সংবিধান প্ৰস্তুতকৰণ এক নতুন যুগৰ আৰম্ভণি  |  অধ্য়ায় ১৫ | Chapter 15 | Class 12 History Part 3 Solution Assam | Class 12 History Part 3 Question Answer Assamese Medium | Class 12 History Part 3 Suggestion | Class 12 History Part 3 Question Answer Notes | HS Second Year History Part 3 Question Answer  | দ্বাদশ শ্ৰেণী  তৃতীয় খণ্ড ইতিহাসৰ প্ৰশ্ন আৰু উত্তৰ |


 সংবিধান প্ৰস্তুতকৰণ এক নতুন যুগৰ আৰম্ভণি


১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ দিয়া

1. উদ্দেশ্যমূলক প্রস্তাৱত কোনবিলাক আদর্শ গ্রহণ কৰা হৈছিল? 

উত্তৰঃ-


2. বিভিন্ন দলসমূহে সংখ্যালঘু শব্দটোৰ সংজ্ঞা কি বুলি দিছিল?

উত্তৰঃ-


3. প্রদেশবিলাকত অধিক ক্ষমতা প্রদান সম্পর্কে যুক্তিবােৰ কি কি আছিল? 

উত্তৰঃ-


4. মহাত্মা গান্ধীয়ে হিন্দুস্থানী ভাষাটো কিয় জাতীয় ভাষা হিচাহে গণ্য কৰিছিল?

উত্তৰঃ-


তলত দিয়া প্রশ্নবােৰৰ ২৫০-৩০০ শব্দৰ ভিতৰত চমু ৰচনা লিখা

 5. কোনবিলাক ঐতিহাসিক উপাদানে সংবিধানত আলােকপাত কৰিছিল? 

উত্তৰঃ-


6. নিস্পেষিতসকলক নিৰাপত্তা দিবৰ কাৰণে অৱতাৰণা কৰা বেলেগে বেলেগ যুক্তিবােৰ আলােচনা কৰা।

উত্তৰঃ-


 7. সংবিধান সভাৰ কিছুমান সদস্যই সেইসময়ৰ ৰাজনৈতিক পৰিস্থিতি আৰু এখন শক্তিশালী কেন্দ্ৰৰ আৱশ্যকতাৰ মাজত কি সংযােগ কৰিছিল?

উত্তৰঃ-


 8. সাংবিধানিক সভাই কেনেদৰে ভাষা বিবাদ সমাধান কৰিব খুজিছিল?

উত্তৰঃ-


 মানচিত্রৰ কাম 

9. বৰ্ত্তমান ভাৰতৰ এখন ৰাজনৈতিক মেপত, প্রতিখন ৰাজ্যৰ কথিত ভাষাসমূহ উল্লেখ কৰা আৰু তাৰ ভিতৰৰ চৰকাৰী যােগাযােগৰ ভাষা এটাত চিন দিয়া । বৰ্তমানৰ মেপ আৰু ১৯৫০ দশকৰ আৰম্ভণিৰ মেপৰ তুলনা কৰা । কি কি পার্থক্য দেখা পাইছা? পার্থক্যসমূহে ভাষা আৰু ৰাজ্য গঠনৰ সম্বন্ধটোৰ বিষয়ে কিবা আভাষ দিছে নেকি?


 প্রকল্প ( যিকোনাে এটা বাছি লােৱা ) 

11. শেহতীয়া বছৰকেইটাত সংবিধানত পৰিৱৰ্ত্তন হােৱা যিকোনাে এটা পৰিৱৰ্ত্তন বাছি লােৱা । কি কাৰণবশতঃ পৰিৱৰ্ত্তর্নটো কাৰ হৈছিল , এই পৰিৱৰ্তনক ভিত্তি কৰি কেনেধৰণৰ বেলেগ বেলেগ বাদানুবাদৰ সৃষ্টি হৈছিল আৰু ইয়াৰ আৰত ঐতিহাসিক পটভূমি কি আছিল ? এইবিলাকৰ বিষয়ে যদি তুমি পাৰা , তেনেহ'লে সেই সময়ত পার্লামেন্টত হােৱা বিতর্কিত আলােচনা ইণ্টাৰনেটৰ যােগেদি ( http / parliament of indis.nic.in/Is/debates/debates.htm ) চোৱা। যি পালা লিখা।

উত্তৰঃ-


 12. তলত উল্লেখ কৰা বিষয়সমূহৰ যিকোনাে দুটা বিষয়ৰ ওপৰত ভাৰতৰ সংবিধানখনৰ লগত আমেৰিকা, ফ্রান্স বা দক্ষিণ আফ্রিকাৰ সংবিধানৰ তুলনা কৰা । ধর্মনিৰপেক্ষতা , সংখ্যালঘুসকলৰ অধিকাৰ, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সম্বন্ধ । সেই পার্থক্য আৰু মিলসমূহৰ লগত সেই অঞ্চলৰ বুৰঞ্জীৰ লগত কেনে সম্পর্ক আছে বিচাৰি উলিওৱা।

উত্তৰঃ-

Type- Nayan Jyoti Bordoloi




Post ID : DABP005452