অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানঃ

প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অক্ষয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যাদবোৰৰ ভূুমিকা সূদূৰপ্ৰসাৰী । এইবোৰ মানুহ ধ্বংসাত্মক প্ৰভাৱ পৰা সুৰক্ষিত । অসমৰ মুঠতে ৩,৫৯২.৯৪ বৰ্গ কিলোমিটাৰ  ঠাই আগুৰি আছে ।  ইয়াৰ লগতে দুখন প্ৰস্তাৱিত  অভৰণ্যৰ আছে য।  এই সুৰক্ষিত বনাঞ্চলবোৰত হাতী, বাঘ গঁড় বনৰীয়া মহ  নানবিধ হৰিণা আৰু কেইবাটাও প্ৰজাতিৰ বান্দৰ লগতে বহুতো বন্যপ্ৰাণী আছে ।  ঘাঁহনি  গছ- গছনি  আৰু আৰ্দ্ৰভূমিৰে  ভৰা এই সুৰক্ষিত  বনাঞ্চলবোৰে দেশ -বিদেশৰ বহুতো পৰ্যটকক আকৰ্ষণ  কৰে ।  এইবোৰক ভালদৰে সুৰক্ষা দিয়াৰ ওপৰতে আমাৰ ৰাজ্যখনৰ  জৈৱ- বৈচিত্ৰ্যৰ ভৱিষ্যৎ বহু পৰিমাণে  নিৰ্ভৰ কৰিব ।  তলৰ তালিকাত  অসমৰ ৰাষ্ট্ৰীয়  উদ্যান আৰু অভ্যয়াৰণ্যৰ  এটি চমু  আভাস দিয়া হল। 

তালিকা ৪.২ঃ অসমৰ ৰাষ্ট্ৰীয় উদ্যান  

১)

ৰাষ্ট্ৰীয় উদ্যান নামঃ কাজিৰঙা ৰাষ্ট্ৰীৰ উদ্যান 

অৱস্থান জিলা ঃ গোলাঘাট  নগাঁও আৰু শোণিতপুৰ

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ ৮৫৮.৯৮


২)

ৰাষ্ট্ৰীয় উদ্যান নামঃ মানস  ৰাষ্ট্ৰীয় উদ্যান 

অৱস্থান জিলা ঃ চিৰাং আৰু বাকসা 

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ৫০০.০০


৩)

ৰাষ্ট্ৰীয় উদ্যান নামঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যান 

অৱস্থান জিলা ঃ ওদালগুৰি আৰু শোণিপুৰ 

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ ৭৮.৮১

.

৪)

ৰাষ্ট্ৰীয় উদ্যান নামঃ নামেৰী  ৰাষ্ট্ৰীয়  উদ্যান

অৱস্থান জিলা ঃ শোণিপুৰ 

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ ২০০.০০



৫)

ৰাষ্ট্ৰীয় উদ্যান নামঃ ডিব্ৰু- ছৌখোৱা ৰাষ্ট্ৰীয় উদ্যান 

অৱস্থান জিলা ঃ ডিব্ৰুগড় আৰু তিনিচুকীয়া 

মাটিকালি (বৰ্গ কিঃ মিঃ)ঃ ৩৪০.০০

তালিকাত  ৪.২ ঃঅসমত অভয়াৰণ্য

(১)

অভয়াৰণ্যৰ নামঃ ভজান- বৰাজান- পদুমণি  অভয়াৰণ্য                     অৱস্থান (জিলা)ঃতিনিচুকীয়া

মাটিকালি (বৰ্গ কিঃ মিঃ) ৭.২২

(২)

অভয়াৰণ্যৰ নামঃ পানীদিহিং অভয়াৰণ্য 

অৱস্থান (জিলা)ঃ শিৱসাগৰ

মাটিকালি (বৰ্গ কিঃ মিঃ) ৩৩.৯৩

(৩)

অভয়াৰণ্যৰ নামঃ নামবৰ - দৈগুৰুং অভয়াৰণ্য

অৱস্থান (জিলা)ঃ গোলাঘাট

মাটিকালি (বৰ্গ কিঃ মিঃ) ৯৭.১৫

(৪)

অভয়াৰণ্যৰ নামঃ গিবন অভয়াৰণ্য

অৱস্থান (জিলা)ঃযোৰহাটৰ

মাটিকালি (বৰ্গ কিঃ মিঃ)২০.৯৮

(৫)

অভয়াৰণ্যৰ নামঃ গৰমপানী  অভয়াৰণ্য

অৱস্থান (জিলা)ঃকাৰ্বি আংলং

মাটিকালি (বৰ্গ কিঃ মিঃ)৬.০৫


(৬)

অভয়াৰণ্যৰ নামঃনামৰ অভয়াৰণ্য

অৱস্থান (জিলা)ঃ কাৰ্বি আংলং

মাটিকালি (বৰ্গ কিঃ মিঃ)৩৭.০০

(৭)

অভয়াৰণ্যৰ নামঃপূব কাৰ্বি আংলং অভয়াৰণ্য

অৱস্থান (জিলা)ঃকাৰ্বি আংলং

মাটিকালি (বৰ্গ কিঃ মিঃ)২২১.৮১

(৮)

অভয়াৰণ্যৰ নামঃমাৰাট সংৰি অভয়াৰণ্য

অৱস্থান (জিলা)ঃ কাৰ্বি আংলং

মাটিকালি (বৰ্গ কিঃ মিঃ)৪৫১.০০

(৯)

অভয়াৰণ্যৰ নামঃবুঢ়া চাপৰি অভয়াৰণ্য

অৱস্থান (জিলা)ঃশোণিতপুৰ

মাটিকালি (বৰ্গ কিঃ মিঃ)৪৪.০৬

(১০)

অভয়াৰণ্যৰ নামঃলাওখোৱা অভয়াৰণ্য

অৱস্থান (জিলা)ঃনগাঁও

মাটিকালি (বৰ্গ কিঃ মিঃ)৭০.১৩

(১১)

অভয়াৰণ্যৰ নামঃপবিতৰা অভয়াৰণ্য

অৱস্থান (জিলা)ঃমৰিগাঁও

মাটিকালি (বৰ্গ কিঃ মিঃ)৩৮.৮০

(১২)

অভয়াৰণ্যৰ নামঃ সোণাই- ৰূপাই অভয়াৰণ্য

অৱস্থান (জিলা)ঃ শোণিতপুৰ

মাটিকালি (বৰ্গ কিঃ মিঃ)২২০.০০

(১৩)

অভয়াৰণ্যৰ নামঃবৰনদী অভয়াৰণ্য

অৱস্থান (জিলা)ঃওদালগুৰি

মাটিকালি (বৰ্গ কিঃ মিঃ)২৬.২২

(১৪)

অভয়াৰণ্যৰ নামঃ চক্ৰশিলা অভয়াৰণ্য

অৱস্থান (জিলা)ঃকোকৰাঝাৰ

মাটিকালি (বৰ্গ কিঃ মিঃ)৪৫.৫৬

(১৫)

অভয়াৰণ্যৰ নামঃদিহিং- পাটকাই অভয়াৰণ্য

অৱস্থান (জিলা)ঃডিব্ৰুগড় আৰু তিনিচুকীয়া

মাটিকালি (বৰ্গ কিঃ মিঃ)১১১.১৯

(১৬)

অভয়াৰণ্যৰ নামঃবৰাইল অভয়াৰণ্যৰ

অৱস্থান (জিলা)ঃকাছাৰ

মাটিকালি (বৰ্গ কিঃ মিঃ)৩২৬.২৫

(১৭)

অভয়াৰণ্যৰ নামঃআমছাংঅভয়াৰণ্য

অৱস্থান (জিলা)ঃ কামৰূপ (মহানগৰ)

মাটিকালি (বৰ্গ কিঃ মিঃ) ৭৮.৬৪

(১৮)

অভয়াৰণ্যৰ নামঃদিপৰবিল অভয়াৰণ্য

অৱস্থান (জিলা)ঃকামৰূপ (মহানগৰ

মাটিকালি (বৰ্গ কিঃ মিঃ) ৪.১০

(১৯) 

অভয়াৰণ্যৰ নামঃ উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য

অৱস্থান (জিলা)ঃ কাৰ্বি আংলং

মাটিকালি (বৰ্গ কিঃমিঃ)৯৬.০০

(২০)

অভয়াৰণ্যৰ নামঃবৰদৈবাম বিলমুখ অভয়াৰণ্য

অৱস্থান(জিলা)ঃ লখিমপুৰ

মাটিকালি (বৰ্গ কিঃমিঃ) ১১.২


অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ মানচিত্ৰ ।



পবিতৰা অভয়াৰণ্য ।



        কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান                       সানস ৰাষ্ট্ৰীয় উদ্যান


Type Sumit Patar

Class 9 Social Science Georaphy