ভেকুলী আৰু এন্দুৰ । অধ্যায় ১২ । Chapter 12 | Class 3 Niti Mallika Sonkardev School Question and Answer Assam | Class 3 Niti Mallika Sankardev School Soulition | তৃতীয় মান শ্ৰেণীৰ ভেকুলী আৰু এন্দুৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ১২


ভেঁকুলী আৰু এন্দুৰ


আৰ্হি প্ৰশ্নঃ

(ক) ভেঁকুলী আৰু এন্দুৰে এৰা-এৰি নহ'বক বাবে কি কৰিছিল ?

উত্তৰঃ ভেঁকুলী আৰু এন্দুৰে এৰা-এৰি নহ'বক বাবে এইজনে আনজনৰ ঠেং দুখন নিজৰ ঠেংৰ লগত  বান্ধি ল'লে।


(খ) ভেঁকলী আৰু এন্দুৰে ঠেং দুখন বান্ধিলোৱা পৰিণতি কি হ'ল ?

উত্তৰঃ ভেঁকলী আৰু এন্দুৰে ঠেং দুখন বান্ধিলোৱা পৰিণতি চিলনীজনী আহাৰ হব লগা হ'ল।


(গ) নিষ্ঠুৰ কোন ? ভেকুলী নে এন্দুৰ ?

উত্তৰঃ নিষ্ঠুৰ ভেকুলী।


(ঘ) ভেঁকুলী আৰু এন্দুৰক কোনে ভক্ষণ কৰিলে ?

উত্তৰঃ ভেঁকুলী আৰু এন্দুৰক চিলনীয়ে ভক্ষণ কৰিলে।


(ঙ) সাধুটো পঢ়ি কি উপদেশ পালা ?

উত্তৰঃ সাধুটো পঢ়ি আমি এইটো উপদেশ পালো যে কেতিয়াও কাকো বিশ্বাস কৰিব নালাগে। সি নিজৰ ঘৰৰ মানুহে হব পাৰে কিন্তু বিশ্বাস কৰিব নালাগে।


Apurba Kakati