ঔপনিৱেশিকতাবাদ আৰু গ্ৰাম্যাঞ্চল চৰকাৰী দপ্তৰখানা চলাথ কৰি অধ্য়ায় ১০ | Chapter 10 | Class 12 History Part 3 Solution Assam | Class 12 History Part 3 Question Answer Assamese Medium | Class 12 History Part 3 Suggestion | Class 12 History Part 3 Question Answer Notes | HS Second Year History Part 3 Question Answer  | তৃতীয় খণ্ড ইতিহাস প্ৰশ্ন আৰু উত্তৰ | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী ইতিহাসৰ প্ৰশ্ন আৰু উত্তৰ | দ্বাদশ শ্ৰেণী তৃতীয় খণ্ডইতিহাসৰ ঔপনিৱেশিকতাবাদ আৰু গ্ৰাম্যাঞ্চল চৰকাৰী দপ্তৰখানা চলাথ কৰি  প্ৰশ্ন আৰু উত্তৰ | 


ঔপনিৱেশিকতাবাদ আৰু গ্ৰাম্যাঞ্চল চৰকাৰী দপ্তৰখানা চলাথ কৰি


১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ দিয়া

১। বঙ্গদেশৰ গাঁও অঞ্চলবােৰত যােতদাৰসকল কিয় প্রভাৱশালী ব্যক্তি হিচাপে পৰিগণিত হৈছিল? 

উত্তৰঃ- ঔপনিবেশিক শাসন পোন-প্ৰথমতে বঙ্গদেশতেই প্ৰতিষ্টা কৰা হৈছিল।উনবিংশ শতিকাৰ আৰম্ভণিতে যোতদাৰসকল হাজাৰ হাজাৰ একৰ পৰ্যন্ত বিশাল ভূমি-সম্পত্তিৰ গৰাকী হৈ পৰিছিল। স্থানীয় ব্য়ৱসায়-বাণিজ্য় নিয়ন্ত্ৰণ কৰাৰ উপৰি বঙ্গৰ স্থানীয় খেতিয়ক সকলৰ ওপৰত ঋণদাতাৰূপে তেওঁলোকে অপৰিসীম কৰ্তৃত্ব খটুৱাইছিল। এই বিশাল ভৃ-সম্পত্তিৰ সৰহভাগতেই পৰ্গাদাৰক আধিয়াৰসকলৰ হতুৱাই খেতি কৰাইছিল। আধিয়াৰসকলে এনে কৃষিভূমিত নিজৰ হাল-কোৰ ব্যৱহাৰ কৰি খেতি কৰিছিল।শেষত উৎপাদনৰ অৰ্ধেক অংশ যোতদাৰৰ ওচৰত জমা দিছিল। 

    গাঁৱৰ আভ্যন্তৰত জমিদাৰতকৈ যোতদাৰ সকলৰহে ক্ষমতা তথা প্ৰভাৱ বেছি আছিল। জমিদাৰসকলে প্ৰায়ে নগৰত বাস কৰিছিল। আনহাতে, যোতদাৰসকলে সদায়ে গাঁৱত বাস কৰিছিল ।যোতদাৰসকলে গাঁৱৰ জামা বৃদ্ধিৰ বাবে জমিদাৰসকলে চলোৱা প্ৰচেষ্টাক প্ৰাণপণে বাধা দিছিল, খাজানা পৰিশোধ কৰিব নোৱাৰাৰ বাবে জমিদাৰী যেতিয়া নিলামত বিক্ৰী গৈছিল, তেতিয়া গ্ৰাহকসকলৰ ভিতৰতো বেছিভাগ এই যোতদাৰ সকলেই আছিল। 

    উত্তৰ বঙ্গৰ গ্ৰাম্য়াঞ্চলত কিন্তু আটাইতকৈ ক্ষমতাশালী লোক আছিল যোতদাৰসকল। যোতদাৰসকলে অন্য় দুখীয়া ৰায়তক ঋণ দান কৰিছিল আৰু তেওঁলোকৰ ফচল বিক্ৰি কৰিছিল। সেই কাৰণে বঙ্গদেশৰ গাঁও অঞ্চলবোৰত যোতদাৰসকলে প্ৰভাৱশালী ব্য়ক্তি হিচাপে পৰিগণিত কৰিছিল। 


২। জমিদাৰসকলে তেওঁলােকৰ জমিদাৰিৰ ওপৰত কেনেকৈ নিয়ন্ত্রণ চম্ভালি ৰাখিছিল? 

উত্তৰঃ-


৩। বাহিৰাগতসকলৰ আগমনক পাহাৰীয়াসকলে কিদৰে জবাব দিছিল? 

উত্তৰঃ-


৪। বৃটিশ শাসনৰ বিৰুদ্ধে চাওতালসকলে কিয় বিদ্রোহ কৰিছিল? 

উত্তৰঃ-


৫। শাহুকাৰসকলৰ বিৰুদ্ধে দাক্ষিণাত্যৰ ৰায়তসকলৰ ক্রোধ কিহে ব্যাখ্যা কৰে?

উত্তৰঃ-


তলত দিয়া প্রশ্নবােৰৰ ২৫০-৩০০ শব্দৰ ভিতৰত চমু ৰচনা লিখা।

 ৬। চিৰস্থায়ী বন্দৱস্তিৰ পাছত বঙ্গৰ বহুতাে জমিদাৰী নিলামত বিক্ৰী গৈছিল কিয়?

উত্তৰঃ-


 ৭। চাওঁতালসকলতকৈ পাহাৰীয়াসকলৰ জীৱিকা কি দিশত পৃথক আছিল? 

উত্তৰঃ-


৮। আমেৰিকাৰ গৃহযুদ্ধই ভাৰতৰ ৰায়তসকলৰ জীৱন কেনেকৈ প্ৰভাৱান্বিত কৰিছিল? 

উত্তৰঃ-


৯। কৃষকসকলৰ ইতিহাস ৰচনা কৰোঁতে চৰকাৰী সমলবােৰ ব্যৱহাৰ কৰাত থকা অসুবিধাবােৰ কি কি?

উত্তৰঃ-


 মানচিত্রৰ কাম

১০। ভাৰতীয় উপমহাদেশখনৰ এখন মানচিত্র নক্সাত এই অধ্যায়ত বর্ণিত অঞ্চলবােৰ চিহ্নিত কৰা । ইয়াৰ বাহিৰেও চিৰস্থায়ী বন্দৱক্তি আৰু ৰায়তৱাৰী ব্যৱস্থা অন্য কোনাে অঞ্চলত প্ৰচলিত আছিল নেকিতাৰ সন্ধান কৰা আৰু ইহঁতকো মানচিত্রখনত চিহ্নিত কৰা।

উত্তৰঃ- 


প্রকল্প ( যিকোনাে এটা বাচি লােৱা )

১১। পূৱ ভাৰতৰ কেইবাখনাে জিলাৰ ওপৰত ফ্রাঞ্চিচ বুকাননে প্রতিবেদন প্রকাশ কৰিছিল । ইয়াৰে যিকোনাে এখন প্রতিবেদন পঢ়ি চোৱা আৰু এই অধ্যায়ত আলােচিত বিষয়বস্তুবােৰৰ ওপৰত গুৰুত্ব দি, গ্রাম্য সমাজ সম্পর্কে ইতিহাসবিদসকলে এনেকুৱা মূল পাঠবােৰ ব্যৱহাৰ কৰিব পাৰে, তাৰ ওপৰত আলােকপাত কৰা ।

উত্তৰঃ-


১২। তুমি নিজে বাস কৰা অঞ্চলৰ গাঁৱৰ বয়ােজ্যেষ্ঠ লােকসকলৰ সৈতে কথাবার্তা পাতা আৰু তেওঁলােকে বর্তমান খেতি কৰি থকা পথাৰবােৰ পৰিদৰ্শন কৰা । তেওঁলােকে কি উৎপাদন কৰে , কেনেকৈ তেওঁলােকে জীৱিকা অর্জন কৰে , তেওঁলােকৰ পিতৃ - মাতৃসকলে কি কৰিছিল , বর্তমান তেওঁলােকৰ পুত্র - কন্যাসকলে কি কৰে আৰু বিগত ৭৫ বছৰৰ ভিতৰত তেওঁলােকৰ জীৱন কেনেকৈ পৰিবৰ্তিত হ’ল এইবিলাক কথাৰ সন্ধান কৰা । তুমি লাভ কৰা তথ্যবােৰৰ ভিত্তিত এখন প্রতিবেদন প্রস্তুত কৰা ।

উত্তৰঃ-


Type- Nayan Jyoti Bordoloi




Post ID : DABP006683