আমাৰ যানবাহন  | অধ্যায় ১০ | Chapter 10 | Class 3 Environment Solution Assam | Class 3 Environment Assam Government School Question Answer Assamese Medium |  Government School Class 3 Environment Suggestion | Class 3 Environment Question Answer Notes | Class III Environment | তৃতীয় শ্ৰেণী পৰিৱেশ | তৃতীয় শ্ৰেণী পৰিৱেশৰ আমাৰ যানবাহন পাঠটো প্ৰশ্ন আৰু উত্তৰ | 



  আমাৰ যানবাহন


১) উত্তৰ লিখা—

 (ক) কেইখনমান যান-বাহনৰ নাম।

উত্তৰঃ- কেইখনমান যান বাহনৰ নাম হৈছে- চাইকেল, ঠেলা, ৰিক্সা, গাড়ী, উৰাজাহাজ, ফেৰি আৰু নাও আদি বিভিন্ন ধৰণৰ যানবাহন আছে।


 (খ) তােমালােকৰ অঞ্চলত কি কি যান - বাহনৰ সুবিধা আছে?

উত্তৰঃ- আমাৰ অঞ্চলত গাড়ী-মটৰ, চাইকেল নাও, ৰিক্সা, ঠেলা আদি যানবাহনৰ সুবিধা আছে।


 (গ) প্রাণীয়ে টনা দুবিধ যানবাহনৰ নাম 

উত্তৰঃ- প্ৰীণীয়ে টনা দিবিধ যানবাহ নৰ নাম হৈছে গৰু গাড়ীৰ আৰু ঘোৰা গাড়ী।


(ঘ) হাট-বজাৰলৈ বস্তু অনা - নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যানবাহনৰ নাম। 

উত্তৰঃ- হাট-বজাৰলৈ বস্তু অনা - নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যানবাহনৰ নাম হৈছে চাইকেল, গৰুগাড়ী, বাছ আৰু ট্ৰাক আদি।


(ঙ) যান - বাহনৰ পৰা আমাৰ কি কি সুবিধা হয়? 

উত্তৰঃ- যান-বাহনৰ পৰা আমাৰ বিভিন্ন ধৰণৰ সুবিধা হয়। যেনে- দূৰ ঠাইলৈ যাব বাবে, ডাঙৰ নদী বা সাগৰত যাব বাবে, ইঠাইৰ পৰা সিঠাইলৈ যাব বাবে আদি বিভিন্ন ধৰণৰ সুবিধা হয়।  


২) ‘ক’অংশৰ লগত ‘ খ’অংশ মিলাই লিখা

ক’

মটৰ গাড়ী

আকাশত উৰে

উৰাজাহাজ

মাটিত চলে

ফেৰী

জুই নুমুৱাত সহায় কৰে

মালবাহী ৰে

পানীত চলে

অগ্নিনিৰ্বাপক গাড়ী

বস্তু আনা

 উত্তৰঃ-

 ক’

মটৰ গাড়ী

উৰাজাহাজ

ফেৰী

মালবাহী ৰে'ল

অগ্নিনিৰ্বাপক গাড়ী

 

মাটিত চলে।

আকাশত উৰে।

পানীত।

বস্তু অনা-নিয়া কৰে।

জুই নুমোৱাত সহায় কৰে।


৩) খালী ঠাই পূৰ কৰা—

(ক) হাট - বজাৰত বিভিন্ন বস্তু কিনা-বেচা কৰা হয়। 

(খ) হাট বজাৰত বিভিন্ন ধৰণৰ মানুহৰ লগত পৰিচয় ঘটে।

(গ) ঘোঁৰা - গাড়ীৰে বস্তু অনা - নিয়া কৰা হয়।

(ঘ) ডাঙৰনদীত জাহাজ চলাচল কৰে। 

(ঙ) ভিন ভিন মানুহৰ মাজত সাংস্কৃতিক সম্পর্ক গঢ়ি তোলাতাে যান-বাহনে সুবিধা কৰি দিছে। 


৪) তােমাৰ ঘৰৰ পৰা তলত দিয়া ঠাইবােৰলৈ কি ধৰণৰ যানবাহনত যাবা লিখা। 

বিদ্যালয়লৈঃ- বাছ আৰু চাইকেল।

নৈৰ সিপাৰলৈঃ- জাহাজ  আৰু নাও।

দিল্লীলৈঃ- উৰাজাহাজ।

Nayan Jyoti Bordoloi 

( Morigaon, Assam)