লংকা দাহ । অধ্যায় ১৬ । Chapter 16 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School |  চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ১৬


লংকা দাহ


অনুশীলনীঃ


(১) খালী ঠাই পূৰ কৰা-


(ক) হনুমানে এক ঘোচাত অক্ষয় কুমাৰ ক মাৰি পেলালে।


(খ) মেঘনাদ ৰাৱন ৰ পুতেক আছিল।


(গ) সীতাই হনুমানক নিজৰ চূড়ামনি দিলে।


(২) বিভীষণে ৰাৱনক কি কৈছিল ?

উত্তৰঃ বিভীষণে ৰাৱনক ক'লে যে এই বান্দৰটো দূত হৈ আহিছে দূতক মাৰিব নাপায় বুলি ক'লে।


(৩) হনুমানে বিভীষণৰ ঘৰটোত কিয় জুই লগাই নিদিলে ?

উত্তৰঃ হনুমানে বিভীষণৰ ঘৰটোত জুই লগাই নিদিলে কাৰণ বিভীষণ ৰামৰ ভক্ত আছিল।


(৪) ৰাম কিয় হতাশ হৈছিল ?

উত্তৰঃ কিষ্কিন্ধ্যাত সীতাৰ কোনো বাতৰি নাপাই ৰাম হকাশ হৈছিল।


(৫) সুগ্ৰীৱৰ চিন্তা কাৰণ কি আছিল ?

উত্তৰঃ সুগ্ৰীৱৰ চিন্তা কাৰণ আছিল সীতাৰ কোনো বাতৰি পোৱা নাছিল।


Apurba Kakati