পানী | অধ্যায় ৫ | Chapter 5 | Class 3 Environment Solution Assam | Class 3 Environment Assam Government School Question Answer Assamese Medium | Government School Class 3 Environment Suggestion | Class 3 Environment Question Answer Notes | Class III Environment | তৃতীয় শ্ৰেণী পৰিৱেশ | তৃতীয় শ্ৰেণী পৰিৱেশৰ পানী পাঠটো প্ৰশ্ন আৰু উত্তৰ |
অনুশীলনী
১) উত্তৰ লিখা—
(ক) কি কি উৎসৰ পৰা পানী পােৱা যায়?
উত্তৰঃ-
(খ) তােমালােকৰ গাঁও বা চহৰৰ মাজেৰে কোনাে নদী বৈ গৈছে নেকি? যদি গৈছে তাৰ নাম লিখা।
উত্তৰঃ-
(গ) তােমালােকৰ অঞ্চলত বা ওচৰ - পাঁজৰে থকা বিল, জান - জুৰিৰ নাম লিখা।
উত্তৰঃ-
২) তলৰ শব্দ শৃংখলটোত থকা পানীৰ উৎসবােৰ বাচি উলিয়াই তাত চিনেৰে ঘেৰ দিয়া
৩) পানী ব্যৱহাৰ হােৱা তিনিটা কামৰ বিষয়ে লিখা।
উত্তৰঃ-
৪) পানী ব্যৱহাৰ নকৰাকৈ কৰিব পৰা তিনিটা কামৰ বিষয়ে লিখা।
উত্তৰঃ-
৫) তলত দিয়াবােৰত অমিলটো বাছি উলিয়াই তাত O চিনেৰে ঘেৰ দিয়া-
(ক) গা - ধােৱা , কাপােৰ ধােৱা, সাঁতােৰা, মূৰ ফণিওৱা।
(খ) নদী, পাহাৰ, পুখুৰী, নিজৰা, বিল
(গ) মাছ, হাঁহ, বান্দৰ, ঘঁৰিয়াল, কাছ
(ঘ) জাহাজ, নাও, ৰেলগাড়ী, ফেৰী।
(ঙ) নাজী , পদুম , ভেঁট , মেটেকা,
৬) তােমাৰ ঘৰৰ খােৱা পানী ক’ৰ পৰা সংগ্ৰহ কৰা?
৭) পানী দূষিত হােৱাৰ তিনিটা কাৰণ লিখা।
৮) কাষৰ ছবিখনত ৰং কৰা