ঔপনিবেশিকতাবাদ আৰু গ্ৰামাঞ্চল | অধ্য়ায় ৩ | Chapter 3 | Class 12 History Solution Assam | Class 12 History Question Answer Assamese Medium | Class 12 History Suggestion | Class 12 History Question and Answer | HS Second Year History | দ্বাদশ শ্ৰেণী ইতিহাসৰ প্ৰশ্ন আৰু উত্তৰ | Class 12 History Free Question and Answer Notes | উচ্চতৰ মাধ্যমিক ইতিহাসৰ প্ৰশ্ন আৰু উত্তৰ | ঔপনিবেশিকতাবাদ আৰু গ্ৰামাঞ্চল পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |


১০০-১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখা

১. অসমৰ আদিপ্রস্তৰ যুগৰ সঁজুলিবিলাকৰ এখন তালিকা প্রস্তুত কৰা, তেওঁলােকে ইটাৰ ব্যৱহাৰ জানিছিলনে?

২. মধ্যযুগৰ অসমৰ ৰাজধানী গড়গাঁৱৰ এটা চমু বিৱৰণ লিখা।

৩. মণিৰাম দেৱানে ব্রিটিছবিদ্বেষী মনােভাৱ কেনেদৰে প্ৰকাশ কৰিছিল, তাৰ ফলাফলৰ সৈতে লিখা

8. আজান পীৰৰ বিষয়ে এটা টোকা লিখা।

৫. ছাত্র-ছাত্রীসকলক অসমত আইন অমান্য আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ ব্রিটিছ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু তাৰ ফলাফল কি হৈছিল?

২৫দ-৩০০ শব্দৰ ভিতৰত উত্তৰ লিখা

৬. প্রাচীন অসমৰ কৃষকসকলৰ অৱস্থাৰ বিষয়ে এক সম্যক ছবি দাঙি ধৰা।

৭. ৰালফ্ ফিটচ অথবা চিহাবুদ্দিন তালিচৰ টোকাত অতিৰঞ্জিত কথা তুমি দেখিবলৈ পাইছানে?

৮. বুৰঞ্জী পুথিসমূহক অসম ইতিহাসৰ প্রকৃত আৰু নিৰ্ভৰশীল সমল বুলি তুমি মানি লােৱানে?

৯. অসমত উপনিৱেশ স্থাপনৰ বাবে ব্রিটিছে কি কি পদক্ষেপ গ্রহণ কৰিছিল? এইবিলাকে গ্রাম্য জীৱনত কি প্রভাৱ পেলাইছিল?

মানচিত্ৰৰ কাম

১০. অসমৰ এখন মানচিত্র আঁকি তাত বুৰঞ্জীমূলক স্থানসমূহ বহুওৱা। ইয়াৰে যিকোনাে দুখন ঠাইৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰা।

১১. অসমৰ এখন মানচিত্র অঙ্কন কৰা আৰু তাত পুৰাতত্ত্ব নমুনা আৱিস্কাৰ হােৱা ঠাইসমূহত ক্রচ (X) চিন দিয়া। নমুনাসমূহৰ মাজৰ কোনবিধে তােমাক আটাইতকৈ বেছিকৈ আকর্ষণ কৰিছে?

১২. অসমৰ এখন মেপ আঁকি তাত তলত দিয়া স্থানসমূহ বহুওৱা আৰু যিকোনাে দুখন ঠাইৰ (প্রতিখন ৫০ টা শব্দৰ ভিতৰত) ঐতিহাসিক গুৰুত্বৰ বিষয়ে লিখা—

a) হাৰুপেশ্বৰ

b) হাজো

c) শদিয়া

d) শিলচৰ

e) ভালুকপুঙ

f) গুৱাহাটী

g) গােৱালপাৰা

h) বৰপেটা

i) শিৱসাগৰ

j) যােৰহাট


Type: Nayan Jyoti Bordoloi




Post ID : DABP006597