বিচিত্ৰ প্ৰাণী | অধ্যায় ৪ | Chapter 4 | Class 3 Environment Solution Assam | Class 3 Environment Assam Government School Question Answer Assamese Medium | Government School Class 3 Environment Suggestion | Class 3 Environment Question Answer Notes | Class III Environment | তৃতীয় শ্ৰেণী পৰিৱেশ | তৃতীয় শ্ৰেণী পৰিৱেশৰ বিচিত্ৰ প্ৰাণী পাঠটো প্ৰশ্ন আৰু উত্তৰ |
বিচিত্ৰ প্ৰাণী
১) উত্তৰ লিখা-
(ক) মাটি আৰু পানী দুয়ো ঠাইতে থাকিব পৰা এটা প্ৰাণীৰ নাম
উত্তৰঃ- মাটি আৰু পানী দুয়ো ঠাইতে থাকিব পৰা এটা প্ৰাণীৰ নাম হৈছে ভেকুঁলী।
(খ) দুবিধ মাংসভোজী প্ৰাণীৰ নাম
উত্তৰঃ- দুবিধ মাংসভোজী প্ৰাণীৰ নাম বাঘ আৰু সিংহ।
(গ) উৰিব নোৱাৰা দুটা চৰাইৰ
উত্তৰঃ- উৰিব নোৱাৰা দুটা চৰাই নাম হৈছে উটপখী আৰু পেংগুইন।
(ঘ) এটা চিকাৰী চৰাইৰ নাম
উত্তৰঃ- এটা চিকাৰী চৰাইৰ নাম হৈছে শগুণ
(ঙ) বেগাই দৌৰিব পৰা এটা চৰাইৰ নাম
উত্তৰঃ- বেগাই দৌৰিব পৰা এটা চৰাইৰ নাম হৈছে উটপখী।
২. 'ক' অংশ লগত 'খ' অংশ আঁচ টানি মিলোৱা-
‘ক’ |
‘খ’ |
ভেকুলী |
মাংসভোজী |
শিয়াল |
সৰ্বভোজী |
কাউৰী |
তৃণভোজী |
হৰিণা |
উভচৰ |
উত্তৰঃ-
‘ক’ |
‘খ’ |
|
|
|
|
|
|
|
|
৩) খালী ঠাই পূৰ কৰা-
(ক) জেঠী আৰু ভেকুলীয়ে পোক-পতংগ খায়।
(খ) মাছে ফিন সহায়ত পানীত সাঁতুৰিব পাৰে।
(গ) বালিমাহী চৰায়ে বহু দূৰলৈ উৰিব পাৰে।
(ঘ) উটপখীয়ে বেগাই দৌৰিব পাৰে।
৪) পাৰ্থক্য লিখা-
(ক) তৃণভোজী আৰু মাংসভোজী প্ৰাণী
উত্তৰঃ- যিবোৰ প্ৰাণীয়ে ঘাঁহ বন খাই জীয়াই থাকে সেইবোৰ প্ৰাণীয়ে হৈছে তৃণভোজী প্ৰাণী। যেনে- হৰিণা আনহাতে যিবোৰ প্ৰাণীয়ে মাংস খাই বা মঙহ খাই জীয়াই থাকে সেইবোৰ প্ৰাণীয়ে হৈছে মাংসভোজী প্ৰাণী। যেনে- বাঘ।
(খ) বনৰীয়া আৰু ঘৰচীয়া প্ৰাণী
উত্তৰঃ- যিবোৰ প্ৰাণীয়ে হাবিত বাস কৰে তেনেবোৰ প্ৰাণী হৈছে বনৰীয়া আনহাতে ঘৰচীয়া প্ৰাণী হৈছে যিবোৰ প্ৰাণীক মানুহে বসবাস কৰিবলৈ ঠাই সাঁজি দিয়া হয় সেইবোৰ প্ৰাণীয়ে হৈছে ঘৰচীয়া প্ৰাণী।
৫) হাঁহৰ ঠোঁটত থকা ফুটা দুটাৰ কাম কি?
উত্তৰঃ- হাঁহে খাদ্যত মিহলি হৈ থকা বোকা পানীবোৰ ঠোঁঠত থকা ফুটা দুটাৰে বাহিৰলৈ উলিয়াই দিয়ে।
৬) ভেকুলীৰ জিভাখন ক'ত লাগি থাকে?
উত্তৰঃ- ভেকুলী জিভাখন মুখৰ সমুখৰ ভাগত লাগি থাকে।
৭) বুকুত ভৰ দি বগাই যোৱা তিনিবিধ প্ৰাণী নাম লিখা।
উত্তৰঃ- বুকুত ভৰ দি বগাই যোৱা তিনিবিধ প্ৰাণী নাম তেজপিয়া, ঢোঁৰা সাপ আৰু নাইপিয়া।
৮) খাদ্যাভ্যাসৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক কেই ভাগত ভগাব পাৰি? ভাগকেইটাৰ নাম লিখা।
উত্তৰঃ- খাদ্যাভ্যাসৰ ওপৰত ভিত্তি কৰি প্ৰাণীসমূহক তিনিটা ভাগত ভগাব পাৰি। ভাগকেইটাৰ নাম হৈছে তৃণভোজী, মাংসভোজী আৰু সৰ্বভোজী।
৯) চৰায়ে কিয় আকাশত উৰিব পাৰে?
উত্তৰঃ- চৰাই দেহটোৰ মাকোৰ নিচিনা, হাড়বোৰ ফোঁপোলা সেইবাবে চৰাই আকাশত উৰিব পাৰে।
১০) ছবি চাই কোনটো কাৰ ঠোঁট লিখা।
শ্ৰী নয়ন জ্যোতি বৰদলৈ
(মৰিগাওঁ)