অসম কুইজ (জয়চন্দ্ৰ চক্ৰৱৰ্তী)



অসম কুইজ (জয়চন্দ্ৰ চক্ৰৱৰ্তী)



Book Name: অসম কুইজ


সম্পাদনাঃ জয়চন্দ্ৰ চক্ৰৱৰ্তী


প্ৰকাশকঃ

এম, এল. পাব্লিকেশ্যন

পাণবজাৰ, গুৱীহাটী-১


পঞ্চম প্ৰকাশঃ ২০২০


অৰিহণাঃ ৩৫.০০ টকা


মুদ্ৰক-অভিলেখা গ্ৰাফিক্

উজাৈন বজাৰ গুৱাহাটী-১


বিষয়-সূচি

বিষয়

১। অসমৰ বিষয়ে চকু পচীৰতে

২। অসমৰ সৰ্বপ্ৰথম ব্যক্তিসকল

৩। সাহিত্য, সংস্কৃতি

৪। অসমত প্ৰচলিত সংবাদপত্ৰ আৰু আলোচনী সমূহ

৫। অসম উপত্যকা সাহিত্য বঁটা বিজয়ীসকল

৬। কোনজন সাহিত্যিকক কি বুলি জনা যায়

৭। অসম সাহিত্য সভাৰ অধিবেশন

৮। বড়ো সাহিত্যসহাৰ সভাপতিসকল

৯। অসমৰ কেইগৰাকী মান বিশিষ্ট কবি সাহিত্যিকৰ ছদ্মনাম

১০। সাহিত্য অকাডেমী বঁটা বিজয়ী ব্যক্তিসকল আৰু তেওঁলোকৰ গ্ৰন্থসমূহ

১১।  অসমৰ কেইগৰাকী মান সাহিত্যিক ব্যক্তি

১২। অসমত প্ৰচলিত বঁটা আৰু সন্মানৰ বিষয়ে থোৰতে

১৩। বুৰঞ্জী, ৰাজনীতি আৰু অৰ্থনীতি

১৪। অসমৰ মঞ্চ-চলচ্চিত্ৰ জগত

১৫। ৰাষ্ট্ৰীয় বঁটা লাভ কৰা চলচ্চিত্ৰসমূহ

১৬। বড়ো ভাষাৰ চলচ্চিত্ৰ 

১৭। চলচ্চিত্ৰৰ আন আন বঁটা আৰু সন্মান

১৮। খেল জগত

১৯। অসমৰ বিভিন্ন প্ৰতিষ্ঠান ক'ত আছে

২০। অসমৰ বিভিন্ন উৎসৱ-অনুষ্ঠান

২১। অসমৰ ৰাজ্যপালসকলৰ নাম আৰু কাৰ্যকাল

২২। অসমৰ মুখ্যমন্ত্ৰীসকল

২৩। অসম আৰু ভাৰতৰ ৰত্ন

২৪। অসম চৰকাৰ মন্ত্ৰীসভাখন




Post ID : DABP005734