বীৰ লৱ-কুশ । অধ্যায় ২৮ । Chapter 28 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School | চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ

অধ্যায় ২৮

বীৰ লৱ-কুশ

    👉Download Book PDF

    👉Online Exam

    👉MCQs


অনুশীলনীঃ


(১) নিম্নলিখিত পশ্নবোৰৰ শুদ্ধ উত্তৰ বাচি উলিওৱা
ৰামে সীতাক ত্যাগ কৰিলে কাৰণ-
(ক) তেওঁ সীতাক ঘিণ কৰিছিল।
(খ) তেওঁ কলঙ্কত ভয় কৰিছিল।
(গ) তেওঁ প্ৰজাৰ ইচ্ছাৰ বিপৰীতে একো কৰিবলৈ নিবিচাৰিছিল।

উত্তৰঃ (গ) তেওঁ প্ৰজাৰ ইচ্ছাৰ বিপৰীতে একো কৰিবলৈ নিবিচাৰিছিল।

(২) সীতাক বনত কোনে আশ্ৰয় দিছিল ?
উত্তৰঃ সীতাক বনত বাল্মীকিয়ে আশ্ৰয় দিছিল।

(৩) লৱ-কুশ কোন আছিল ? বাল্মীকিয়ে দুয়োকে কি কি শিকাইছিল ?
উত্তৰঃ লৱ-কুশ ৰাম আৰু সীতাৰ পুত্ৰ আছিল ।
বাল্মীকিয়ে দুয়োকে অস্ত্ৰ চলাবলৈ শিক্ষা দিছিল ।

Apurba Kakati