।

এটি ক্ষণে অকাণে

এটি স্মৃতি গ’ল দুৰণিলৈ

মিঠা মিঠা সপোন ধিয়াই

আকাশ হ’লো মই সীমা চেৰাই।।

0 comments:

Post a Comment

Write your Comment